2 ULB দানিয়েলে ক’লে, বোলে মই ৰাতি দৰ্শনত চাই দেখিলোঁ। যে, মহাসমুদ্ৰৰ ওপৰত আকাশৰ চাৰি বায়ু প্ৰচণ্ড বেগেৰে বলাইছে। BSB BSB: Daniel declared: “In my vision in the night I looked, and suddenly the four winds of heaven were churning up the great sea.
3 ULB আৰু সমুদ্ৰৰ পৰা চাইটা বৃহৎ জন্তু ওলাই আহিল; সিহঁতৰ আকাৰ বেলেগ আছিল। BSB BSB: Then four great beasts came up out of the sea, each one different from the others:
4 ULB প্ৰথমটো সিংহৰ নিচিনা, আৰু কুৰৰ পক্ষীৰ ডেউকাৰ নিচিনা তাৰ ডেউকা আছিল; মই চাই থাকোঁতে থাকোঁতে, তাৰ সেই ডেউকা দুখন তাৰ পৰা এৰুউৱা হ’ল; পাছে তাক মাটিৰ পৰা তুলি মানুহৰ নিচিনাকৈ মাটিত ভৰ দিয়াই থিয় কৰোৱা হ’ল, আৰি মানুহৰ হৃদয় তাক দিয়া গ’ল। BSB BSB: The first beast was like a lion, and it had the wings of an eagle. I watched until its wings were torn off and it was lifted up from the ground and made to stand on two feet like a man and given the mind of a man.
5 ULB পাছে মই আৰু এটা জন্তু দেখিলোঁ, সেই দ্বিতীয় জন্তু ভালুকৰ নিচিনা, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোঁৱা গল,উঠ অধিককৈ মঙহ খা। BSB BSB: Suddenly another beast appeared, which looked like a bear. It was raised up on one of its sides, and it had three ribs in its mouth between its teeth. So it was told, ‘Get up and gorge yourself on flesh!’
6 ULB তাৰ পাছত মই চাই আৰু এটা জন্ত দেখিলোঁ, সি নাহৰফুটুকী বাঘৰ নিচিনা; তাৰ পিঠিত চৰাইৰ ডেউকাৰ নিচিনা চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাইটা মুৰো আছিল; তাক ৰাজাভাৰ দিয়া হল। BSB BSB: Next, as I watched, suddenly another beast appeared. It was like a leopard, and on its back it had four wings like those of a bird. The beast also had four heads, and it was given authority to rule.
7 ULB তাৰ পাছত মই ৰাতি দৰ্শনত চাই চতুৰ্থ এক জন্তু দেখিলোঁ; সি, ভয়ঙ্কৰ, বলিষ্ঠ, আৰু অতিশয় শক্তিমান; তাৰ লোহাৰ ডাঙৰ দাঁত আছিল; সি খালে, ডোখৰ ডোখৰ কৰিলে, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিলে; আৰু পৰ্ব্বৰ জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহোটা শিং আছিল। BSB BSB: After this, as I watched in my vision in the night, suddenly a fourth beast appeared, and it was terrifying—dreadful and extremely strong—with large iron teeth. It devoured and crushed; then it trampled underfoot whatever was left. It was different from all the beasts before it, and it had ten horns.
8 ULB মই সেই শিঙলৈ মন কৰি থাকোতেই, সেইবোৰৰ মাজত আৰু এটা সৰু শিং ওলাল, আৰু তাৰ সাক্ষাতে পুৰ্ব্বৰ শিংবোৰৰ তিনিটা শিং উঘলা হল; সেই শিংৰ মানুহৰ চকুৰ নিচিনা দুটা চকু, আৰু বৰ বৰ কথা কোৱা এখন মুখ আছিল। BSB BSB: While I was contemplating the horns, suddenly another horn, a little one, came up among them, and three of the first horns were uprooted before it. This horn had eyes like those of a man and a mouth that spoke words of arrogance.
9 ULB পাছে মই চাই থাকোঁতে থাকোঁতে দেখিলোঁ কেইখনমান আসন স্হাপন কৰা হল, আৰু অনাদি কালৰ বৃদ্ধজনা বহিল; তেওঁৰ বস্ত্ৰ হিমৰ নিচিনা বগা, আৰু চুলি ভেড়াৰ শুদ্ধ নোমৰ নিচিনা; তেওঁৰ সিংহাখন অগ্নিশিখা আৰু তাৰ চক্ৰবোৰ জলন্ত জুই। BSB BSB: As I continued to watch, thrones were set in place, and the Ancient of Days took His seat. His clothing was white as snow, and the hair of His head was like pure wool. His throne was flaming with fire, and its wheels were all ablaze.
