1 ULB দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তানসকলৰ জনগোষ্ঠীৰ সীমা নিৰূপণ কৰা হ’ল। BSB BSB: Now the allotment for the clans of the tribe of Judah extended to the border of Edom, to the Wilderness of Zin at the extreme southern boundary:
2 ULB তেওঁলোকৰ দক্ষিণ সীমা লৱণ সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল। BSB BSB: Their southern border started at the bay on the southern tip of the Salt Sea,
3 ULB অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷ BSB BSB: proceeded south of the Ascent of Akrabbim, continued on to Zin, went over to the south of Kadesh-barnea, ran past Hezron up to Addar, and curved toward Karka.
4 ULB পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷ BSB BSB: It proceeded to Azmon, joined the Brook of Egypt, and ended at the Sea. This was their southern border.
5 ULB যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷ BSB BSB: The eastern border was the Salt Sea as far as the mouth of the Jordan. The northern border started from the bay of the sea at the mouth of the Jordan,
6 ULB এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷ BSB BSB: went up to Beth-hoglah, proceeded north of Beth-arabah, and went up to the Stone of Bohan son of Reuben.
7 ULB পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়ি-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল। BSB BSB: Then the border went up to Debir from the Valley of Achor, turning north to Gilgal, which faces the Ascent of Adummim south of the ravine. It continued along the waters of En-shemesh and came out at En-rogel.
8 ULB তাৰ পাছত সেই সীমা বিন-হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷ BSB BSB: From there the border went up the Valley of Ben-hinnom along the southern slope of the Jebusites (that is, Jerusalem) and ascended to the top of the hill that faces the Valley of Hinnom on the west, at the northern end of the Valley of Rephaim.
9 ULB পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷ BSB BSB: From the hilltop the border curved to the spring of the Waters of Nephtoah, proceeded to the cities of Mount Ephron, and then bent around toward Baalah (that is, Kiriath-jearim).
10 ULB পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎ-শেমশে হৈ তিম্নৰ কাষেৰে গ’ল৷ BSB BSB: The border curled westward from Baalah to Mount Seir, ran along the northern slope of Mount Jearim (that is, Chesalon), went down to Beth-shemesh, and crossed to Timnah.
11 ULB আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল। BSB BSB: Then it went out to the northern slope of Ekron, curved toward Shikkeron, proceeded to Mount Baalah, went on to Jabneel, and ended at the Sea.
12 ULB পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা জনগোষ্ঠীৰ সন্তানসকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা। BSB BSB: And the western border was the coastline of the Great Sea. These are the boundaries around the clans of the descendants of Judah.
13 ULB পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তানসকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অৰ্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ (সেই অৰ্ব্ব অনাৰ পিতৃ আছিল)৷ BSB BSB: According to the LORD’s command to him, Joshua gave Caleb son of Jephunneh a portion among the sons of Judah—Kiriath-arba, that is, Hebron. (Arba was the forefather of Anak.)
14 ULB কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহীমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে। BSB BSB: And Caleb drove out from there the three sons of Anak—the descendants of Sheshai, Ahiman, and Talmai, the children of Anak.
15 ULB পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল (পূৰ্ব্বে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল)৷ BSB BSB: From there he marched against the inhabitants of Debir (formerly known as Kiriath-sepher).
16 ULB সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷” BSB BSB: And Caleb said, “To the man who strikes down Kiriath-sepher and captures it, I will give my daughter Acsah in marriage.”
17 ULB তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে। BSB BSB: So Othniel son of Caleb’s brother Kenaz captured the city, and Caleb gave his daughter Acsah to him in marriage.
18 ULB সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?” BSB BSB: One day Acsah came to Othniel and urged him to ask her father for a field. When she got off her donkey, Caleb asked her, “What do you desire?”
19 ULB তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে। BSB BSB: “Give me a blessing,” she answered. “Since you have given me land in the Negev, give me springs of water as well.” So Caleb gave her both the upper and lower springs.
20 ULB এয়ে যিহূদা সন্তানসকলৰ নিজ নিজ জনগোষ্ঠী অনুসাৰে তেওঁলোকৰ সন্তানসকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল। BSB BSB: This is the inheritance of the clans of the tribe of Judah.
21 ULB ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা জনগোষ্ঠীৰ নগৰসমূহ কৱচেল, এদৰ, যাগূৰ, BSB BSB: These were the southernmost cities of the tribe of Judah in the Negev toward the border of Edom: Kabzeel, Eder, Jagur,
22 ULB কীনা, দীমোনা, অদাদা, BSB BSB: Kinah, Dimonah, Adadah,
23 ULB কেদচ, হাচোৰ, যিৎনন, BSB BSB: Kedesh, Hazor, Ithnan,
24 ULB জীফলম, টেলন, বালোৎ৷ BSB BSB: Ziph, Telem, Bealoth,
25 ULB হাচোৰ-হদত্তা, কৰিয়োৎ-হিষ্ৰোণ অৰ্থাৎ হাচোৰ, BSB BSB: Hazor-hadattah, Kerioth-hezron (that is, Hazor),
26 ULB অমাম, চমা, মোলদা, BSB BSB: Amam, Shema, Moladah,
27 ULB হচৰ-গদ্দা, হিচ্মোন বৈৎ-পেলট, BSB BSB: Hazar-gaddah, Heshmon, Beth-pelet,
28 ULB হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷ BSB BSB: Hazar-shual, Beersheba, Biziothiah,
29 ULB বালা, ইয়ীম, এচম, BSB BSB: Baalah, Iim, Ezem,
30 ULB ইল্তোলদ, কচীল, হৰ্মা, BSB BSB: Eltolad, Chesil, Hormah,
31 ULB চিক্লগ, মদ্মন্না, চন্চন্না, BSB BSB: Ziklag, Madmannah, Sansannah,
32 ULB লবায়োৎ, চিল্হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ (২৯)৷ BSB BSB: Lebaoth, Shilhim, Ain, and Rimmon—twenty-nine cities in all, along with their villages.
