Jeremiah 45 45 Jeremiah The fall of Jerusalem Assamese Unlocked Literal Bible 1 ULB যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোৱাকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত, নেৰিয়াৰ পুত্ৰ বাৰূকে এইবোৰ কথা যিৰিমিয়াৰ মুখৰ পৰা পুথি এখনত লিখা সময়ত, যিৰিমিয়া ভাববাদীয়ে তেওঁক এই কথা ক’লে, BSB BSB: This is the word that Jeremiah the prophet spoke to Baruch son of Neriah when he wrote these words on a scroll at the dictation of Jeremiah in the fourth year of Jehoiakim son of Josiah, king of Judah:
2 ULB “হে বাৰূক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তোমাক এইদৰে কৈছে: BSB BSB: “This is what the LORD, the God of Israel, says to you, Baruch:
3 ULB তুমি ক’লা, যে,‘হায় হায়, মই সন্তাপৰ পাত্ৰ। কিয়নো যিহোৱাই মোৰ বেদনাতে শোক লগ লগাই দিছে; মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণী নাপাওঁ।’ BSB BSB: You have said, ‘Woe is me because the LORD has added sorrow to my pain! I am worn out with groaning and have found no rest.’”
4 ULB তুমি তেওঁক কোৱা: যিহোৱাই এই কথা কৈছে: চোৱা, মই যি সাজিলোঁ, তাক ভাঙিম, আৰু মই যি ক’লোঁ, তাক উঘালিম, আৰু গোটেই দেশত এনেকৈয়ে কৰিম। BSB BSB: Thus Jeremiah was to say to Baruch: “This is what the LORD says: Throughout the land I will demolish what I have built and uproot what I have planted.
5 ULB তেন্তে তুমি নিজৰ বাবে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, যিহোৱাই কৈছে, মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম’।” BSB BSB: But as for you, do you seek great things for yourself? Stop seeking! For I will bring disaster on every living creature, declares the LORD, but wherever you go, I will grant your life as a spoil of war.”
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Jeremiah 45
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Jeremiah 45, and keep Opened free for readers who can’t pay.