1 ULB এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীলৰ পৰা যর্দনৰ সিপাৰে থকা যিহূদিয়া দেশৰ সীমালৈ আহিল৷ BSB BSB: When Jesus had finished saying these things, He left Galilee and went into the region of Judea beyond the Jordan.
2 ULB মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে। BSB BSB: Large crowds followed Him, and He healed them there.
3 ULB সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, "কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধি-সন্মত হয় নে?" BSB BSB: Then some Pharisees came and tested Him by asking, “Is it lawful for a man to divorce his wife for any reason?”
5 ULB তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, 'এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব?' BSB BSB: and said, ‘For this reason a man will leave his father and mother and be united to his wife, and the two will become one flesh’?
6 ULB তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক-দেহ হ'ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।" BSB BSB: So they are no longer two, but one flesh. Therefore what God has joined together, let man not separate.”
7 ULB তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, "তেন্তে মোচিয়ে কিয় ত্যাগ পত্ৰ দি ভার্য্যাক এৰিবলৈ আদেশ দিছে?" BSB BSB: “Why then,” they asked, “did Moses order a man to give his wife a certificate of divorce and send her away?”
9 ULB সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্য্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেন্তে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্য্যাক বিয়া কৰায়, তেন্তে তেৱোঁ ব্যভিচাৰ কৰে।" BSB BSB: Now I tell you that whoever divorces his wife, except for sexual immorality, and marries another woman commits adultery.”
11 ULB যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে। BSB BSB: “Not everyone can accept this word,” He replied, “but only those to whom it has been given.
13 ULB তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা-ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক দাবি-ধমকি দিবলৈ ধৰিলে। BSB BSB: Then little children were brought to Jesus for Him to place His hands on them and pray for them. And the disciples rebuked those who brought them.
14 ULB তেতিয়া যীচুৱে কলে, "শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।" BSB BSB: But Jesus said, “Let the little children come to Me, and do not hinder them! For the kingdom of heaven belongs to such as these.”
15 ULB ইয়াৰ পিছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল। BSB BSB: And after He had placed His hands on them, He went on from there.
16 ULB এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, "হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎকৰ্ম্ম কৰিব লাগিব?" BSB BSB: Just then a man came up to Jesus and inquired, “Teacher, what good thing must I do to obtain eternal life?”
17 ULB যীচুৱে তেওঁক ক’লে,“সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেন্তে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।" BSB BSB: “Why do you ask Me about what is good?” Jesus replied. “There is only One who is good. If you want to enter life, keep the commandments.”
18 ULB মানুহ জনে তেওঁক সুধিলে,"কোনবোৰ আজ্ঞা?" যীচুৱে ক‘লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা; BSB BSB: “Which ones?” the man asked. Jesus answered, “‘Do not murder, do not commit adultery, do not steal, do not bear false witness,
19 ULB মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।" BSB BSB: honor your father and mother, and love your neighbor as yourself.’”
20 ULB সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, "মইতো এই সকলোবোৰ পালন কৰি আহিছো; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে?" BSB BSB: “All these I have kept,” said the young man. “What do I still lack?”
21 ULB যীচুৱে তেওঁক ক’লে, "যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেন্তে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা। BSB BSB: Jesus told him, “If you want to be perfect, go, sell your possessions and give to the poor, and you will have treasure in heaven. Then come, follow Me.”
22 ULB এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল। BSB BSB: When the young man heard this, he went away in sorrow, because he had great wealth.
23 ULB তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "মই তোমালোকক সচাঁকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন। BSB BSB: Then Jesus said to His disciples, “Truly I tell you, it is hard for a rich man to enter the kingdom of heaven.
24 ULB পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।" BSB BSB: Again I tell you, it is easier for a camel to pass through the eye of a needle than for a rich man to enter the kingdom of God.”
25 ULB এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?" BSB BSB: When the disciples heard this, they were greatly astonished and asked, “Who then can be saved?”
26 ULB যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।” BSB BSB: Jesus looked at them and said, “With man this is impossible, but with God all things are possible.”
27 ULB তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওঁক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছো, তেনেহলে আমি পাম নে?” BSB BSB: “Look,” Peter replied, “we have left everything to follow You. What then will there be for us?”
28 ULB যীচুৱে তেওঁলোকক ক’লে, "মই সচাঁকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰভাৱেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা। BSB BSB: Jesus said to them, “Truly I tell you, in the renewal of all things, when the Son of Man sits on His glorious throne, you who have followed Me will also sit on twelve thrones, judging the twelve tribes of Israel.
29 ULB যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব। BSB BSB: And everyone who has left houses or brothers or sisters or father or mother or wife or children or fields for the sake of My name will receive a hundredfold and will inherit eternal life.
30 ULB যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ‘ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ’ব। BSB BSB: But many who are first will be last, and the last will be first.