33 ULB পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্না, BSB BSB: These were in the foothills: Eshtaol, Zorah, Ashnah,
34 ULB জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম, BSB BSB: Zanoah, En-gannim, Tappuah, Enam,
35 ULB যৰ্মুৎ, অদ্দুলম, চোকো, অজেকা, BSB BSB: Jarmuth, Adullam, Socoh, Azekah,
36 ULB চাৰয়িম, অদীথয়িম আৰু গদেৰা (গদেৰোথয়িম)৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌদ্ধখন (১৪)৷ BSB BSB: Shaaraim, Adithaim, and Gederah (or Gederothaim)—fourteen cities, along with their villages.
37 ULB চনান, হদাচা, মিগ্দল-গাদ, BSB BSB: Zenan, Hadashah, Migdal-gad,
38 ULB দিলিয়ন, মিস্পী, যক্তেল, BSB BSB: Dilan, Mizpeh, Joktheel,
39 ULB লাখীচ, বস্কৎ, ইগ্লোন৷ BSB BSB: Lachish, Bozkath, Eglon,
40 ULB কব্বোন, লহমম, কিৎলীচ, BSB BSB: Cabbon, Lahmas, Chitlish,
41 ULB গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন (১৬)৷ BSB BSB: Gederoth, Beth-dagon, Naamah, and Makkedah—sixteen cities, along with their villages.
42 ULB লিব্না, এথৰ, আচন, BSB BSB: Libnah, Ether, Ashan,
43 ULB যিপ্তহ, অস্না, নচীব, BSB BSB: Iphtah, Ashnah, Nezib,
44 ULB কয়ীলা, অক্জীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন (৯)খন নগৰ আছিল। BSB BSB: Keilah, Achzib, and Mareshah—nine cities, along with their villages.
45 ULB ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ; BSB BSB: Ekron, with its towns and villages;
46 ULB ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ। BSB BSB: from Ekron to the sea, all the cities near Ashdod, along with their villages;
47 ULB অচদোদ, তাৰ উপনগৰ আৰু গাওঁ; ঘচা, তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷ BSB BSB: Ashdod, with its towns and villages; Gaza, with its towns and villages, as far as the Brook of Egypt and the coastline of the Great Sea.
48 ULB পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো, BSB BSB: These were in the hill country: Shamir, Jattir, Socoh,
49 ULB দন্না, কিৰিয়ৎ-চন্না (দবীৰ), BSB BSB: Dannah, Kiriath-sannah (that is, Debir),
50 ULB অনাব, ইষ্টিমোৱা, আনীম, BSB BSB: Anab, Eshtemoh, Anim,
51 ULB গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ (১১)খন নগৰ৷ BSB BSB: Goshen, Holon, and Giloh—eleven cities, along with their villages.
52 ULB অৰাব, দূমা, ইচিয়ন, BSB BSB: Arab, Dumah, Eshan,
53 ULB যানীম, বৈৎ-তপ্পূহ, অফেকা, BSB BSB: Janim, Beth-tappuah, Aphekah,
54 ULB হুম্টা, কিৰিয়ৎ-অৰ্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন (৯) খন৷ BSB BSB: Humtah, Kiriath-arba (that is, Hebron), and Zior—nine cities, along with their villages.
55 ULB মায়োন, কৰ্ম্মিল, জীফ, যুটা, BSB BSB: Maon, Carmel, Ziph, Juttah,
56 ULB যিজ্ৰিয়েল, যক্দিয়াম, জানোহ, BSB BSB: Jezreel, Jokdeam, Zanoah,
57 ULB কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন (১০)৷ BSB BSB: Kain, Gibeah, and Timnah—ten cities, along with their villages.
58 ULB হল্হূল, বৈৎ-চুৰ, গদোৰ, BSB BSB: Halhul, Beth-zur, Gedor,
59 ULB মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ (৬)৷ BSB BSB: Maarath, Beth-anoth, and Eltekon—six cities, along with their villages.
60 ULB কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ (২)৷ BSB BSB: Kiriath-baal (that is, Kiriath-jearim), and Rabbah—two cities, along with their villages.
61 ULB মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা, BSB BSB: These were in the wilderness: Beth-arabah, Middin, Secacah,
62 ULB নিব্চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন (৬)৷ BSB BSB: Nibshan, the City of Salt, and En-gedi—six cities, along with their villages.
Select verses for actions: Enter goes to them and Escape comes back.