10 ULB তেওঁৰ সন্মূখৰ পৰা এখন অগ্নিৰ নৈ ওলাই বৈ গৈছিল; হাজাৰ হাজৰে তেওঁৰ পৰিচৰ্য্যা কৰিছিল, আৰু অযুত অযুতে তেওঁৰ আগত থিয় হৈছিল; পাছে বিচাৰ সভা বহিল, আৰু পুথিবোৰ মেলা হ’ল। BSB BSB: A river of fire was flowing, coming out from His presence. Thousands upon thousands attended Him, and myriads upon myriads stood before Him. The court was convened, and the books were opened.
11 ULB সেই সময়ত মই চাই থাকোঁতে থাকোঁতে শিংটোৱে কোৱা বৰ বৰ কথাৰ শব্দৰ কাৰণে, মই চাই থাকোঁতে থাকোঁতে শেষত সেই জন্তু হত হ’ল, আৰু তাৰ শৰীৰ নষ্ট হ’ল। তাক অগ্নিশিখাত পেলাই দিয়া হ’ল। BSB BSB: Then I kept watching because of the arrogant words the horn was speaking. As I continued to watch, the beast was slain, and its body was destroyed and thrown into the blazing fire.
12 ULB আৰু বাকী জন্তু কেইটাৰ বিষয়ে হ’লে, সিহঁতৰ পৰা ৰাজ্য ভাৰ নিয়া হ’ল; তথাপি উপযুক্ত সময় আৰু নিৰূপিত কাললৈকে সিহঁতৰ আয়ুস দীঘলাই দিয়া হৈছিল। BSB BSB: As for the rest of the beasts, their dominion was removed, but they were granted an extension of life for a season and a time.
14 ULB আৰু সকলো জাতি, দেশ, আৰু ভাষাৰ লোকবিলাকে তেওঁক সেৱা কৰিবৰ নিমিত্তে তেওঁক ৰাজ শাসন, মহিমা, আৰু ৰাজ্যভাৰ দিয়া হ’ল; তেওঁ ৰাজ শাসন চিৰকাললৈকে থকা ৰাজশাসন, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য অবিনাশী। BSB BSB: And He was given dominion, glory, and kingship, that the people of every nation and language should serve Him. His dominion is an everlasting dominion that will not pass away, and His kingdom is one that will never be destroyed.
15 ULB দানিয়েল যি মই, মোৰ শৰীৰত মোৰ আত্মাই যাতনা পালে, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে। BSB BSB: I, Daniel, was grieved in my spirit, and the visions in my mind alarmed me.
16 ULB পাছে থিয় হৈ থকাবিলাকৰ মাজৰ এজনৰ ওচৰলৈ মই গৈ, এই সকলো বিষয়ে তেওঁক ঠিক কথা সুধিলোঁ; তাতে তেওঁ এই কথা কৈ সেই সকলো অৰ্থ মোক বুজালে। BSB BSB: I approached one of those who were standing there, and I asked him the true meaning of all this. So he told me the interpretation of these things:
17 ULB এই যি বৃহৎ জন্ত চাৰিটা আছে, এইবোৰ পৃথিৱীত হবলগীয়া চাৰিজন ৰজা। BSB BSB: ‘These four great beasts are four kings who will arise from the earth.
18 ULB কিন্তু সৰ্ব্বোপৰিজনাৰ পবিত্ৰ লোকবিলাকে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব। BSB BSB: But the saints of the Most High will receive the kingdom and possess it forever—yes, forever and ever.’
19 ULB তেতিয়া, আন সকলোতকৈ বেলেগ আৰু অতি ভয়ানক লোহাৰ দাঁত আৰু পিতলৰ নখ থকা যি চতুৰ্থ জন্তুৱে খালে, ডোখৰ ডোখৰ কৰিলে, আৰু অৱশিষ্টবোৰ ভৰিয়ে গচকিলে। BSB BSB: Then I wanted to know the true meaning of the fourth beast, which was different from all the others—extremely terrifying—devouring and crushing with iron teeth and bronze claws, then trampling underfoot whatever was left.
