1 ULB হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা। BSB BSB: My son, keep my words and treasure my commandments within you.
2 ULB মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা। BSB BSB: Keep my commandments and live; guard my teachings as the apple of your eye.
3 ULB সেইবোৰ তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা। BSB BSB: Tie them to your fingers; write them on the tablet of your heart.
4 ULB প্ৰজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়। BSB BSB: Say to wisdom, “You are my sister,” and call understanding your kinsman,
5 ULB প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা। BSB BSB: that they may keep you from the adulteress, from the stranger with seductive words.
6 ULB মোৰ ঘৰৰ খিড়িকীৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ। BSB BSB: For at the window of my house I looked through the lattice.
7 ULB আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ। BSB BSB: I saw among the simple, I noticed among the youths, a young man lacking judgment,
8 ULB সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল- BSB BSB: crossing the street near her corner, strolling down the road to her house,
9 ULB সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত। BSB BSB: at twilight, as the day was fading into the dark of the night.
10 ULB আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল। BSB BSB: Then a woman came out to meet him, with the attire of a harlot and cunning of heart.
11 ULB তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে। BSB BSB: She is loud and defiant; her feet do not remain at home.
12 ULB তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে। BSB BSB: Now in the street, now in the squares, she lurks at every corner.
13 ULB সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে, BSB BSB: She seizes him and kisses him; she brazenly says to him:
14 ULB “মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ; BSB BSB: “I have made my peace offerings; today I have paid my vows.
15 ULB সেয়েহে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ। BSB BSB: So I came out to meet you; I sought you, and I have found you.
16 ULB মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ। BSB BSB: I have decked my bed with coverings, with colored linen from Egypt.
17 ULB মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ। BSB BSB: I have perfumed my bed with myrrh, with aloes, and with cinnamon.
18 ULB আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰনে প্রেম উপভোগ কৰো। BSB BSB: Come, let us take our fill of love till morning. Let us delight in loving caresses!
19 ULB মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে। BSB BSB: For my husband is not at home; he has gone on a long journey.
20 ULB তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।” BSB BSB: He took with him a bag of money and will not return till the moon is full.”
21 ULB তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে। BSB BSB: With her great persuasion she entices him; with her flattering lips she lures him.
22 ULB তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল। BSB BSB: He follows her on impulse, like an ox going to the slaughter, like a deer bounding into a trap,
23 ULB যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঢ়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল। BSB BSB: until an arrow pierces his liver, like a bird darting into a snare—not knowing it will cost him his life.
24 ULB আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া। BSB BSB: Now, my sons, listen to me, and attend to the words of my mouth.
25 ULB তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা। BSB BSB: Do not let your heart turn aside to her ways; do not stray into her paths.
26 ULB তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি। BSB BSB: For she has brought many down to death; her slain are many in number.
27 ULB তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ। BSB BSB: Her house is the road to Sheol, descending to the chambers of death.
Select verses for actions: Enter goes to them and Escape comes back.