1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Moreover, the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, BSB BSB: “Son of man, set your face against Mount Seir and prophesy against it,
3 ULB আৰু তাক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে চেয়ীৰ পৰ্ব্বত, তোৱা, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস আৰু বিস্ময় ঠাই কৰিম। BSB BSB: and declare that this is what the Lord GOD says: Behold, I am against you, O Mount Seir. I will stretch out My hand against you and make you a desolate waste.
4 ULB মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম: আৰু তোমাক ধ্বংস কৰা হ’ব; তাতে মই যে যিহোৱা তাক তুমি জানিবা। BSB BSB: I will turn your cities into ruins, and you will become a desolation. Then you will know that I am the LORD.
5 ULB তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, ইস্ৰায়েলৰ সন্তানবিলাকৰ আপদৰ কালতেই তুমি তেওঁবিলাকক তৰোৱালৰ হাতত শোধাই দিলা। BSB BSB: Because you harbored an ancient hatred and delivered the Israelites over to the sword in the time of their disaster at the final stage of their punishment,
6 ULB এই নিমিত্তে প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। BSB BSB: therefore as surely as I live, declares the Lord GOD, I will give you over to bloodshed and it will pursue you. Since you did not hate bloodshed, it will pursue you.
7 ULB এইদৰে মই চায়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম। BSB BSB: I will make Mount Seir a desolate waste and will cut off from it those who come and go.
8 ULB মই তাৰ হত লোকেৰে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম; তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত, আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকবিলাক পতিত হ’ব। BSB BSB: I will fill its mountains with the slain; those killed by the sword will fall on your hills, in your valleys, and in all your ravines.
9 ULB মই তোমাক চিৰকলীয়া ধ্বংসস্থান কৰিম, তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা। BSB BSB: I will make you a perpetual desolation, and your cities will not be inhabited. Then you will know that I am the LORD.
10 ULB তুমি ক’লা, সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম। BSB BSB: Because you have said, ‘These two nations and countries will be ours, and we will possess them,’ even though the LORD was there,
11 ULB এই হেতুকে, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁবিলাকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই সিহঁতৰ মাজত নিজকে চিনাকি দিম। BSB BSB: therefore as surely as I live, declares the Lord GOD, I will treat you according to the anger and jealousy you showed in your hatred against them, and I will make Myself known among them when I judge you.
12 ULB ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই যিহোৱাই যে শুনিলোঁ, তাক তুমি জানিবা। BSB BSB: Then you will know that I, the LORD, have heard every contemptuous word you uttered against the mountains of Israel when you said, ‘They are desolate; they are given to us to devour!’
13 ULB আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা, আৰু মোৰ অহিতে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ। BSB BSB: You boasted against Me with your mouth and multiplied your words against Me. I heard it Myself!
14 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম। BSB BSB: This is what the Lord GOD says: While the whole earth rejoices, I will make you desolate.
15 ULB ইস্ৰায়েলবংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব। BSB BSB: As you rejoiced when the inheritance of the house of Israel became desolate, so will I do to you. You will become a desolation, O Mount Seir, and so will all of Edom. Then they will know that I am the LORD.
Select verses for actions: Enter goes to them and Escape comes back.