1 ULB যি লোক সকলক ৰজা নবোখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল। BSB BSB: Now these are the people of the province who came up from the captivity of the exiles carried away to Babylon by Nebuchadnezzar its king. They returned to Jerusalem and Judah, each to his own town,
2 ULB তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল। BSB BSB: accompanied by Zerubbabel, Jeshua, Nehemiah, Seraiah, Reelaiah, Mordecai, Bilshan, Mispar, Bigvai, Rehum, and Baanah. This is the count of the men of Israel:
3 ULB পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন। BSB BSB: the descendants of Parosh, 2,172;
4 ULB চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন। BSB BSB: the descendants of Shephatiah, 372;
5 ULB আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন, BSB BSB: the descendants of Arah, 775;
6 ULB যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন। BSB BSB: the descendants of Pahath-moab (through the line of Jeshua and Joab), 2,812;
7 ULB এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন। BSB BSB: the descendants of Elam, 1,254;
8 ULB জত্তৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন। BSB BSB: the descendants of Zattu, 945;
9 ULB জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন। BSB BSB: the descendants of Zaccai, 760;
10 ULB বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন। BSB BSB: the descendants of Bani, 642;
11 ULB বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন। BSB BSB: the descendants of Bebai, 623;
12 ULB অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন। BSB BSB: the descendants of Azgad, 1,222;
13 ULB অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন। BSB BSB: the descendants of Adonikam, 666;
14 ULB বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন। BSB BSB: the descendants of Bigvai, 2,056;
15 ULB আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন। BSB BSB: the descendants of Adin, 454;
16 ULB হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন। BSB BSB: the descendants of Ater (through Hezekiah), 98;
17 ULB বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন। BSB BSB: the descendants of Bezai, 323;
18 ULB যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন। BSB BSB: the descendants of Jorah, 112;
19 ULB হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন। BSB BSB: the descendants of Hashum, 223;
20 ULB গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন। BSB BSB: the descendants of Gibbar, 95;
21 ULB বৈৎলেহমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন। BSB BSB: the men of Bethlehem, 123;
22 ULB নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন। BSB BSB: the men of Netophah, 56;
23 ULB অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন। BSB BSB: the men of Anathoth, 128;
24 ULB অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন। BSB BSB: the descendants of Azmaveth, 42;
25 ULB কিৰিয়ৎ আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন। BSB BSB: the men of Kiriath-jearim, Chephirah, and Beeroth, 743;
26 ULB ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন। BSB BSB: the men of Ramah and Geba, 621;
27 ULB মিক্মচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন। BSB BSB: the men of Michmash, 122;
28 ULB বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন। BSB BSB: the men of Bethel and Ai, 223;
29 ULB নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন। BSB BSB: the descendants of Nebo, 52;
30 ULB মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন। BSB BSB: the descendants of Magbish, 156;
31 ULB অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন। BSB BSB: the descendants of the other Elam, 1,254;
32 ULB হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন। BSB BSB: the descendants of Harim, 320;
33 ULB লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন। BSB BSB: the men of Lod, Hadid, and Ono, 725;
34 ULB যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন। BSB BSB: the men of Jericho, 345;
35 ULB চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন। BSB BSB: and the descendants of Senaah, 3,630.
36 ULB পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন। BSB BSB: The priests: The descendants of Jedaiah (through the house of Jeshua), 973;
38 ULB পচহূৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন। BSB BSB: the descendants of Pashhur, 1,247;
39 ULB হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোতৰ জন। BSB BSB: and the descendants of Harim, 1,017.
40 ULB লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মিয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন। BSB BSB: The Levites: the descendants of Jeshua and Kadmiel (through the line of Hodaviah), 74.
41 ULB মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন। BSB BSB: The singers: the descendants of Asaph, 128.
42 ULB দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লূম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন। BSB BSB: The gatekeepers: the descendants of Shallum, the descendants of Ater, the descendants of Talmon, the descendants of Akkub, the descendants of Hatita, and the descendants of Shobai, 139 in all.
