1 ULB পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞ-বেদি আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে। BSB BSB: On the day Moses finished setting up the tabernacle, he anointed and consecrated it and all its furnishings, along with the altar and all its utensils.
2 ULB সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষসকল, তেওঁলোকৰ পিতৃ-বংশৰ মুখিয়ালসকলে নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক জনগোষ্ঠীবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল। BSB BSB: And the leaders of Israel, the heads of their families, presented an offering. These men were the tribal leaders who had supervised the registration.
3 ULB তেওঁলোকে যিহোৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে ঢাকনি থকা ছখন গাড়ী আৰু বাৰটা ষাড়-গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষলৈ এখন এখন গাড়ী, আৰু প্ৰতিজনৰ কাৰণে এটা এটা ষাড়-গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে। BSB BSB: They brought as their offering before the LORD six covered carts and twelve oxen—an ox from each leader and a cart from every two leaders—and presented them before the tabernacle.
4 ULB তেতিয়া যিহোৱাই মোচিক কলে, BSB BSB: And the LORD said to Moses,
5 ULB “সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে, তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবীয়াসকলক দিবা, অৰ্থাৎ তেওঁলোকৰ প্রতিজনকে নিজ নিজ কাৰ্য্য অনুসাৰে দিবা।” BSB BSB: “Accept these gifts from them, that they may be used in the work of the Tent of Meeting. And give them to the Levites, to each man according to his service.”
6 ULB পাছত মোচিয়ে সেই সকলো গাড়ী আৰু ষাড়-গৰুবোৰ লৈ লেবীয়াসকলক দিলে। BSB BSB: So Moses took the carts and oxen and gave them to the Levites.
7 ULB গেৰ্চোনৰ সন্তানসকলক তেওঁলোকৰ কাৰ্য্যৰ প্রয়োজন অনুসাৰে দুখন গাড়ী আৰু চাৰিটা ষাড়-গৰু দিলে। BSB BSB: He gave the Gershonites two carts and four oxen, as their service required,
8 ULB তেওঁ মৰাৰীৰ সন্তানসকলক চাৰিখন গাড়ী আৰু আঠটা ষাড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্ৱত দিলে। তেওঁলোকৰ কাৰ্য্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে। BSB BSB: and he gave the Merarites four carts and eight oxen, as their service required, all under the direction of Ithamar son of Aaron the priest.
10 ULB মোচিয়ে যজ্ঞ-বেদি অভিষেক কৰা দিনা, অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞ-বেদিৰ আগত উপস্থিত কৰিলে। BSB BSB: When the altar was anointed, the leaders approached with their offerings for its dedication and presented them before the altar.
11 ULB তেতিয়া যিহোৱাই মোচিক কলে, “প্রতিজন অধ্যক্ষে এদিন এদিন যজ্ঞ-বেদিৰ প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব।” BSB BSB: And the LORD said to Moses, “Each day one leader is to present his offering for the dedication of the altar.”
12 ULB তেতিয়া প্ৰথম দিনা যিহূদা জনগোষ্ঠীৰ অম্মীনাদবৰ পুত্ৰ নহচোনে নিজৰ উপহাৰ আনিলে। BSB BSB: On the first day Nahshon son of Amminadab from the tribe of Judah drew near with his offering.
13 ULB তেওঁৰ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
14 ULB তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখ সোণৰ এটা পিয়লাও দান কৰিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
15 ULB নহচোনে হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া দিছিল। BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
16 ULB তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল। BSB BSB: one male goat for a sin offering;
17 ULB আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচোটা এবছৰীয়া মতা মেৰ পোৱালি দিছিল। এয়ে অম্মীনাদবৰ পুত্ৰ নহচোনৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Nahshon son of Amminadab.
18 ULB দ্বিতীয় দিনা, ইচাখৰৰ অধ্যক্ষ চুৱাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে। BSB BSB: On the second day Nethanel son of Zuar, the leader of Issachar, drew near.
