2 ULB পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই নিৰ্দেশনা দিলে৷ BSB BSB: until the day He was taken up to heaven, after giving instructions through the Holy Spirit to the apostles He had chosen.
3 ULB ক্রুচীয় মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীৱিত প্রমাণ কৰিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে। BSB BSB: After His suffering, He presented Himself to them with many convincing proofs that He was alive. He appeared to them over a span of forty days and spoke about the kingdom of God.
5 ULB যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্র আত্মাত বাপ্তিস্ম দিয়া হব।" BSB BSB: For John baptized with water, but in a few days you will be baptized with the Holy Spirit.”
9 ULB এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ' লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে। BSB BSB: After He had said this, they watched as He was taken up, and a cloud hid Him from their sight.
10 ULB এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে, BSB BSB: They were looking intently into the sky as He was going, when suddenly two men dressed in white stood beside them.
11 ULB "হে গালীল দেশৰ লোক সকল, তোমালোকে কিয় আকাশলৈ ৰ' লাগি চাই ৰৈছা? এইজন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।" BSB BSB: “Men of Galilee,” they said, “why do you stand here looking into the sky? This same Jesus, who has been taken from you into heaven, will come back in the same way you have seen Him go into heaven.”
12 ULB তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰাম দিনলৈ যোৱা বাটৰ সমান দূৰৈত অৱস্থিত BSB BSB: Then they returned to Jerusalem from the Mount of Olives, which is near the city, a Sabbath day’s journey away.
13 ULB যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ,যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহূদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গল। BSB BSB: When they arrived, they went to the upper room where they were staying: Peter and John, James and Andrew, Philip and Thomas, Bartholomew and Matthew, James son of Alphaeus, Simon the Zealot, and Judas son of James.
15 ULB সেই সময়ছোৱাত প্রায় এশ বিশ জন শিষ্য গোট খোৱাত, পিতৰে উঠি ক’লে, BSB BSB: In those days Peter stood up among the brothers (a gathering of about a hundred and twenty) and said,
17 ULB তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল। BSB BSB: He was one of our number and shared in this ministry.”
19 ULB এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।" BSB BSB: This became known to all who lived in Jerusalem, so they called that field in their own language Akeldama, that is, Field of Blood.)
20 ULB পিতৰে পুনৰ ক’লে, "কিয়নো গীতমালা পুথিত লিখা আছে, তেওঁৰ থকা ঠাই নিৰ্জন হওক, তাত কোনো মানুহ নাথাকক; (গীতমালা ৬৯:২৫) আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক। (গীতমালা ১০৯:৮) BSB BSB: “For it is written in the book of Psalms: ‘May his place be deserted; let there be no one to dwell in it,’ and, ‘May another take his position.’
21 ULB গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যিসকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল, BSB BSB: Therefore it is necessary to choose one of the men who have accompanied us the whole time the Lord Jesus went in and out among us,
22 ULB সেই লোক সকলৰ মাজৰ এজন নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।" BSB BSB: beginning from John’s baptism until the day Jesus was taken up from us. For one of these must become a witness with us of His resurrection.”
23 ULB তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে। BSB BSB: So they proposed two men: Joseph called Barsabbas (also known as Justus) and Matthias.
24 ULB পাছত তেওঁলোকে প্রার্থনা কৰি ক’লে, "হে প্রভু, তুমি অন্তর্যামী, সকলোৰে অন্তৰ জানা৷ যিহুদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ যোৱাত, BSB BSB: And they prayed, “Lord, You know everyone’s heart. Show us which of these two You have chosen
25 ULB সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।" BSB BSB: to take up this ministry and apostleship, which Judas abandoned to go to his rightful place.”
26 ULB পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল। BSB BSB: Then they cast lots, and the lot fell to Matthias. So he was added to the eleven apostles.
Select verses for actions: Enter goes to them and Escape comes back.