1 ULB যাকোবৰ লগত ইস্ৰায়েলৰ যি সকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম: BSB BSB: These are the names of the sons of Israel who went to Egypt with Jacob, each with his family:
2 ULB ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা; BSB BSB: Reuben, Simeon, Levi, and Judah;
3 ULB ইচাখৰ, জবূলূন, আৰু বিন্যামীন; BSB BSB: Issachar, Zebulun, and Benjamin;
4 ULB দান আৰু নপ্তালী; গাদ আৰু আচেৰ। BSB BSB: Dan and Naphtali; Gad and Asher.
5 ULB যাকোবৰ বংশধৰ সকল সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল। BSB BSB: The descendants of Jacob numbered seventy in all, including Joseph, who was already in Egypt.
6 ULB তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল। BSB BSB: Now Joseph and all his brothers and all that generation died,
7 ULB ইস্ৰায়েলৰ সন্তান সকল বহুবংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল। BSB BSB: but the Israelites were fruitful and increased rapidly; they multiplied and became exceedingly numerous, so that the land was filled with them.
8 ULB তাৰ পাছত যোচেফক সোঁৱৰণ কৰা কথাক গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ মিচৰত উত্থান হ’ল। BSB BSB: Then a new king, who did not know Joseph, came to power in Egypt.
9 ULB তেওঁ তেওঁৰ প্ৰজা সকলক ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত। BSB BSB: “Look,” he said to his people, “the Israelites have become too numerous and too powerful for us.
10 ULB আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহঁক। নহলে, তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব। BSB BSB: Come, let us deal shrewdly with them, or they will increase even more; and if a war breaks out, they may join our enemies, fight against us, and leave the country.”
12 ULB কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে। BSB BSB: But the more they were oppressed, the more they multiplied and flourished; so the Egyptians came to dread the Israelites.
13 ULB মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল। BSB BSB: They worked the Israelites ruthlessly
15 ULB তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে। BSB BSB: Then the king of Egypt said to the Hebrew midwives, whose names were Shiphrah and Puah,
16 ULB ৰজাই ক’লে, “যি সময়ত আপোনালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিব, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তানক লক্ষ্য কৰিব; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিব, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিব।” BSB BSB: “When you help the Hebrew women give birth, observe them on the birthstools. If the child is a son, kill him; but if it is a daughter, let her live.”
17 ULB কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু সকলক জীয়াই ৰাখিলে। BSB BSB: The midwives, however, feared God and did not do as the king of Egypt had instructed; they let the boys live.
18 ULB মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “আপোনালোকে কিয় ল’ৰা শিশু সকলক জীয়াই ৰাখিলে?” BSB BSB: So the king of Egypt summoned the midwives and asked them, “Why have you done this? Why have you let the boys live?”
19 ULB তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ পূৰ্ব্বেই, তেওঁলোক নিজে সন্তান প্ৰসৱ কৰে।” BSB BSB: The midwives answered Pharaoh, “The Hebrew women are not like the Egyptian women, for they are vigorous and give birth before a midwife arrives.”
20 ULB ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল। BSB BSB: So God was good to the midwives, and the people multiplied and became even more numerous.
21 ULB ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে। BSB BSB: And because the midwives feared God, He gave them families of their own.
22 ULB পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে, “আপোনালোক নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিব।” BSB BSB: Then Pharaoh commanded all his people: “Every son born to the Hebrews you must throw into the Nile, but every daughter you may allow to live.”