1 ULB বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত চবেল, অহৰহ, BSB BSB: Benjamin was the father of Bela his firstborn, Ashbel the second, Aharah the third,
2 ULB নোহা, আৰু ৰাফা। BSB BSB: Nohah the fourth, and Rapha the fifth.
3 ULB বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ, BSB BSB: The sons of Bela: Addar, Gera, Abihud,
4 ULB অবীচূৱা, নামন, অহোহ, BSB BSB: Abishua, Naaman, Ahoah,
5 ULB গেৰা, চফুফন, আৰু হূৰম। BSB BSB: Gera, Shephuphan, and Huram.
6 ULB এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক: BSB BSB: These were the descendants of Ehud who were the heads of the families living in Geba and were exiled to Manahath:
7 ULB নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ৱ দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ। BSB BSB: Naaman, Ahijah, and Gera, who carried them into exile and who was the father of Uzza and Ahihud.
8 ULB চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তানসকলৰ পিতৃ হ’ল। BSB BSB: Shaharaim had sons in the country of Moab after he had divorced his wives Hushim and Baara.
9 ULB তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল। BSB BSB: His sons by his wife Hodesh: Jobab, Zibia, Mesha, Malcam,
10 ULB যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল। BSB BSB: Jeuz, Sachia, and Mirmah. These were his sons, heads of families.
11 ULB ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল। BSB BSB: He also had sons by Hushim: Abitub and Elpaal.
12 ULB ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, (তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল), BSB BSB: The sons of Elpaal: Eber, Misham, Shemed (who built Ono and Lod with its villages),
13 ULB তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাৎ নিবাসীসকলক বাহিৰ কৰি দিছিল। BSB BSB: and Beriah and Shema (who were the heads of families living in Aijalon and who drove out the inhabitants of Gath).
14 ULB এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ, BSB BSB: Ahio, Shashak, Jeremoth,
15 ULB জবদিয়া অৰদ, এদৰ, BSB BSB: Zebadiah, Arad, Eder,
16 ULB মীখায়েল, যিস্পা, আৰু যোহা, BSB BSB: Michael, Ishpah, and Joha were the sons of Beriah.
17 ULB এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব, BSB BSB: Zebadiah, Meshullam, Hizki, Heber,
19 ULB এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ। BSB BSB: Jakim, Zichri, Zabdi,
22 ULB এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল, BSB BSB: Ishpan, Eber, Eliel,
26 ULB এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী, BSB BSB: Shamsherai, Shehariah, Athaliah,
28 ULB এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল। BSB BSB: All these were heads of families, the chiefs according to their genealogies, and they lived in Jerusalem.
29 ULB গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল। BSB BSB: Jeiel the father of Gibeon lived in Gibeon. His wife’s name was Maacah,
30 ULB তেওঁৰ প্ৰথমে জন্মা পুত্র অব্দোন, তাৰ পাছত চুৰ, কীচ, বাল, মাদব, BSB BSB: and Abdon was his firstborn son, then Zur, Kish, Baal, Nadab,
31 ULB গদোৰ, অহিয়ো, আৰু জেখৰ। BSB BSB: Gedor, Ahio, Zecher,
32 ULB আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্ৱন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল। BSB BSB: and Mikloth, who was the father of Shimeah. They too lived alongside their relatives in Jerusalem.
33 ULB নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচূৱা, অবীনাদব, আৰু ইচবাল। BSB BSB: Ner was the father of Kish, Kish was the father of Saul, and Saul was the father of Jonathan, Malchishua, Abinadab, and Esh-baal.
34 ULB যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল। BSB BSB: The son of Jonathan: Merib-baal, and Merib-baal was the father of Micah.
35 ULB মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ। BSB BSB: The sons of Micah: Pithon, Melech, Tarea, and Ahaz.
36 ULB আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা। BSB BSB: Ahaz was the father of Jehoaddah, Jehoaddah was the father of Alemeth, Azmaveth, and Zimri, and Zimri was the father of Moza.
37 ULB মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল। BSB BSB: Moza was the father of Binea. Raphah was his son, Eleasah his son, and Azel his son.
38 ULB আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান। BSB BSB: Azel had six sons, and these were their names: Azrikam, Bocheru, Ishmael, Sheariah, Obadiah, and Hanan. All these were the sons of Azel.
39 ULB আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট। BSB BSB: The sons of his brother Eshek: Ulam was his firstborn, Jeush second, and Eliphelet third.
40 ULB উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল। BSB BSB: The sons of Ulam were mighty men of valor, archers, and they had many sons and grandsons—150 in all. All these were the descendants of Benjamin.
Select verses for actions: Enter goes to them and Escape comes back.