1 ULB হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্ৰাণ পায়। BSB BSB: Brothers, my heart’s desire and prayer to God for the Israelites is for their salvation.
2 ULB ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়। BSB BSB: For I testify about them that they are zealous for God, but not on the basis of knowledge.
3 ULB কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল। BSB BSB: Because they were ignorant of God’s righteousness and sought to establish their own, they did not submit to God’s righteousness.
4 ULB কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ'ল বিধানৰ সম্পূৰ্ণতা৷ BSB BSB: For Christ is the end of the law, to bring righteousness to everyone who believes.
5 ULB কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰাই জীৱ। BSB BSB: For concerning the righteousness that is by the law, Moses writes: “The man who does these things will live by them.”
6 ULB কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, "তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? (অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ) BSB BSB: But the righteousness that is by faith says: “Do not say in your heart, ‘Who will ascend into heaven?’ (that is, to bring Christ down)
7 ULB বা, অগাধ ঠাইলৈ কোন নামিব? (অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷)" BSB BSB: or, ‘Who will descend into the Abyss?’ (that is, to bring Christ up from the dead).”
8 ULB কিন্তু ই কি কয়? "সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷" সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷ BSB BSB: But what does it say? “The word is near you; it is in your mouth and in your heart,” that is, the word of faith we are proclaiming:
9 ULB কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব। BSB BSB: that if you confess with your mouth, “Jesus is Lord,” and believe in your heart that God raised Him from the dead, you will be saved.
10 ULB কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্ৰাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়। BSB BSB: For with your heart you believe and are justified, and with your mouth you confess and are saved.
11 ULB কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, "যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব"। BSB BSB: It is just as the Scripture says: “Anyone who believes in Him will never be put to shame.”
12 ULB কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ BSB BSB: For there is no difference between Jew and Greek: The same Lord is Lord of all, and gives richly to all who call on Him,
14 ULB এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? BSB BSB: How then can they call on the One in whom they have not believed? And how can they believe in the One of whom they have not heard? And how can they hear without someone to preach?
15 ULB আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, "মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!" BSB BSB: And how can they preach unless they are sent? As it is written: “How beautiful are the feet of those who bring good news!”
16 ULB কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, "হে প্ৰভু, আমি কোৱা বাৰ্ত্তা কোনে বিশ্বাস কৰিলে?" BSB BSB: But not all of them welcomed the good news. For Isaiah says, “Lord, who has believed our message?”
17 ULB এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। BSB BSB: Consequently, faith comes by hearing, and hearing by the word of Christ.
18 ULB কিন্তু মই কওঁ, "তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷" BSB BSB: But I ask, did they not hear? Indeed they did: “Their voice has gone out into all the earth, their words to the ends of the world.”
19 ULB তদুপৰি মই কওঁ, "ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?" প্ৰথমতে মোচিয়ে কৈছে, "নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷ নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷" BSB BSB: I ask instead, did Israel not understand? First, Moses says: “I will make you jealous by those who are not a nation; I will make you angry by a nation without understanding.”
20 ULB আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, "যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷ যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷" BSB BSB: And Isaiah boldly says: “I was found by those who did not seek Me; I revealed Myself to those who did not ask for Me.”
21 ULB কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, "আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷" BSB BSB: But as for Israel he says: “All day long I have held out My hands to a disobedient and obstinate people.”
Select verses for actions: Enter goes to them and Escape comes back.