2 ULB সকলো ফালৰ পৰা ইহুদী সকলৰ বহুতো সুবিধা আছে; তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হ'ল, ঈশ্ৱৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদী সকলকেই দিছিল৷ BSB BSB: Much in every way. First of all, they have been entrusted with the very words of God.
3 ULB কাৰণ কোনো কোনো ইহুদী সকলে যদি অবিশ্বাস কৰে, তেতিয়া কি হ’ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে? BSB BSB: What if some did not have faith? Will their lack of faith nullify God’s faithfulness?
4 ULB কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হ’লেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, "তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ’বা, আৰু সকলো বিচাৰত জয়ী হ’বা।" BSB BSB: Certainly not! Let God be true and every man a liar. As it is written: “So that You may be proved right when You speak and victorious when You judge.”
5 ULB কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেন্তে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছো৷ BSB BSB: But if our unrighteousness highlights the righteousness of God, what shall we say? That God is unjust to inflict His wrath on us? I am speaking in human terms.
6 ULB এনে যেন কেতিয়াও নহওক৷ কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সোধ-বিচাৰ কৰিব? BSB BSB: Certainly not! In that case, how could God judge the world?
7 ULB কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেম্তে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধ-বিচাৰ কৰা হয়? BSB BSB: However, if my falsehood accentuates God’s truthfulness, to the increase of His glory, why am I still condemned as a sinner?
8 ULB "ভালৰ অৰ্থে কুকৰ্ম্ম কৰোহঁক", এই কথাষাৰ আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য। BSB BSB: Why not say, as some slanderously claim that we say, “Let us do evil that good may result”? Their condemnation is deserved!
9 ULB তেন্তে কি? আমি আনতকৈ উত্তম নে? কোনো মতে নহওঁ; কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীক সকলক এই দায় দিলোঁ যে তেওঁলোক সকলোৱেই পাপৰ অধিন৷ BSB BSB: What then? Are we any better? Not at all. For we have already made the charge that Jews and Greeks alike are all under sin.
10 ULB এই বিষয়ে লিখাও আছে, "ধাৰ্মিক কোনো নাই; এজনো নাই৷ BSB BSB: As it is written: “There is no one righteous, not even one.
11 ULB বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷ BSB BSB: There is no one who understands, no one who seeks God.
12 ULB সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই। BSB BSB: All have turned away, they have together become worthless; there is no one who does good, not even one.”
13 ULB সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা ৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে ৷ BSB BSB: “Their throats are open graves; their tongues practice deceit.” “The venom of vipers is on their lips.”
14 ULB সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ ৷ BSB BSB: “Their mouths are full of cursing and bitterness.”
15 ULB সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী ৷ BSB BSB: “Their feet are swift to shed blood;
16 ULB সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দ্দশা হয়৷ BSB BSB: ruin and misery lie in their wake,
17 ULB সিহঁতে শান্তিৰ পথ নাজানিলে৷ BSB BSB: and the way of peace they have not known.”
18 ULB সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই ৷" BSB BSB: “There is no fear of God before their eyes.”
19 ULB আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধিনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷ BSB BSB: Now we know that whatever the law says, it says to those who are under the law, so that every mouth may be silenced and the whole world held accountable to God.
20 ULB কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে। BSB BSB: Therefore no one will be justified in His sight by works of the law. For the law merely brings awareness of sin.
22 ULB ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷ BSB BSB: And this righteousness from God comes through faith in Jesus Christ to all who believe. There is no distinction,
24 ULB কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ'ল। BSB BSB: and are justified freely by His grace through the redemption that is in Christ Jesus.
26 ULB তেওঁ পুত্ৰ যীচুক দান কৰি আজিও দেখুৱাই যে, তেওঁ ন্যায়ৱান৷ ঈশ্বৰে এই কাৰ্য কৰিছে যাতে, তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীচুত বিশ্বাস কৰে, তেৱোঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়৷ BSB BSB: He did this to demonstrate His righteousness at the present time, so as to be just and to justify the one who has faith in Jesus.
29 ULB ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷ BSB BSB: Is God the God of Jews only? Is He not the God of Gentiles too? Yes, of Gentiles too,
30 ULB প্ৰকৃততে ঈশ্ৱৰ যদি এজন, চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব। BSB BSB: since there is only one God, who will justify the circumcised by faith and the uncircumcised through that same faith.
Select verses for actions: Enter goes to them and Escape comes back.