19 ULB তেওঁ অনা উপহাৰ পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকলজোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। BSB BSB: The offering he presented was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
20 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
21 ULB নথনেলে হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
22 ULB তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল। BSB BSB: one male goat for a sin offering;
23 ULB মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চুৱাৰৰ পুত্ৰ নথনেলৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Nethanel son of Zuar.
24 ULB তৃতীয় দিনা, জবূলূনৰ সন্তানসকলৰ অধ্যক্ষ হেলোনৰ পুত্ৰ ইলীয়াবে উপহাৰ আনিলে। BSB BSB: On the third day Eliab son of Helon, the leader of the Zebulunites, drew near.
25 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিলে। এই দুই পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
26 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
27 ULB তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
28 ULB পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী আনিছিল; BSB BSB: one male goat for a sin offering;
29 ULB আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল হেলোনৰ পুত্ৰ ইলীয়াবৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Eliab son of Helon.
30 ULB চতুৰ্থ দিনা, ৰূবেণৰ সন্তানসকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে। BSB BSB: On the fourth day Elizur son of Shedeur, the leader of the Reubenites, drew near.
31 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
32 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
33 ULB তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
34 ULB আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল। BSB BSB: one male goat for a sin offering;
35 ULB ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Elizur son of Shedeur.
36 ULB পঞ্চম দিনা চিমিয়োনৰ সন্তানসকলৰ অধ্যক্ষ চূৰীচদ্দয়ৰ পুত্ৰ চলূমীয়েলে উপহাৰ আনিলে। BSB BSB: On the fifth day Shelumiel son of Zurishaddai, the leader of the Simeonites, drew near.
37 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
38 ULB আৰু ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল; BSB BSB: one gold dish weighing ten shekels, filled with incense;
39 ULB তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
40 ULB আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী। BSB BSB: one male goat for a sin offering;
41 ULB তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৰীচদ্দয়ৰ পুত্ৰ চলূমীয়েলৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Shelumiel son of Zurishaddai.
42 ULB ষষ্ঠ দিনা, গাদৰ সন্তানসকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াচফে উপহাৰ আনিলে। BSB BSB: On the sixth day Eliasaph son of Deuel, the leader of the Gadites, drew near.
43 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
44 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ এটা সোণৰ পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
45 ULB তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
46 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; BSB BSB: one male goat for a sin offering;
47 ULB তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল দূৱেলৰ পুত্ৰ ইলিয়াচফৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Eliasaph son of Deuel.
48 ULB সপ্তম দিনা, ইফ্ৰয়িমৰ সন্তানসকলৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ ইলীচামাই উপহাৰ আনিলে। BSB BSB: On the seventh day Elishama son of Ammihud, the leader of the Ephraimites, drew near.
49 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
50 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সসোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
51 ULB তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
52 ULB তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল; BSB BSB: one male goat for a sin offering;
53 ULB আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীহূদৰ পুত্ৰ ইলিচামাৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Elishama son of Ammihud.
54 ULB অষ্টম দিনা, মনচিৰ সন্তানসকলৰ অধ্যক্ষ পদাচূৰৰ পুত্ৰ গম্লীয়েলে উপহাৰ আনিলে। BSB BSB: On the eighth day Gamaliel son of Pedahzur, the leader of the Manassites, drew near.
55 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
56 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
57 ULB তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
58 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। BSB BSB: one male goat for a sin offering;
59 ULB তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল পদাচূৰৰ পুত্ৰ গম্লীয়েলৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Gamaliel son of Pedahzur.
60 ULB নৱম দিনা, বিন্যামীনৰ সন্তানসকলৰ অধ্যক্ষ গিদিয়োনীৰ পুত্ৰ অবীদানে উপহাৰ আনিলে। BSB BSB: On the ninth day Abidan son of Gideoni, the leader of the Benjamites, drew near.
61 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চোকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
62 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
63 ULB হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
64 ULB আৰু এটা এবচৰীয়া মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; BSB BSB: one male goat for a sin offering;
65 ULB তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল গিদিয়োনীয়া পুত্ৰ অবীদানৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Abidan son of Gideoni.
