1 ULB পাঁচ দিনৰ মূৰত, মহা-পুৰোহিত অননিয়ই কেইজনমান বৃদ্ধলোক আৰু তৰ্ত্তুল্ল নামেৰে এজন উকীলে সৈতে আহি দেশাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে। BSB BSB: Five days later the high priest Ananias came down with some elders and a lawyer named Tertullus, who presented to the governor their case against Paul.
2 ULB তাৰ পাছত পৌল দেশাধিপতিৰ আগত অাহি থিয় হ'ল, তৰ্ত্তুল্লই তেওঁক দোষাৰোপ কৰিবলৈ ধৰিলে আৰু দেশাধিপতিক কলে, "হে মহামহিম ফীলিক্স, আপোনাৰ দ্বাৰাই আমি মহাশান্তি ভোগ কৰিছোঁ আৰু আপোনাৰ দুৰদর্শিতাই আমাৰ জাতিলৈ অনেক উন্নতি সাধন কৰিছে, BSB BSB: When Paul had been called in, Tertullus opened the prosecution: “Because of you, we have enjoyed a lasting peace, and your foresight has brought improvements to this nation.
3 ULB সকলোৱে ইয়াক সম্পূৰ্ণ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ। BSB BSB: In every way and everywhere, most excellent Felix, we acknowledge this with all gratitude.
4 ULB গতিকে আপোনাৰ অধিক সময় আমি যেন নলওঁ, এই কাৰণে নিবেদন কৰোঁ, আপুনি অনুগ্ৰহ কৰি আমাৰ অলপ কথা শুনক। BSB BSB: But in order not to delay you any further, I beg your indulgence to hear us briefly.
5 ULB কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ অগ্ৰণী৷ BSB BSB: We have found this man to be a pestilence, stirring up dissension among the Jews all over the world. He is a ringleader of the sect of the Nazarenes,
6 ULB ইয়াৰ বাহিৰেও, ই ধৰ্ম্মধাম অশুচি কৰিবলৈ চেষ্টা কৰিছিল; সেই বাবে আমি তাক আটক কৰি ৰাখিলোঁ। BSB BSB: and he even tried to desecrate the temple; so we seized him.
7 ULB কিন্তু প্ৰধান সেনাপতি লুচিয় আহি বৰ বলেৰে আমাৰ হাতৰ পৰা পৌলক কাঢ়ি আনিলে৷ BSB BSB: Not in the BSB
8 ULB আপুনি ইয়াৰ সোধ-বিচাৰ কৰিলে, আমি যি যি অপবাদ ইয়াক দিছোঁ, সেই বিষয়ে সকলো বুজিব পাৰিব৷" BSB BSB: By examining him yourself, you will be able to learn the truth about all our charges against him.”
9 ULB তাতে ইহুদী সকলেও একেলগ হৈ পৌলক দোষাৰোপ কৰিলে আৰু এইবোৰ কথা সচাঁ বুলি কলে। BSB BSB: The Jews concurred, asserting that these charges were true.
10 ULB পাছত দেশাধিপতিয়ে পৌলক কবলৈ সঙ্কেত দিয়াত, পৌলে কবলৈ আৰম্ভ কৰিলে, "আপুনি অনেক বছৰৰ পৰা এই জাতিৰ বিচাৰকৰ্ত্তা হৈ আছে, ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ দিব খুজিছোঁ৷ BSB BSB: When the governor motioned for Paul to speak, he began his response: “Knowing that you have been a judge over this nation for many years, I gladly make my defense.
11 ULB কাৰণ অনুসন্ধান কৰিলে আপুনি জানিব পাৰিব যে, মই ভজনা কৰিবলৈ যিৰূচালেমলৈ যোৱা আজি বাৰ দিন মাথোন হৈছে; BSB BSB: You can verify for yourself that no more than twelve days ago I went up to Jerusalem to worship.
12 ULB তাত এওঁলোকে মন্দিৰত বা নাম-ঘৰত বা নগৰতেই হওঁক, কোনো ব্যক্তিৰ সৈতে মোক বাদ-বিচাৰ বা লোক সকলক উচটাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই; BSB BSB: Yet my accusers did not find me debating with anyone in the temple or riling up a crowd in the synagogues or in the city.
13 ULB আৰু এতিয়া যি যি অপবাদ মোক দিছে, এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে। BSB BSB: Nor can they prove to you any of their charges against me.
