1 ULB চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে। BSB BSB: The proverbs of Solomon: A wise son brings joy to his father, but a foolish son grief to his mother.
2 ULB দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে। BSB BSB: Ill-gotten treasures profit nothing, but righteousness brings deliverance from death.
3 ULB যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে। BSB BSB: The LORD does not let the righteous go hungry, but He denies the craving of the wicked.
4 ULB এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে। BSB BSB: Idle hands make one poor, but diligent hands bring wealth.
5 ULB গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ। BSB BSB: He who gathers in summer is a wise son, but he who sleeps during harvest is a disgraceful son.
6 ULB সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ। BSB BSB: Blessings are on the head of the righteous, but the mouth of the wicked conceals violence.
7 ULB সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব। BSB BSB: The memory of the righteous is a blessing, but the name of the wicked will rot.
8 ULB যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়। BSB BSB: A wise heart will receive commandments, but foolish lips will come to ruin.
9 ULB যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব। BSB BSB: He who walks in integrity walks securely, but he who perverts his ways will be found out.
10 ULB চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়। BSB BSB: He who winks the eye causes grief, and foolish lips will come to ruin.
11 ULB সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে। BSB BSB: The mouth of the righteous is a fountain of life, but the mouth of the wicked conceals violence.
12 ULB ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে। BSB BSB: Hatred stirs up dissension, but love covers all transgressions.
13 ULB সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞান শূন্য লোকৰ বাবে হয়। BSB BSB: Wisdom is found on the lips of the discerning, but a rod is for the back of him who lacks judgment.
14 ULB জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে। BSB BSB: The wise store up knowledge, but the mouth of the fool invites destruction.
15 ULB ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ। BSB BSB: The wealth of the rich man is his fortified city, but poverty is the ruin of the poor.
16 ULB সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে। BSB BSB: The labor of the righteous leads to life, but the gain of the wicked brings punishment.
17 ULB যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়। BSB BSB: Whoever heeds instruction is on the path to life, but he who ignores reproof goes astray.
18 ULB যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়। BSB BSB: The one who conceals hatred has lying lips, and whoever spreads slander is a fool.
19 ULB অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী। BSB BSB: When words are many, sin is unavoidable, but he who restrains his lips is wise.
20 ULB যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিবা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে। BSB BSB: The tongue of the righteous is choice silver, but the heart of the wicked has little worth.
21 ULB সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়। BSB BSB: The lips of the righteous feed many, but fools die for lack of judgment.
22 ULB যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে। BSB BSB: The blessing of the LORD enriches, and He adds no sorrow to it.
23 ULB দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্ৰজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক। BSB BSB: The fool delights in shameful conduct, but a man of understanding has wisdom.
24 ULB দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়। BSB BSB: What the wicked man dreads will overtake him, but the desire of the righteous will be granted.
25 ULB দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ। BSB BSB: When the whirlwind passes, the wicked are no more, but the righteous are secure forever.
26 ULB দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা। BSB BSB: Like vinegar to the teeth and smoke to the eyes, so is the slacker to those who send him.
27 ULB যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব। BSB BSB: The fear of the LORD prolongs life, but the years of the wicked will be cut short.
28 ULB সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব। BSB BSB: The hope of the righteous is joy, but the expectations of the wicked will perish.
29 ULB যিসকল লোকে সত্যত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ। BSB BSB: The way of the LORD is a refuge to the upright, but destruction awaits those who do evil.
30 ULB যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব। BSB BSB: The righteous will never be shaken, but the wicked will not inhabit the land.
31 ULB যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্ৰজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিবা কাটি পেলোৱা হ’ব। BSB BSB: The mouth of the righteous brings forth wisdom, but a perverse tongue will be cut out.
32 ULB যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে। BSB BSB: The lips of the righteous know what is fitting, but the mouth of the wicked is perverse.
Select verses for actions: Enter goes to them and Escape comes back.