Ezekiel 15 15 Ezekiel Judgment on Jerusalem Assamese Unlocked Literal Bible 1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Then the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ? BSB BSB: “Son of man, how does the wood of the vine surpass any other branch among the trees in the forest?
3 ULB কোনো কাৰ্য্য কৰিবলৈ মানুহে জানো তাৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুঁটি আনিব? BSB BSB: Can wood be taken from it to make something useful? Or can one make from it a peg on which to hang utensils?
4 ULB চোৱা, তাক পুৰিবলৈ জুইত দিয়াৰ পাছত জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ ডেই গ’লে সেয়ে জানো কোনো কাৰ্য্যৰ যোগ্য হ’ব? BSB BSB: No, it is cast into the fire for fuel. The fire devours both ends, and the middle is charred. Can it be useful for anything?
5 ULB চোৱা, সেয়ে সম্পৰ্ণ থাকোঁতেও কোনো কাৰ্য্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে ডেই গ’লে কোনো কামৰ নিমিত্তে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব? BSB BSB: Even when it was whole, it could not be made useful. How much less can it ever be useful when the fire has consumed it and charred it!
6 ULB এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে,কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীবিলাককো কৰিম। BSB BSB: Therefore this is what the Lord GOD says: ‘Like the wood of the vine among the trees of the forest, which I have given to the fire for fuel, so I will give up the people of Jerusalem.
7 ULB মই তেওঁবিলাকৰ বিৰুদ্ধে মুখ কৰিম; তেওঁবিলাক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুয়ে তেওঁবিলাকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁবিলাকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে, যিহোৱা, তাক তোমালোকে জানিবা। BSB BSB: And I will set My face against them. Though they may have escaped the fire, yet another fire will consume them. And when I set My face against them, you will know that I am the LORD.
8 ULB আৰু তেওঁবিলাকে সত্য লঙ্ঘন কৰা বাবে, মই দেশ উচ্ছন্ন কৰিম, ইয়াক যিহোৱাই কৈছে। BSB BSB: Thus I will make the land desolate, because they have acted unfaithfully,’ declares the Lord GOD.”
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Ezekiel 15
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Ezekiel 15, and keep Opened free for readers who can’t pay.