43 ULB যিসকলক মন্দিৰৰ পৰিচৰ্য্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ, BSB BSB: The temple servants: the descendants of Ziha, the descendants of Hasupha, the descendants of Tabbaoth,
44 ULB কেৰোচ, চীয়হা, পাদোন, BSB BSB: the descendants of Keros, the descendants of Siaha, the descendants of Padon,
45 ULB লবানা, হগাবা, অক্কুব, BSB BSB: the descendants of Lebanah, the descendants of Hagabah, the descendants of Akkub,
46 ULB হাগব, চম্লয়, আৰু হাননৰ, বংশধৰসকল। BSB BSB: the descendants of Hagab, the descendants of Shalmai, the descendants of Hanan,
47 ULB গিদ্দেল, গহৰ, ৰায়া, BSB BSB: the descendants of Giddel, the descendants of Gahar, the descendants of Reaiah,
48 ULB ৰচীন, নকোদা, গজ্জম, BSB BSB: the descendants of Rezin, the descendants of Nekoda, the descendants of Gazzam,
49 ULB উজ্জা, পাচেহ, বেচয়, BSB BSB: the descendants of Uzza, the descendants of Paseah, the descendants of Besai,
50 ULB অস্না, মিয়ূনীম, আৰু নফূচীমৰ, বংশধৰসকল। BSB BSB: the descendants of Asnah, the descendants of Meunim, the descendants of Nephusim,
51 ULB বকবুক, হকুফা, হৰ্হূৰ, BSB BSB: the descendants of Bakbuk, the descendants of Hakupha, the descendants of Harhur,
52 ULB বস্লোত, মহীদা, হৰ্চা, BSB BSB: the descendants of Bazluth, the descendants of Mehida, the descendants of Harsha,
53 ULB বৰ্কোচ, চীচৰা, তেমহ, BSB BSB: the descendants of Barkos, the descendants of Sisera, the descendants of Temah,
54 ULB নচীহ, আৰু হটীফাৰ বংশধৰসকল। BSB BSB: the descendants of Neziah, and the descendants of Hatipha.
55 ULB চলোমনৰ দাসসকলৰ বংশধৰসকল: চোটয়, হচ্ছোপেৰৎ, পৰূদা, BSB BSB: The descendants of the servants of Solomon: the descendants of Sotai, the descendants of Hassophereth, the descendants of Peruda,
56 ULB যালা, দৰ্কোণ, গিদ্দেল, BSB BSB: the descendants of Jaala, the descendants of Darkon, the descendants of Giddel,
57 ULB চফটীয়া, হত্তীল, পোখৰৎ-হতবয়িম, আৰু আমী। এওঁলোকৰ বংশধৰ। BSB BSB: the descendants of Shephatiah, the descendants of Hattil, the descendants of Pochereth-hazzebaim, and the descendants of Ami.
58 ULB চলোমনৰ দাসসকলৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্য্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল। BSB BSB: The temple servants and descendants of the servants of Solomon numbered 392 in all.
59 ULB যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্ব্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল: BSB BSB: The following came up from Tel-melah, Tel-harsha, Cherub, Addan, and Immer, but they could not prove that their families were descended from Israel:
60 ULB দলায়াৰ টোবিয়াৰ আৰু নকোদৰ বংশধৰসকলৰ সংখ্যা: ছশ বাৱন্ন জন। BSB BSB: the descendants of Delaiah, the descendants of Tobiah, and the descendants of Nekoda, 652 in all.
61 ULB পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়াদৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল) BSB BSB: And from among the priests: the descendants of Hobaiah, the descendants of Hakkoz, and the descendants of Barzillai (who had married a daughter of Barzillai the Gileadite and was called by their name).
62 ULB তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়েহে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল। BSB BSB: These men searched for their family records, but they could not find them and so were excluded from the priesthood as unclean.
63 ULB তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে ঊৰীম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্র বস্তু নাখাবা। BSB BSB: The governor ordered them not to eat the most holy things until there was a priest to consult the Urim and Thummim.
64 ULB সৰ্ব্বমুঠ গোটেই দলটোৰ সংখ্যা: বিয়াল্লিশ হাজাৰ তিনিশ ষাঠীজন আছিল; BSB BSB: The whole assembly numbered 42,360,
65 ULB তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল। BSB BSB: in addition to their 7,337 menservants and maidservants, as well as their 200 male and female singers.
66 ULB তেওঁলোকৰ সাতশ চয়ত্ৰিশ টা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্চৰ, BSB BSB: They had 736 horses, 245 mules,
67 ULB চাৰিশ পঁয়ত্ৰিশ টা উট, আৰু ছয় হাজাৰ সাতশ বিশ টা গাধ আছিল। BSB BSB: 435 camels, and 6,720 donkeys.
68 ULB যেতিয়া তেওঁলোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ গৈছিল, তেতিয়া যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল। BSB BSB: When they arrived at the house of the LORD in Jerusalem, some of the heads of the families gave freewill offerings to rebuild the house of God on its original site.
69 ULB তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা(পাৰস্য দেশত প্রচলিত মূদ্রাৰ পৰিমাণ) পাঁচ হাজাৰ ৰূপৰ মিনা(মূদ্রা) আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে। BSB BSB: According to their ability, they gave to the treasury for this work 61,000 darics of gold, 5,000 minas of silver, and 100 priestly garments.
70 ULB পুৰোহিতসকল, লেবীয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল, আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্য্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইস্ৰায়েলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল। BSB BSB: So the priests, the Levites, the singers, the gatekeepers, and the temple servants, along with some of the people, settled in their own towns; and the rest of the Israelites settled in their towns.
Select verses for actions: Enter goes to them and Escape comes back.