1 ULB কিন্তু ইয়াকে জানিবা যে, শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হ’ব। BSB BSB: But understand this: In the last days terrible times will come.
2 ULB কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, BSB BSB: For men will be lovers of themselves, lovers of money, boastful, arrogant, abusive, disobedient to their parents, ungrateful, unholy,
3 ULB স্নেহহীন, ক্ষমা নিদিয়া, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, উত্তম বিষয়ক ঘিণাওঁতা, BSB BSB: unloving, unforgiving, slanderous, without self-control, brutal, without love of good,
4 ULB বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ নিজৰ সুখ প্ৰিয় হ’ব৷ BSB BSB: traitorous, reckless, conceited, lovers of pleasure rather than lovers of God,
6 ULB কিয়নো তেওঁলোকৰ কিছুমান মানুহে, পৰৰ ঘৰত সোমাল, আৰু দুৰ্বল মনৰ তিৰোতা সকলক মোহিত কৰি বন্দীনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানা বিধ অভিলাষেৰে চালিত কৰিলে৷ BSB BSB: They are the kind who worm their way into households and captivate vulnerable women who are weighed down with sins and led astray by various passions,
7 ULB এই তিৰোতা সকলে সদায় নতুন শিক্ষা পাবৰ বাবে চেষ্টা কৰে, কিন্তু সত্যৰ তত্ব-জ্ঞান পাবলৈ হলে কেতিয়াও সমর্থ নহয়৷ BSB BSB: who are always learning but never able to come to a knowledge of the truth.
8 ULB যেনেকৈ যান্নি আৰু যামব্ৰিয়ে মোচিৰ বিৰোধীতা কৰিছিল, তেনেকৈ এই মিছা শিক্ষক সকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল৷ তেখেত সকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক৷। BSB BSB: Just as Jannes and Jambres opposed Moses, so also these men oppose the truth. They are depraved in mind and disqualified from the faith.
9 ULB কিন্তু তেখেত সকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো সেই দুজনৰ দৰে, তেখেত সকলৰো মূর্খতা সকলোৰে আগত প্ৰকাশিত হ’ব। BSB BSB: But they will not advance much further. For just like Jannes and Jambres, their folly will be plain to everyone.
10 ULB এতিয়া তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য, BSB BSB: You, however, have observed my teaching, my conduct, my purpose, my faith, my patience, my love, my perseverance,
11 ULB তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা, আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷ BSB BSB: my persecutions, and the sufferings that came upon me in Antioch, Iconium, and Lystra. What persecutions I endured! Yet the Lord rescued me from all of them.
12 ULB আৰু বাস্তবিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব। BSB BSB: Indeed, all who desire to live godly lives in Christ Jesus will be persecuted,
13 ULB কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে কিছুমান লোকক বিপথে লৈ যাব আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব। BSB BSB: while evil men and imposters go from bad to worse, deceiving and being deceived.
14 ULB কিন্তু তুমি যি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, সেই শিক্ষাতে স্থিৰে থাকা, কিয়নো কোন ব্যক্তিৰ পৰা সেই শিক্ষা পালা, সেই বিষয়ে তুমি জানা। BSB BSB: But as for you, continue in the things you have learned and firmly believed, since you know from whom you have learned them.
15 ULB আৰু যি পবিত্ৰ ধৰ্মশাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্ৰাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা। BSB BSB: From infancy you have known the Holy Scriptures, which are able to make you wise for salvation through faith in Christ Jesus.
17 ULB যাতে ঈশ্বৰৰ লোকসকল সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হ’ব পাৰে৷ BSB BSB: so that the man of God may be complete, fully equipped for every good work.
Select verses for actions: Enter goes to them and Escape comes back.