20 ULB তাৰ বিষয়ে, আৰু তাৰ মুৰৰ দহোটা শিঙৰ বিষয়ে, আৰু আন এটা শিং উৎপন্ন হল, যাৰ আগত তিনিটা শিং পৰিল, অৰ্থাৎ যাৰ চকু, আৰু বৰ বৰ কথা কোৱা মুখ আছিল, আৰু নিজৰ লগৰীয়াবোৰতকৈ অধিক গৰ্ব্বী দেখা গৈছিল, তাৰ বিষয়ে মই ঠিক কথা জানিব খুজিলোঁ। BSB BSB: I also wanted to know about the ten horns on its head and the other horn that came up, before which three of them fell—the horn whose appearance was more imposing than the others, with eyes and with a mouth that spoke words of arrogance.
21 ULB মই চাই থাকোঁতে থকোঁতেই সেই শিঙে পবিত্ৰবিলাকৰ লগত যুদ্ধ কৰি তেওঁবিলাকক পৰাজয় কৰিলে; BSB BSB: As I watched, this horn was waging war against the saints and prevailing against them,
22 ULB শেষত সেই অনাদি কালৰ বৃদ্ধজনা আহিলত, সৰ্ব্বোপৰিজনাৰ পবিত্ৰ লোকবিলাকৰ হাতত বিচাৰভাৰ আৰু ৰাজ্যভাৰ আৰু ৰাজ্যভাৰ দিয়া হল, আৰু পবিত্ৰবিলাকে ৰাজ্য ভোগ কৰা সময় উপস্থিত হল। BSB BSB: until the Ancient of Days arrived and pronounced judgment in favor of the saints of the Most High, and the time came for them to possess the kingdom.
23 ULB সেই পুৰুষজনে এই কথা কলে, যি ৰাজ্য সকলো ৰাজ্যতকৈ বেলেগ হব, গোটেই পৃথিৱীক গ্ৰাস কৰিব, আৰু ভৰিয়ে গচকি গুৰি কৰিব, চতুৰ্থ জন্তটোৱে পৃথিৱীৰ এনে চতুৰ্থ ৰাজ্য বুজায়। BSB BSB: This is what he said: ‘The fourth beast is a fourth kingdom that will appear on the earth, different from all the other kingdoms, and it will devour the whole earth, trample it down, and crush it.
24 ULB আৰু সেই দহোটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহ জন ৰজা উৎপন্ন হব; তেওঁবিলাকৰ পাছত আন এজন ৰজা উৎপন্ন হব; তেওঁ আগৰবিলাকতকৈ বেলেগ হব, তেওঁ তিনি জন ৰজাক নত কৰিব। BSB BSB: And the ten horns are ten kings who will rise from this kingdom. After them another king, different from the earlier ones, will rise and subdue three kings.
25 ULB তেওঁ সৰ্ব্বোপৰিজনাৰ অহিতে কথা কব, সৰ্ব্বোপৰিজনাৰ পবিত্ৰবিলাকক দুখ দিব, নিৰুপিত সময় আৰু ব্যৱস্হা সলনি কৰিবলৈ মন কৰিব, আৰু এক কাল দুই কাল, আৰু আধা কাললৈকে তেওঁবিলাকক তেওঁৰ হাতত শোধাই দিয়া হব। BSB BSB: He will speak out against the Most High and oppress the saints of the Most High, intending to change the appointed times and laws; and the saints will be given into his hand for a time, and times, and half a time.
26 ULB কিন্ত বিচাৰ-সভা বহিব; তাতে তেওঁৰ ৰাজ্যৰ তেওঁৰ পৰা নিয়া হব; আৰু শেষ নথকাকৈ সেয়ে ক্ষয় পাই বিনষ্ট হব। BSB BSB: But the court will convene, and his dominion will be taken away and completely destroyed forever.
27 ULB ৰাজ্যভাৰ আৰু ৰাজশাসন, আৰু গোটেই আকাশ-মন্দলৰ তলত থকা ৰাজ্যবিলাকৰ মহিমা সৰ্ব্বোপৰিজনা পবিত্ৰ প্ৰজাবিলাকক দিয়া হব; তেওঁৰ ৰাজ্য অনন্ত কাললৈকে থকা ৰাজ্য, আৰু সকলো শাসনকৰ্ত্তাই তেওঁক সেৱা কৰিব আৰু তেওঁ আজ্ঞা পালন কৰিব। BSB BSB: Then the sovereignty, dominion, and greatness of the kingdoms under all of heaven will be given to the people, the saints of the Most High. His kingdom will be an everlasting kingdom, and all rulers will serve and obey Him.’
Select verses for actions: Enter goes to them and Escape comes back.