1 ULB আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম্ম নকৰিবা। সেই দিনা তোমালকৰ তূৰী বজোৱা দিন হ’ব। BSB BSB: “On the first day of the seventh month, you are to hold a sacred assembly, and you must not do any regular work. This will be a day for you to sound the trumpets.
2 ULB সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিৰ্ঘূণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা। BSB BSB: As a pleasing aroma to the LORD, you are to present a burnt offering of one young bull, one ram, and seven male lambs a year old, all unblemished,
3 ULB আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ, BSB BSB: together with their grain offerings of fine flour mixed with oil—three-tenths of an ephah with the bull, two-tenths of an ephah with the ram,
4 ULB আৰু মেৰ পোৱালিৰ সাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। BSB BSB: and a tenth of an ephah with each of the seven male lambs.
5 ULB আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগ উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering to make atonement for you.
6 ULB নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: These are in addition to the monthly and daily burnt offerings with their prescribed grain offerings and drink offerings. They are a pleasing aroma, a food offering to the LORD.
7 ULB সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য্য নকৰিবা। BSB BSB: On the tenth day of this seventh month, you are to hold a sacred assembly, and you shall humble yourselves; you must not do any work.
8 ULB কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: Present as a pleasing aroma to the LORD a burnt offering of one young bull, one ram, and seven male lambs a year old, all unblemished,
9 ULB আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ, BSB BSB: together with their grain offerings of fine flour mixed with oil—three-tenths of an ephah with the bull, two-tenths of an ephah with the ram,
10 ULB আৰু মেৰ পোৱালি সাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। BSB BSB: and a tenth of an ephah with each of the seven lambs.
11 ULB আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগ উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat for a sin offering, in addition to the sin offering of atonement and the regular burnt offering with its grain offering and drink offerings.
12 ULB আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা। BSB BSB: On the fifteenth day of the seventh month, you are to hold a sacred assembly; you must not do any regular work, and you shall observe a feast to the LORD for seven days.
13 ULB আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: As a pleasing aroma to the LORD, you are to present a food offering, a burnt offering of thirteen young bulls, two rams, and fourteen male lambs a year old, all unblemished,
14 ULB আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেৰ দুটাৰ প্ৰত্যেক মেৰৰ কাৰণে দহ ভাগৰ দুভাগ, BSB BSB: along with the grain offering of three-tenths of an ephah of fine flour mixed with oil with each of the thirteen bulls, two-tenths of an ephah with each of the two rams,
15 ULB আৰু মতা মেৰ পোৱালি চৌদ্ধটাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। BSB BSB: and a tenth of an ephah with each of the fourteen lambs.
16 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
17 ULB আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: On the second day you are to present twelve young bulls, two rams, and fourteen male lambs a year old, all unblemished,
18 ULB আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগ আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা। BSB BSB: along with the grain and drink offerings for the bulls, rams, and lambs, according to the number prescribed.
19 ULB নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
20 ULB আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নির্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: On the third day you are to present eleven bulls, two rams, and fourteen male lambs a year old, all unblemished,
21 ULB আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। BSB BSB: along with the grain and drink offerings for the bulls, rams, and lambs, according to the number prescribed.
22 ULB আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগ, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
23 ULB আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: On the fourth day you are to present ten bulls, two rams, and fourteen male lambs a year old, all unblemished,
24 ULB আৰু দমৰা গৰুৰ, মেৰৰ, আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। BSB BSB: along with the grain and drink offerings for the bulls, rams, and lambs, according to the number prescribed.
25 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
26 ULB আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: On the fifth day you are to present nine bulls, two rams, and fourteen male lambs a year old, all unblemished,
27 ULB আৰু দমৰা গৰুৰ, মেৰৰ, মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; BSB BSB: along with the grain and drink offerings for the bulls, rams, and lambs, according to the number prescribed.
28 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
29 ULB আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: On the sixth day you are to present eight bulls, two rams, and fourteen male lambs a year old, all unblemished,
30 ULB আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। BSB BSB: along with the grain and drink offerings for the bulls, rams, and lambs, according to the number prescribed.
31 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
32 ULB আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: On the seventh day you are to present seven bulls, two rams, and fourteen male lambs a year old, all unblemished,
33 ULB আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। BSB BSB: along with the grain and drink offerings for the bulls, rams, and lambs, according to the number prescribed.
34 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য ও তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
35 ULB অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায়ৰ কৰ্ম্ম নকৰিবা। BSB BSB: On the eighth day you are to hold a solemn assembly; you must not do any regular work.
36 ULB কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। BSB BSB: As a pleasing aroma to the LORD, you are to present a food offering, a burnt offering of one bull, one ram, and seven male lambs a year old, all unblemished,
37 ULB আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। BSB BSB: along with the grain and drink offerings for the bulls, rams, and lambs, according to the number prescribed.
38 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। BSB BSB: Include one male goat as a sin offering, in addition to the regular burnt offering with its grain offering and drink offering.
39 ULB সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।” BSB BSB: You are to present these offerings to the LORD at your appointed times, in addition to your vow and freewill offerings, whether burnt offerings, grain offerings, drink offerings, or peace offerings.”
40 ULB মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলক এই সকলো কথা ক’লে। BSB BSB: So Moses spoke all this to the Israelites just as the LORD had commanded him.
Select verses for actions: Enter goes to them and Escape comes back.