1 ULB কিয়নো চোৱা, সেইবাৰ দিনত আৰু সেই সময়ত, যেতিয়া মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, BSB BSB: “Yes, in those days and at that time, when I restore Judah and Jerusalem from captivity,
2 ULB তেতিয়া মই আটাই জাতিক গোটাই যিহোচাফটযিহোৱাৰ বিচাৰ উপত্যকালৈ নমাই আনিম; আৰু মোৰ প্ৰজা ও আধিপত্য যি ইস্ৰায়েলক সিহঁতে জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু মোৰ দেশ ভাগ বাঁটি ললে, মই সেই ইস্ৰায়েলৰ অৰ্থে তাত সিহঁতে সৈতে প্ৰতিবাদ কৰিম; BSB BSB: I will gather all the nations and bring them down to the Valley of Jehoshaphat. There I will enter into judgment against them concerning My people, My inheritance, Israel, whom they have scattered among the nations as they divided up My land.
3 ULB সিহঁতে মোৰ প্ৰজাবিলাকৰ নিমিত্তে চিঠী-খেলালে, ল’ৰা দি বেশ্যা ললে, আৰু পান কৰিবৰ অভিপ্ৰায়েৰে ছোৱালী দি দ্ৰাক্ষাৰস কিনিলে। BSB BSB: They cast lots for My people; they bartered a boy for a prostitute and sold a girl for wine to drink.
4 ULB আৰু হে তুৰ, চীদোন, আৰু পলেষ্টীয়াবিলাকৰ আটাই অঞ্চল, মোৰ আগত তোমালোক কি? তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধিব খুজিছা নে? যদি তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধা, তেন্তে মই বেগেৰে অতি শীঘ্ৰে, তোমালোকে সধা প্ৰতিকাৰৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম। BSB BSB: Now what do you have against Me, O Tyre, Sidon, and all the regions of Philistia? Are you rendering against Me a recompense? If you retaliate against Me, I will swiftly and speedily return your recompense upon your heads.
5 ULB কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা, আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুলৈ গলা; BSB BSB: For you took My silver and gold and carried off My finest treasures to your temples.
6 ULB তোমালোকে যিহূদাৰ আৰু যিৰূচালেমৰ সন্তানবিলাকক তেওঁবিলাকৰ সীমাৰ পৰা দূৰ কৰিবৰ নিমিত্তে যাবনৰ সন্তানবিলাকৰ গুৰিত তেওঁবিলাকক বেচিলা। BSB BSB: You sold the people of Judah and Jerusalem to the Greeks, to send them far from their homeland.
7 ULB কিন্তু চোৱা যি ঠাইত তোমালোকে তেওঁবিলাকক বেচিলা, সেই ঠাইৰ পৰা মই তেওঁবিলাকক সাৰ পোওৱাই উদ্ধাৰ কৰিম, আৰু তোমালোকে সধা প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম। BSB BSB: Behold, I will rouse them from the places to which you sold them; I will return your recompense upon your heads.
8 ULB আৰু তোমালোকৰ পো-জীবোৰক যিহূদাৰ সন্তানবিলাকৰ হাতত বেচিম, আৰু তেওঁবিলাকে সিহঁতক দূৰত থকা জাতি চিবায়ীয়া লোকবিলাকৰ গুৰিত বেচিব; কিয়নো যিহোৱাই ইয়াক কলে। BSB BSB: I will sell your sons and daughters into the hands of the people of Judah, and they will sell them to the Sabeans—to a distant nation.” Indeed, the LORD has spoken.
9 ULB তোমালোকে জাতিবিলাকৰ মাজত এই কথা ঘোষণা কৰা, যুদ্ধ আৰম্ভ কৰা, বীৰবিলাকক জগোৱা, আটাই ৰণুৱা আহি উপস্থিত হওক। BSB BSB: Proclaim this among the nations: “Prepare for war; rouse the mighty men; let all the men of war advance and attack!
10 ULB তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠী গঢ়োৱা; মই বীৰ, এই বুলি দুৰ্ব্বল জনে কওক। BSB BSB: Beat your plowshares into swords and your pruning hooks into spears. Let the weak say, ‘I am strong!’
11 ULB হে চাৰিওফালৰ আটাই জাতি, বেগেৰে আহি গোট খোৱা; হে যিহোৱা, তোমাৰ বীৰবিলাকক ইয়ালৈ নমাই আনা। BSB BSB: Come quickly, all you surrounding nations, and gather yourselves. Bring down Your mighty ones, O LORD.
12 ULB জাতিবিলাক জাগি উঠক, সিহঁত যিহোচাফট উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইতে চাৰিওফালে থকা জাতিবিলাকৰ বিচাৰ কৰিবলৈ বহিম। BSB BSB: Let the nations be roused and advance to the Valley of Jehoshaphat, for there I will sit down to judge all the nations on every side.
13 ULB তোমালোকে কাচি লগোৱা; কিয়নো শস্য পকিল; আহাঁ গচকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ আছে, আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে; কাৰণ সিহঁতৰ দুষ্টতা অধিক। BSB BSB: Swing the sickle, for the harvest is ripe. Come, trample the grapes, for the winepress is full; the wine vats overflow because their wickedness is great.
14 ULB দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকাত লোক জুমে জুমে আছে; কিয়নো দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকাত দণ্ড দিব লগা যিহোৱাৰ দিন ওচৰ। BSB BSB: Multitudes, multitudes in the valley of decision! For the Day of the LORD is near in the valley of decision.
15 ULB সূৰ্য্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে। BSB BSB: The sun and moon will grow dark, and the stars will no longer shine.
16 ULB আৰু যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব, আকাশ-মণ্ডল আৰু পৃথিবী কঁপিব; কিন্তু যিহোৱা নিজ প্ৰজাবিলাকৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তানবিলাকৰ কোঁঠস্বৰূপ হব। BSB BSB: The LORD will roar from Zion and raise His voice from Jerusalem; heaven and earth will tremble. But the LORD will be a refuge for His people, a stronghold for the people of Israel.
17 ULB তাতে, মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, তাক তোমালোকে জানিবা; তেতিয়া যিৰূচালেম পবিত্ৰ হব, বিদেশীবোৰে তাৰ মাজেদি আৰু অহা-যোৱা নকৰিব। BSB BSB: Then you will know that I am the LORD your God, who dwells in Zion, My holy mountain. Jerusalem will be holy, never again to be overrun by foreigners.
18 ULB সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিৰ্টীমৰ উপত্যকাত পানী দিব। BSB BSB: And in that day the mountains will drip with sweet wine, and the hills will flow with milk. All the streams of Judah will run with water, and a spring will flow from the house of the LORD to water the Valley of Acacias.
19 ULB যিহূদাৰ সন্তানবিলাকক কৰা অত্যাচাৰৰ নিমিত্তে মিচৰ ধ্বংসস্থান হব, আৰু ইদোম ধ্বংস-অৰণ্য হব, কিয়নো সিহঁতে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে। BSB BSB: Egypt will become desolate, and Edom a desert wasteland, because of the violence done to the people of Judah, in whose land they shed innocent blood.
20 ULB কিন্তু যিহূদী চিৰকাললৈকে, আৰু যিৰূচালেম পুৰুষানুক্ৰমে থাকিব। BSB BSB: But Judah will be inhabited forever, and Jerusalem from generation to generation.
21 ULB আৰু মই তেওঁবিলাকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম; কিয়নো যিহোৱাই চিয়োনত বাস কৰিছে। BSB BSB: For I will avenge their blood, which I have not yet avenged.” For the LORD dwells in Zion.