1 ULB হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ। BSB BSB: These were the divisions of the descendants of Aaron. The sons of Aaron were Nadab, Abihu, Eleazar, and Ithamar.
2 ULB তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়েহে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্য্যাত আছিল। BSB BSB: But Nadab and Abihu died before their father did, and they had no sons; so Eleazar and Ithamar served as priests.
3 ULB দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্য্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে। BSB BSB: With the help of Eleazar’s descendant Zadok and Ithamar’s descendant Ahimelech, David divided them according to the offices of their service.
4 ULB ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ৱ লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল। BSB BSB: Since more leaders were found among Eleazar’s descendants than those of Ithamar, they were divided accordingly. There were sixteen heads of families from the descendants of Eleazar and eight from the descendants of Ithamar.
5 ULB একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্ম্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্ম্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল। BSB BSB: Thus they were divided by lot, for there were officers of the sanctuary and officers of God among both Eleazar’s and Ithamar’s descendants.
6 ULB লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্ম্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল। BSB BSB: The scribe, Shemaiah son of Nethanel, a Levite, recorded their names in the presence of the king and of the officers: Zadok the priest, Ahimelech son of Abiathar, and the heads of families of the priests and the Levites—one family being taken from Eleazar, and then one from Ithamar.
7 ULB প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ, BSB BSB: The first lot fell to Jehoiarib, the second to Jedaiah,
8 ULB তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ, BSB BSB: the third to Harim, the fourth to Seorim,
9 ULB পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ, BSB BSB: the fifth to Malchijah, the sixth to Mijamin,
10 ULB সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ, BSB BSB: the seventh to Hakkoz, the eighth to Abijah,
11 ULB নৱম যেচূয়াৰ, দশম চখনিয়াৰ, BSB BSB: the ninth to Jeshua, the tenth to Shecaniah,
12 ULB একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ, BSB BSB: the eleventh to Eliashib, the twelfth to Jakim,
13 ULB ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ, BSB BSB: the thirteenth to Huppah, the fourteenth to Jeshebeab,
14 ULB পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ, BSB BSB: the fifteenth to Bilgah, the sixteenth to Immer,
15 ULB সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ, BSB BSB: the seventeenth to Hezir, the eighteenth to Happizzez,
16 ULB ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ, BSB BSB: the nineteenth to Pethahiah, the twentieth to Jehezkel,
17 ULB একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ, BSB BSB: the twenty-first to Jachin, the twenty-second to Gamul,
18 ULB ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল। BSB BSB: the twenty-third to Delaiah, and the twenty-fourth to Maaziah.
19 ULB যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্য্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল। BSB BSB: This was their appointed order for service when they entered the house of the LORD, according to the regulations prescribed for them by their forefather Aaron, as the LORD, the God of Israel, had commanded him.
20 ULB লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া। BSB BSB: Now these were the rest of the descendants of Levi: From the sons of Amram: Shubael; from the sons of Shubael: Jehdeiah.
21 ULB অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল। BSB BSB: As for Rehabiah, from his sons: The first was Isshiah.
22 ULB যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ। BSB BSB: From the Izharites: Shelomoth; from the sons of Shelomoth: Jahath.
23 ULB হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম। BSB BSB: From the sons of Hebron: Jeriah was the first, Amariah the second, Jahaziel the third, and Jekameam the fourth.
24 ULB উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ। BSB BSB: From the sons of Uzziel: Micah; from the sons of Micah: Shamir.
25 ULB মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া। BSB BSB: The brother of Micah: Isshiah; from the sons of Isshiah: Zechariah.
26 ULB মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো। BSB BSB: The sons of Merari: Mahli and Mushi. The son of Jaaziah: Beno.
27 ULB মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী। BSB BSB: The descendants of Merari from Jaaziah: Beno, Shoham, Zaccur, and Ibri.
28 ULB মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল। BSB BSB: From Mahli: Eleazar, who had no sons.
29 ULB কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল। BSB BSB: From Kish: Jerahmeel the son of Kish.
30 ULB মূচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক। BSB BSB: And the sons of Mushi: Mahli, Eder, and Jerimoth. These were the sons of the Levites, according to their families.
31 ULB দায়ূদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে। BSB BSB: As their brothers the descendants of Aaron did, they also cast lots in the presence of King David and of Zadok, Ahimelech, and the heads of the families of the priests and Levites—the family heads and their younger brothers alike.
Select verses for actions: Enter goes to them and Escape comes back.