1 ULB দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল, BSB BSB: When the wall had been rebuilt and I had set the doors in place, the gatekeepers, singers, and Levites were appointed.
2 ULB মই মোৰ ভাই হনানীক, হনানিয়াৰ সৈতে যিৰূচালেমৰ দ্ৱায়িত্ৱ দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্ৱায়িত্ৱ বহন কৰিব পৰা নাছিল। BSB BSB: Then I put my brother Hanani in charge of Jerusalem, along with Hananiah the commander of the fortress, because he was a faithful man who feared God more than most.
3 ULB মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।” BSB BSB: And I told them, “Do not open the gates of Jerusalem until the sun is hot. While the guards are on duty, keep the doors shut and securely fastened. And appoint the residents of Jerusalem as guards, some at their posts and some at their own homes.”
4 ULB এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল। BSB BSB: Now the city was large and spacious, but there were few people in it, and the houses had not yet been rebuilt.
5 ULB প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ। BSB BSB: Then my God put it into my heart to assemble the nobles, the officials, and the people to be enrolled by genealogy. I found the genealogical register of those who had first returned, and I found the following written in it:
6 ULB “প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবুখুদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল। BSB BSB: These are the people of the province who came up from the captivity of the exiles carried away to Babylon by Nebuchadnezzar its king. They returned to Jerusalem and Judah, each to his own town,
7 ULB তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে। BSB BSB: accompanied by Zerubbabel, Jeshua, Nehemiah, Azariah, Raamiah, Nahamani, Mordecai, Bilshan, Mispereth, Bigvai, Nehum, and Baanah. This is the count of the men of Israel:
8 ULB পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন। BSB BSB: the descendants of Parosh, 2,172;
9 ULB চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন। BSB BSB: the descendants of Shephatiah, 372;
10 ULB আৰহৰ বংশধৰ ছশ বাৱন্ন জন। BSB BSB: the descendants of Arah, 652;
11 ULB যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎমোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন। BSB BSB: the descendants of Pahath-moab (through the line of Jeshua and Joab), 2,818;
12 ULB এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন। BSB BSB: the descendants of Elam, 1,254;
13 ULB জত্তৰ বংশধৰসকল আঠশ পঞ্চলিশ জন। BSB BSB: the descendants of Zattu, 845;
14 ULB জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন। BSB BSB: the descendants of Zaccai, 760;
15 ULB বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন। BSB BSB: the descendants of Binnui, 648;
16 ULB বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন। BSB BSB: the descendants of Bebai, 628;
17 ULB অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন। BSB BSB: the descendants of Azgad, 2,322;
18 ULB আদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন। BSB BSB: the descendants of Adonikam, 667;
19 ULB বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্টি জন। BSB BSB: the descendants of Bigvai, 2,067;
20 ULB আদীনৰ বংশধৰসকল ছশ পচপন্ন জন। BSB BSB: the descendants of Adin, 655;
21 ULB হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন। BSB BSB: the descendants of Ater (through Hezekiah), 98;
22 ULB হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন। BSB BSB: the descendants of Hashum, 328;
23 ULB বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন। BSB BSB: the descendants of Bezai, 324;
24 ULB হাৰীফৰ বংশধৰসকল এশ বাৰ জন। BSB BSB: the descendants of Hariph, 112;
25 ULB গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন। BSB BSB: the descendants of Gibeon, 95;
26 ULB বৈৎলেহম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন। BSB BSB: the men of Bethlehem and Netophah, 188;
27 ULB অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন। BSB BSB: the men of Anathoth, 128;
28 ULB বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন। BSB BSB: the men of Beth-azmaveth, 42;
29 ULB কিৰিয়ৎ-যিয়াৰিম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন। BSB BSB: the men of Kiriath-jearim, Chephirah, and Beeroth, 743;
30 ULB ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন। BSB BSB: the men of Ramah and Geba, 621;
31 ULB মিকমচৰ লোকসকল এশ বাইশ জন। BSB BSB: the men of Michmash, 122;
32 ULB বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন। BSB BSB: the men of Bethel and Ai, 123;
33 ULB অন্য নবোতৰ লোকসকল বাৱন্ন জন। BSB BSB: the men of the other Nebo, 52;
34 ULB অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন। BSB BSB: the descendants of the other Elam, 1,254;
35 ULB হাৰীমৰ লোকসকল তিনি শ বিশ জন। BSB BSB: the descendants of Harim, 320;
36 ULB যিৰিহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন। BSB BSB: the men of Jericho, 345;
37 ULB লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন। BSB BSB: the men of Lod, Hadid, and Ono, 721;
38 ULB চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন। BSB BSB: and the descendants of Senaah, 3,930.
39 ULB পুৰোহিতসকল: যিদয়ৰ বংশধৰসকল(যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন। BSB BSB: The priests: the descendants of Jedaiah (through the house of Jeshua), 973;
40 ULB ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন। BSB BSB: the descendants of Immer, 1,052;
41 ULB পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন। BSB BSB: the descendants of Pashhur, 1,247;
42 ULB হাৰীমৰ বংশধৰসকল এক হাজাৰ সোতৰ জন। BSB BSB: and the descendants of Harim, 1,017.
43 ULB লেবীয়াসকল: হোদবাৰ বংশধৰ কদমীয়েল, আৰু কদমীয়েলৰ যেচুদা ৱাৰ বংশধৰসকল চৌসত্তৰ জন। BSB BSB: The Levites: the descendants of Jeshua (through Kadmiel, through the line of Hodevah), 74.