66 ULB দশম দিনা, দানৰ সন্তানসকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে। BSB BSB: On the tenth day Ahiezer son of Ammishaddai, the leader of the Danites, drew near.
67 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ এখন ৰূপৰ থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
68 ULB তেওঁধূপেৰে পূৰ হোৱা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
69 ULB তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
70 ULB আৰু পাপৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; BSB BSB: one male goat for a sin offering;
71 ULB তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Ahiezer son of Ammishaddai.
72 ULB একাদশ দিনা, আচেৰৰ সন্তানসকলৰ অধ্যক্ষ অক্ৰণৰ পুত্ৰ পগীয়েলে উপহাৰ আনিলে। BSB BSB: On the eleventh day Pagiel son of Ocran, the leader of the Asherites, drew near.
73 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
74 ULB তেওঁধূপেৰে পূৰ হৈ থকা দহ চেকল জোখ সোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
75 ULB তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
76 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। BSB BSB: one male goat for a sin offering;
77 ULB তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Pagiel son of Ocran.
78 ULB দ্বাদশ দিনা, নপ্তালীৰ সন্তানসকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে। BSB BSB: On the twelfth day Ahira son of Enan, the leader of the Naphtalites, drew near.
79 ULB তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰবপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভৈক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। BSB BSB: His offering was one silver platter weighing a hundred and thirty shekels, and one silver bowl weighing seventy shekels, both according to the sanctuary shekel and filled with fine flour mixed with oil for a grain offering;
80 ULB তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। BSB BSB: one gold dish weighing ten shekels, filled with incense;
81 ULB তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; BSB BSB: one young bull, one ram, and one male lamb a year old for a burnt offering;
82 ULB আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। BSB BSB: one male goat for a sin offering;
83 ULB তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল ঐননৰ পুত্ৰ অহীৰাৰ উপহাৰ। BSB BSB: and a peace offering of two oxen, five rams, five male goats, and five male lambs a year old. This was the offering of Ahira son of Enan.
84 ULB মোচিয়ে যজ্ঞ-বেদি অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল। BSB BSB: So these were the offerings from the leaders of Israel for the dedication of the altar when it was anointed: twelve silver platters, twelve silver bowls, and twelve gold dishes.
85 ULB তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰস্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল; BSB BSB: Each silver platter weighed a hundred and thirty shekels, and each silver bowl seventy shekels. The total weight of the silver articles was two thousand four hundred shekels, according to the sanctuary shekel.
86 ULB প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ বাৰটা পিয়লা পবিত্ৰস্থানৰ চেকল অনুসাৰে দহ চেকল জোখৰ সোণৰ আছিল; আটাই কেইটা পিয়লাৰ সোণ সৰ্ব্বমুঠ এশ বিশ চেকল আছিল। BSB BSB: The twelve gold dishes filled with incense weighed ten shekels each, according to the sanctuary shekel. The total weight of the gold dishes was a hundred and twenty shekels.
87 ULB তেওঁলোকে হোম বলিৰ অৰ্থে সৰ্ব্বমুঠ বাৰটা দমৰা ষাড়-গৰু, বাৰটা মতা ভেড়া, বাৰটা এবছৰীয়া মতা মেৰ পোৱালি, আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে বাৰটা মতা ছাগলী দান কৰিছিল। BSB BSB: All the livestock for the burnt offering totaled twelve bulls, twelve rams, and twelve male lambs a year old—together with their grain offerings—and twelve male goats for the sin offering.
88 ULB তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা ষাড়-গৰু, ষাঠিটা মতা ভেড়া, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞ-বেদি অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ। BSB BSB: All the livestock sacrificed for the peace offering totaled twenty-four bulls, sixty rams, sixty male goats, and sixty male lambs a year old. This was the dedication offering for the altar after it was anointed.
89 ULB পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে। BSB BSB: When Moses entered the Tent of Meeting to speak with the LORD, he heard the voice speaking to him from between the two cherubim above the mercy seat on the ark of the Testimony. Thus the LORD spoke to him.
Select verses for actions: Enter goes to them and Escape comes back.