14 ULB কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধানৰ সকলো কথা, যি পথক এখেত সকলে বিধৰ্ম্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷ BSB BSB: I do confess to you, however, that I worship the God of our fathers according to the Way, which they call a sect. I believe everything that is laid down by the Law and written in the Prophets,
15 ULB আৰু ধার্মিক অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ। BSB BSB: and I have the same hope in God that they themselves cherish, that there will be a resurrection of both the righteous and the wicked.
16 ULB এই কাৰণে ঈশ্বৰলৈ আৰু মনুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছো। BSB BSB: In this hope, I strive always to maintain a clear conscience before God and man.
17 ULB এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলো। BSB BSB: After several years, then, I returned to Jerusalem to bring alms to my people and to present offerings.
18 ULB এতিয়া সেই কার্যতেই এচিয়াৰ কিছুমান ইহুদী লোকেহে মোক যিৰূচালেম মন্দিৰত শুচীকৃত উৎসৱত পালে; মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেত সকলেহে হুৰামূৰা লগালে। BSB BSB: At the time they found me in the temple, I was ceremonially clean and was not inciting a crowd or an uproar. But there are some Jews from the province of Asia
19 ULB ইয়াৰ উপৰিও মোৰ অহিতে যদি এখেত সকলৰ কোনো কথা আছিল, তেনেহলে আপোনাৰ ওচৰত ব্যক্তিসমুহে নিজে আহি গোচৰ দিব লাগিছিল। BSB BSB: who ought to appear before you and bring charges, if they have anything against me.
20 ULB নতুবা, মই মহা-সভাৰ আগত থিয় হৈ থাকোঁতে, এই একেই লোক সমুহে মোৰ কি দোষ পালে, সেই বিষয়ে এখেত সকলে নিজেই কোৱা উচিত আছিল; BSB BSB: Otherwise, let these men state for themselves any crime they found in me when I stood before the Sanhedrin,
21 ULB নহলে এতিয়া যি বিষয়ৰ কথা মই আপোনালোকৰ আগত চিঞৰি কৈছোঁ, তেনেদৰে, 'মৃত বিলাকৰ পুনৰুত্থানৰ বিষয়ে আজি আপোনালোকৰ আগত মোৰ সোধবিচাৰ হৈছে'৷" BSB BSB: unless it was this one thing I called out as I stood in their presence: ‘It is concerning the resurrection of the dead that I am on trial before you today.’”
22 ULB ফীলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনাত, বিচাৰ স্থগিত ৰাখি তেওঁলোকক কলে, "লুচিয় হাজাৰৰ সেনাপতি যিৰূচালেমৰ পৰা আহিলে আপোনালোকৰ কথা সম্পূর্ণকৈ জানিব পাৰিম।" BSB BSB: Then Felix, who was well informed about the Way, adjourned the hearing and said, “When Lysias the commander comes, I will decide your case.”
23 ULB পাছত পৌলক পহৰা দিবলৈ, কিন্তু মৰমেৰে আৰু সেৱা-শুশ্ৰূষা কৰিবলৈ অহা তেওঁৰ আত্মীয় সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে৷ BSB BSB: He ordered the centurion to keep Paul under guard, but to allow him some freedom and permit his friends to minister to his needs.
24 ULB কিছু দিনৰ পাছত ফীলিক্সে, দ্ৰুচিলা নামৰ তেওঁৰ ইহুদী ভার্য্যাৰ সৈতে আহি, পৌলক মতাই আনি, খ্ৰীষ্ট যীচুত যি বিশ্বাস, সেই বিষয়ে তেওঁৰ পৰা শুনিলে। BSB BSB: After several days, Felix returned with his wife Drusilla, who was a Jewess. He sent for Paul and listened to him speak about faith in Christ Jesus.
25 ULB তেওঁ ধার্মিকতা, ইন্দ্ৰিয় দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; "এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷" BSB BSB: As Paul expounded on righteousness, self-control, and the coming judgment, Felix became frightened and said, “You may go for now. When I find the time, I will call for you.”
26 ULB আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি, ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে। BSB BSB: At the same time, he was hoping that Paul would offer him a bribe. So he sent for Paul frequently and talked with him.
27 ULB কিন্তু দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে, তাতে ফীলিক্সে ইহুদী সকলৰ প্ৰিয় পাত্ৰ হবলৈ ইচ্ছা কৰি, তেওঁ পৌলক ৰখীয়াৰ অধিনত থৈ গ'ল৷ BSB BSB: After two years had passed, Felix was succeeded by Porcius Festus. And wishing to do the Jews a favor, Felix left Paul in prison.
Select verses for actions: Enter goes to them and Escape comes back.