1 ULB পাছে মই ঘুৰি, সুৰ্য্যৰ তলত যি সকলো অত্যাচাৰ কৰা হয়, সেই সকলো চালোঁ; চোৱা অত্যাচাৰ পোৱা লোকবিলাকৰ চকুলো বৈছে, কিন্তু তেওঁবিলাকক শান্তনা কৰোঁতা কোনো নাই; আৰু তেওঁবিলাকক অত্যাচাৰ কৰোঁতাবিলাকৰ ফালে বল আছে; কিন্তু তেওঁবিলাকক শান্তানা কৰোঁতা কোনো নাই। BSB BSB: Again I looked, and I considered all the oppression taking place under the sun. I saw the tears of the oppressed, and they had no comforter; the power lay in the hands of their oppressors, and there was no comforter.
2 ULB এই হেতুকে, বৰ্ত্তমানে জীয়াই থকা জীৱিতবিলাকতকৈ, আগেয়ে মৰা মৃতবিলাকৰ মই প্ৰশংসা কৰিলোঁ। BSB BSB: So I admired the dead, who had already died, above the living, who are still alive.
3 ULB এনেকি যিজনে আজিলৈকে জন্ম পোৱা নাই, আৰু সুৰ্য্যৰ তলত কৰা বেয়া কাৰ্য্য দেখা নাই, তাক মই সেই উভয়তকৈয়ো সুখী জ্ঞান কৰিলোঁ। BSB BSB: But better than both is he who has not yet existed, who has not seen the evil that is done under the sun.
4 ULB পাছে সকলো পৰিশ্ৰম আৰু নিপুণতাৰে কৰা প্ৰত্যেক কাৰ্য্য চাই বুজিলো, যে, ইয়াৰ কাৰণে মানুহ ওচৰ চুবুৰীয়াৰ পৰা ঈৰ্ষাপ্ৰাপ্ত হয়; ইয়ো অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ। BSB BSB: I saw that all labor and success spring from a man’s envy of his neighbor. This too is futile and a pursuit of the wind.
5 ULB অজ্ঞান মানুহে হাত সাৱটি থাকি নিজকে নিজে খায়। BSB BSB: The fool folds his hands and consumes his own flesh.
6 ULB পৰিশ্ৰম, আৰু বতাহক ধৰিবলৈ কৰা চেষ্টাৰে সৈতে দুই মুঠিতকৈ শান্তিৰে সৈতে এমুঠিয়েই ভাল। BSB BSB: Better one handful with tranquility than two handfuls with toil and pursuit of the wind.
7 ULB পাছে মই ঘুৰি সুৰ্য্যৰ তলত অসাৰতা দেখিলোঁ। BSB BSB: Again, I saw futility under the sun.
8 ULB কোনো মানুহ অকলশৰে থাকে, তাৰ দ্বিতীয় কোনো নাই; এনেকি তাৰ পুতেক কি ভায়েক ককায়েক কোনো নাই; তথাপি তাৰ পৰিশ্ৰমৰ সীমা নাই, তাৰ চকুও ধন সম্পত্তিত তৃপ্ত নহয়। সি “কয় তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ, আৰু নিজ প্ৰাণক সুখভোগৰ পৰা বঞ্চিত কৰিছোঁ?” ইও অসাৰ, এনেকি অতি দুখজনক ব্যৱসায়। BSB BSB: There is a man all alone, without even a son or brother. And though there is no end to his labor, his eyes are still not content with his wealth: “For whom do I toil and bereave my soul of enjoyment?” This too is futile—a miserable task.
9 ULB এজনতকৈ দুজন ভাল, কিয়নো তেওঁবিলাকৰ পৰিশ্ৰমৰ দ্বাৰাই সুফল হয়। BSB BSB: Two are better than one, because they have a good return for their labor.
10 ULB কাৰণ তেওঁবিলাক পৰিলে, এজনে নিজৰ সঙ্গীক তুলিব পাৰে। কিন্তু যি জন অকলশৰীয়া, সি পৰিলে তাৰ সন্তাপ হব; কিয়নো তাক তুলিবলৈ দ্বিতীয় নাই। BSB BSB: For if one falls down, his companion can lift him up; but pity the one who falls without another to help him up!
11 ULB আকৌ দুজনে একেলগে শুলে উম পায়; কিন্তু এজনে অকলে কেনেকৈ উম পাব? BSB BSB: Again, if two lie down together, they will keep warm; but how can one keep warm alone?
12 ULB আৰু যি অকলশৰীয়া তাক যদিও কোনোৱে পৰাজয় কৰে, তথাপি দুজনে তাৰ প্ৰতিৰোধ কৰিব; াৰু তিনিগুণীয়া ৰছা বেগাই নিছিগে। BSB BSB: And though one may be overpowered, two can resist. Moreover, a cord of three strands is not quickly broken.
13 ULB যি অজ্ঞান বৃদ্ধ ৰজাই কোনো পৰামৰ্শ লবলৈ আৰু নুবুজে, এনে ৰজাতকৈ বলৱান দুখীয়া ডেকাই ভাল। BSB BSB: Better is a poor but wise youth than an old but foolish king who no longer knows how to take a warning.
14 ULB কিয়নো তেওঁ ৰজা হবৰ নিমিত্তে বন্দীশালৰ পৰা ওলাইছিল; এনেকি এওঁ নিজৰ ৰাজ্যত দৰিদ্ৰ অৱস্থাত জন্ম গ্ৰহণ কৰিছিল। BSB BSB: For the youth has come from the prison to the kingship, though he was born poor in his own kingdom.
15 ULB মই দেখিলোঁ যে, যি ডেকাই অৰ্থাৎ দ্বিতীয় জনেতেওঁৰ পদত ৰাজত্ব পালে, সুৰ্য্যৰ তলত অহা-যোৱা কৰা সকলো জীয়া প্ৰাণী সেই জনৰ ফলীয়া হ’ল। BSB BSB: I saw that all who lived and walked under the sun followed this second one, the youth who succeeded the king.
16 ULB যি লোকবিলাকৰ ওপৰত তেওঁ ৰজা হ’ল, সেই লোকবিলাকৰ সীমা নাই; তথাপি ভাবী কালৰ লোকবিলাকে তেওঁত আনন্দ নকৰিব। অৱশ্যে ইও অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ। BSB BSB: There is no limit to all the people who were before them. Yet the successor will not be celebrated by those who come even later. This too is futile and a pursuit of the wind.
Select verses for actions: Enter goes to them and Escape comes back.