1 ULB যীচুৱে ক’লে, “মই সচাঁকৈ আপোনালোকক কওঁ, যি জনে ভেড়াৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিবর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত। BSB BSB: “Truly, truly, I tell you, whoever does not enter the sheepfold by the gate, but climbs in some other way, is a thief and a robber.
2 ULB যি জনে দুৱাৰেদি সোমায়, তেওঁ ভেড়াৰখীয়া। BSB BSB: But the one who enters by the gate is the shepherd of the sheep.
3 ULB দ্বাৰ-ৰক্ষকে ভেড়াৰখীয়াক দুৱাৰ মেলি দিয়ে। ভেড়াবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ ভেড়াবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। BSB BSB: The gatekeeper opens the gate for him, and the sheep listen for his voice. He calls his own sheep by name and leads them out.
4 ULB নিজৰ সকলো ভেড়াক বাহিৰ কৰাৰ পাছত তেওঁ ভেড়াবোৰৰ আগে আগে যায় আৰু ভেড়াবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়। BSB BSB: When he has brought out all his own, he goes on ahead of them, and his sheep follow him because they know his voice.
5 ULB সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়। BSB BSB: But they will never follow a stranger; in fact, they will flee from him because they do not recognize his voice.”
6 ULB যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে। BSB BSB: Jesus spoke to them using this illustration, but they did not understand what He was telling them.
7 ULB তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সচাঁই কওঁ, ময়েই ভেড়াৰ গৰালৰ দুৱাৰ। BSB BSB: So He said to them again, “Truly, truly, I tell you, I am the gate for the sheep.
8 ULB মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু ভেড়াবোৰে সিহঁতৰ কথা নুশুনিলে। BSB BSB: All who came before Me were thieves and robbers, but the sheep did not listen to them.
9 ULB ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব। BSB BSB: I am the gate. If anyone enters through Me, he will be saved. He will come in and go out and find pasture.
10 ULB চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলো। BSB BSB: The thief comes only to steal and kill and destroy. I have come that they may have life, and have it in all its fullness.
12 ULB কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে ভেড়াৰখীয়া নহয় আৰু ভেড়াবোৰ তেওঁৰ নিজৰ নহয়; সেইবাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, ভেড়াবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে। BSB BSB: The hired hand is not the shepherd, and the sheep are not his own. When he sees the wolf coming, he abandons the sheep and runs away. Then the wolf pounces on them and scatters the flock.
13 ULB এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; ভেড়াবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে। BSB BSB: The man runs away because he is a hired servant and is unconcerned for the sheep.
14 ULB ময়েই সজ ভেড়াৰখীয়া; মই নিজৰ ভেড়াবোৰক জানো আৰু মোৰ মেৰবোৰেও মোক জানে; BSB BSB: I am the good shepherd. I know My sheep and My sheep know Me,
15 ULB পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ ভেড়াৰ বাবে নিজৰ প্ৰাণকো দিওঁ। BSB BSB: just as the Father knows Me and I know the Father. And I lay down My life for the sheep.
19 ULB এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে। BSB BSB: Again there was division among the Jews because of Jesus’ message.
20 ULB তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?” BSB BSB: Many of them said, “He is demon-possessed and insane. Why would you listen to Him?”
21 ULB আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?” BSB BSB: But others replied, “These are not the words of a man possessed by a demon. Can a demon open the eyes of the blind?”
23 ULB সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল। BSB BSB: and Jesus was walking in the temple courts in Solomon’s Colonnade.
24 ULB তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেন্তে আমাক স্পষ্টকৈ কোৱা।” BSB BSB: So the Jews gathered around Him and demanded, “How long will You keep us in suspense? If You are the Christ, tell us plainly.”
25 ULB যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে। BSB BSB: “I already told you,” Jesus replied, “but you did not believe. The works I do in My Father’s name testify on My behalf.
26 ULB তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ ভেড়াৰ জাকৰ মাজৰ নহয়। BSB BSB: But because you are not My sheep, you refuse to believe.
28 ULB মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব। BSB BSB: I give them eternal life, and they will never perish. No one can snatch them out of My hand.
29 ULB মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে। BSB BSB: My Father who has given them to Me is greater than all. No one can snatch them out of My Father’s hand.
31 ULB তেতিয়া ইহুদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল’লে। BSB BSB: At this, the Jews again picked up stones to stone Him.
32 ULB যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?” BSB BSB: But Jesus responded, “I have shown you many good works from the Father. For which of these do you stone Me?”
33 ULB ইহুদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেইকাৰণেহে বিচাৰিছো।” BSB BSB: “We are not stoning You for any good work,” said the Jews, “but for blasphemy, because You, who are a man, make Yourself out to be God.”
34 ULB যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, তোমালোক ঈশ্বৰ’? BSB BSB: Jesus replied, “Is it not written in your Law: ‘I have said you are gods’?
35 ULB যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰ বুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়৷), BSB BSB: If he called them gods to whom the word of God came—and the Scripture cannot be broken—
36 ULB তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কয় নেকি যে ‘তুমি ঈশ্বৰ নিন্দা কৰিছা,’ কাৰণ ময়ো ক’লো যে ‘মই ঈশ্বৰৰ পুত্ৰ’? BSB BSB: then what about the One whom the Father sanctified and sent into the world? How then can you accuse Me of blasphemy for stating that I am the Son of God?
37 ULB মোৰ পিতৃৰ কার্য যদি মই নকৰো, তেনেহলে মোক বিশ্বাস নকৰিব; BSB BSB: If I am not doing the works of My Father, then do not believe Me.
38 ULB কিন্তু যদি কৰোঁ, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰক, যাতে আপোনালোকে জানিব পাৰে আৰু বুজিব পাৰে যে পিতৃ মোত আছে আৰু মই পিতৃত আছো।” BSB BSB: But if I am doing them, even though you do not believe Me, believe the works themselves, so that you may know and understand that the Father is in Me, and I am in the Father.”
39 ULB তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গ’ল। BSB BSB: At this, they tried again to seize Him, but He escaped their grasp.
40 ULB পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল। BSB BSB: Then Jesus went back across the Jordan to the place where John had first been baptizing, and He stayed there.
41 ULB তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱাকুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।” BSB BSB: Many came to Him and said, “Although John never performed a sign, everything he said about this man was true.”
42 ULB আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে। BSB BSB: And many in that place believed in Jesus.
Select verses for actions: Enter goes to them and Escape comes back.