44 ULB গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন। BSB BSB: The singers: the descendants of Asaph, 148.
45 ULB চল্লুম, আটেৰ, টলমোন, আক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন। BSB BSB: The gatekeepers: the descendants of Shallum, the descendants of Ater, the descendants of Talmon, the descendants of Akkub, the descendants of Hatita, and the descendants of Shobai, 138 in all.
46 ULB মন্দিৰৰ দাসসকল: চীহা, হচুফা, টব্বায়োৎ, BSB BSB: The temple servants: the descendants of Ziha, the descendants of Hasupha, the descendants of Tabbaoth,
47 ULB কেৰোচ, চীয়া, পাদোন, BSB BSB: the descendants of Keros, the descendants of Sia, the descendants of Padon,
48 ULB লবানা, হগাবা, চলময়, BSB BSB: the descendants of Lebanah, the descendants of Hagabah, the descendants of Shalmai,
49 ULB হানন, গিদ্দেল, গহৰ, BSB BSB: the descendants of Hanan, the descendants of Giddel, the descendants of Gahar,
50 ULB ৰায়া, ৰচীন, নকোদা, BSB BSB: the descendants of Reaiah, the descendants of Rezin, the descendants of Nekoda,
51 ULB গজ্জম, উজ্জা, পাচেহ, BSB BSB: the descendants of Gazzam, the descendants of Uzza, the descendants of Paseah,
52 ULB বেচয়, মিয়ুনীম, নফুচচীম, BSB BSB: the descendants of Besai, the descendants of Meunim, the descendants of Nephushesim,
53 ULB বকবুক, হকুফা, হৰ্হুৰ, BSB BSB: the descendants of Bakbuk, the descendants of Hakupha, the descendants of Harhur,
54 ULB বচলীৎ, মহীদা, হৰ্চা, BSB BSB: the descendants of Bazlith, the descendants of Mehida, the descendants of Harsha,
55 ULB বৰ্কোচ, চীচৰা, তেমহ, BSB BSB: the descendants of Barkos, the descendants of Sisera, the descendants of Temah,
56 ULB নচীহ, আৰু হটীফাৰ বংশধৰসকল। BSB BSB: the descendants of Neziah, and the descendants of Hatipha.
57 ULB চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা, BSB BSB: The descendants of the servants of Solomon: the descendants of Sotai, the descendants of Sophereth, the descendants of Perida,
58 ULB যালা, দৰ্কোণ, গিদ্দেল, BSB BSB: the descendants of Jaala, the descendants of Darkon, the descendants of Giddel,
59 ULB চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল। BSB BSB: the descendants of Shephatiah, the descendants of Hattil, the descendants of Pochereth-hazzebaim, and the descendants of Amon.
60 ULB সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসসকলৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল। BSB BSB: The temple servants and descendants of the servants of Solomon numbered 392 in all.
61 ULB এওঁলোক তেল-মেলহ, তেলহৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্ব্ব-পুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে। BSB BSB: The following came up from Tel-melah, Tel-harsha, Cherub, Addon, and Immer, but they could not prove that their families were descended from Israel:
62 ULB দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন। BSB BSB: the descendants of Delaiah, the descendants of Tobiah, and the descendants of Nekoda, 642 in all.
63 ULB পুৰোহিতসকলৰ: হবায়া, হক্কোচ, আৰু বাৰ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল। BSB BSB: And from among the priests: the descendants of Hobaiah, the descendants of Hakkoz, and the descendants of Barzillai (who had married a daughter of Barzillai the Gileadite and was called by their name).
64 ULB বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল। BSB BSB: These men searched for their family records, but they could not find them and so were excluded from the priesthood as unclean.
65 ULB আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক। BSB BSB: The governor ordered them not to eat the most holy things until there was a priest to consult the Urim and Thummim.
66 ULB সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল। BSB BSB: The whole assembly numbered 42,360,
67 ULB তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল। BSB BSB: in addition to their 7,337 menservants and maidservants, as well as their 245 male and female singers.
68 ULB তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ, BSB BSB: They had 736 horses, 245 mules,
69 ULB চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল। BSB BSB: 435 camels, and 6,720 donkeys.
70 ULB পূৰ্ব্ব-পুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে। BSB BSB: Some of the heads of the families contributed to the project. The governor gave to the treasury 1,000 darics of gold, 50 bowls, and 530 priestly garments.
71 ULB পূৰ্ব্ব-পুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে। BSB BSB: And some of the heads of the families gave to the treasury for the project 20,000 darics of gold and 2,200 minas of silver.
72 ULB অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্টি খন বস্ত্ৰ দিলে। BSB BSB: The rest of the people gave a total of 20,000 darics of gold, 2,000 minas of silver, and 67 priestly garments.
73 ULB পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে। BSB BSB: So the priests, Levites, gatekeepers, singers, and temple servants, along with some of the people and the rest of the Israelites, settled in their own towns. And by the seventh month the Israelites had settled in their towns.
Select verses for actions: Enter goes to them and Escape comes back.