2 ULB অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল; BSB BSB: Abraham was the father of Isaac, Isaac the father of Jacob, and Jacob the father of Judah and his brothers.
3 ULB যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষৰোণৰ পুত্ৰ ৰাম৷ BSB BSB: Judah was the father of Perez and Zerah by Tamar, Perez the father of Hezron, and Hezron the father of Ram.
4 ULB ৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহ্চোন; নহ্চোনৰ পুত্ৰ চলমোন৷ BSB BSB: Ram was the father of Amminadab, Amminadab the father of Nahshon, and Nahshon the father of Salmon.
6 ULB যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্য্যা। BSB BSB: and Jesse the father of David the king. Next: David was the father of Solomon by Uriah’s wife,
7 ULB চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা; BSB BSB: Solomon the father of Rehoboam, Rehoboam the father of Abijah, and Abijah the father of Asa.
9 ULB উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷ BSB BSB: Uzziah was the father of Jotham, Jotham the father of Ahaz, and Ahaz the father of Hezekiah.
10 ULB হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷ BSB BSB: Hezekiah was the father of Manasseh, Manasseh the father of Amon, Amon the father of Josiah,
11 ULB যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্রায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাবে লৈ যোৱাৰ সময়ত এওঁলোক আছিল। BSB BSB: and Josiah the father of Jeconiah and his brothers at the time of the exile to Babylon.
12 ULB বাবিললৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল; BSB BSB: After the exile to Babylon: Jeconiah was the father of Shealtiel, Shealtiel the father of Zerubbabel,
13 ULB জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷ BSB BSB: Zerubbabel the father of Abiud, Abiud the father of Eliakim, and Eliakim the father of Azor.
14 ULB আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ; BSB BSB: Azor was the father of Zadok, Zadok the father of Achim, and Achim the father of Eliud.
15 ULB ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷ BSB BSB: Eliud was the father of Eleazar, Eleazar the father of Matthan, Matthan the father of Jacob,
16 ULB যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়। BSB BSB: and Jacob the father of Joseph, the husband of Mary, of whom was born Jesus, who is called Christ.
19 ULB তেওঁৰ স্বামী যোচেফ এজন ধাৰ্ম্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। BSB BSB: Because Joseph her husband was a righteous man and was unwilling to disgrace her publicly, he resolved to divorce her quietly.
20 ULB তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া এজন প্ৰভুৰ দূত আহি সপোনত তেওঁক দৰ্শন দি কলে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্য্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে। BSB BSB: But after he had pondered these things, an angel of the Lord appeared to him in a dream and said, “Joseph, son of David, do not be afraid to embrace Mary as your wife, for the One conceived in her is from the Holy Spirit.
21 ULB তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপবোৰৰ পৰা মুক্ত কৰিব।” BSB BSB: She will give birth to a Son, and you are to give Him the name Jesus, because He will save His people from their sins.”
23 ULB "চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব; এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। BSB BSB: “Behold, the virgin will be with child and will give birth to a son, and they will call Him Immanuel” (which means, “God with us”).
24 ULB পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে। BSB BSB: When Joseph woke up, he did as the angel of the Lord had commanded him and embraced Mary as his wife.
25 ULB কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে। BSB BSB: But he had no union with her until she gave birth to a Son. And he gave Him the name Jesus.