1 ULB আদম, চেথ, ইনোচ, BSB BSB: Adam, Seth, Enosh,
2 ULB কৈনন, মহললেল, যেৰদ, BSB BSB: Kenan, Mahalalel, Jared,
3 ULB হনোক, মথুচেলহ, লেমক, BSB BSB: Enoch, Methuselah, Lamech, Noah.
4 ULB নোহ, চেম, হাম, আৰু যেফৎ। BSB BSB: The sons of Noah: Shem, Ham, and Japheth.
5 ULB যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তূবল, মেচক, আৰু তীৰচ। BSB BSB: The sons of Japheth: Gomer, Magog, Madai, Javan, Tubal, Meshech, and Tiras.
6 ULB গোমৰ পুত্ৰ অঙ্কিনজ, দীফত, আৰু তোগৰ্মা। BSB BSB: The sons of Gomer: Ashkenaz, Riphath, and Togarmah.
7 ULB যাবনৰ পুত্ৰ ইলীচ, তাৰ্চীচ, কত্তীম, আৰু দদানীম। BSB BSB: And the sons of Javan: Elishah, Tarshish, the Kittites, and the Rodanites.
8 ULB হামৰ পুত্ৰ কূচ, মিচৰ, পূট, আৰু কনান। BSB BSB: The sons of Ham: Cush, Mizraim, Put, and Canaan.
9 ULB কূচৰ পুত্ৰ চবা, হবীলা, চবতা, ৰয়মা, আৰু চবতকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান। BSB BSB: The sons of Cush: Seba, Havilah, Sabta, Raamah, and Sabteca. The sons of Raamah: Sheba and Dedan.
10 ULB কূচৰ পুত্ৰ নিম্ৰোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল। BSB BSB: Cush was the father of Nimrod, who began to be a mighty one on the earth.
11 ULB লূদীয়া, অনামিয়, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া, BSB BSB: Mizraim was the father of the Ludites, the Anamites, the Lehabites, the Naphtuhites,
12 ULB পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা ফিলিষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল। BSB BSB: the Pathrusites, the Casluhites (from whom the Philistines came), and the Caphtorites.
13 ULB কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ; BSB BSB: And Canaan was the father of Sidon his firstborn, and of the Hittites,
14 ULB তেওঁ যিবূচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া, BSB BSB: the Jebusites, the Amorites, the Girgashites,
15 ULB হিব্বীয়া, অৰ্কীয়া, চীনীয়া, BSB BSB: the Hivites, the Arkites, the Sinites,
16 ULB অৰ্বদীয়া, চমৰীয়া, আৰু হামাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল। BSB BSB: the Arvadites, the Zemarites, and the Hamathites.
17 ULB চেমৰ পুত্ৰসকল এলম, অচূৰ অৰ্ফকচদ, লূদ, অৰাম, ঊচ, হূল, গেথৰ, আৰু মেচেক। BSB BSB: The sons of Shem: Elam, Asshur, Arphaxad, Lud, and Aram. The sons of Aram: Uz, Hul, Gether, and Meshech.
18 ULB অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এৰব। BSB BSB: Arphaxad was the father of Shelah, and Shelah was the father of Eber.
19 ULB এৰবৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ (বিভাগ), কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল। BSB BSB: Two sons were born to Eber: One was named Peleg, because in his days the earth was divided, and his brother was named Joktan.
20 ULB অলমোদদ, চেলফ, হচৰ্মাবৎ, যেৰহ, BSB BSB: And Joktan was the father of Almodad, Sheleph, Hazarmaveth, Jerah,
21 ULB হদোৰাম, ঊজল, দিক্লা, BSB BSB: Hadoram, Uzal, Diklah,
22 ULB এবল, অবীমায়েল, চিবা, BSB BSB: Obal, Abimael, Sheba,
23 ULB ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল। BSB BSB: Ophir, Havilah, and Jobab. All these were sons of Joktan.
24 ULB চেম, অৰ্ফকচদ, চেলহ, BSB BSB: So from Shem came Arphaxad, Shelah,
25 ULB এৰব, পেলগ, ৰুয়ূ, BSB BSB: Eber, Peleg, Reu,
26 ULB চৰুগ, নাহোৰ, তেৰহ, BSB BSB: Serug, Nahor, Terah,
27 ULB অব্ৰাম, এই জনেই অব্ৰাহাম আছিল। BSB BSB: and Abram (that is, Abraham).
28 ULB ইচহাক আৰু ইশ্মায়েল অব্রাহামৰ পুত্র আছিল। BSB BSB: The sons of Abraham were Isaac and Ishmael.
29 ULB তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম, BSB BSB: These are their genealogies: Nebaioth the firstborn of Ishmael, then Kedar, Adbeel, Mibsam,
30 ULB মিচমা, দূমা, মচ্ছা, হদদ, তেমা, BSB BSB: Mishma, Dumah, Massa, Hadad, Tema,
31 ULB যটৰ, নাফীচ, কেদমা; এই সকল ইশ্মায়েলৰ সন্তান। BSB BSB: Jetur, Naphish, and Kedemah. These were the sons of Ishmael.
32 ULB অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তানসকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চূহ। যকচনৰ সন্তান চিবা আৰু দাদন। BSB BSB: The sons born to Keturah, Abraham’s concubine: Zimran, Jokshan, Medan, Midian, Ishbak, and Shuah. The sons of Jokshan: Sheba and Dedan.
33 ULB মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ। BSB BSB: The sons of Midian: Ephah, Epher, Hanoch, Abida, and Eldaah. All of these were Keturah’s sons.
34 ULB অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল। BSB BSB: Abraham was the father of Isaac. The sons of Isaac: Esau and Israel.
35 ULB ইলীফজ, ৰুৱেল, যিয়ুচ যামল, আৰু কোৰহ এচৌৰ সন্তান আছিল। BSB BSB: The sons of Esau: Eliphaz, Reuel, Jeush, Jalam, and Korah.
36 ULB তৈমন, ওমাৰ, চফী, আৰগয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল। BSB BSB: The sons of Eliphaz: Teman, Omar, Zepho, Gatam, and Kenaz; and by Timna, Amalek.
37 ULB ৰুৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা। BSB BSB: The sons of Reuel: Nahath, Zerah, Shammah, and Mizzah.
38 ULB চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এৰচ আৰু দীচন। BSB BSB: The sons of Seir: Lotan, Shobal, Zibeon, Anah, Dishon, Ezer, and Dishan.
39 ULB লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না। BSB BSB: The sons of Lotan: Hori and Homam. Timna was Lotan’s sister.
40 ULB চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়েনৰ সন্তান আয়া আৰু অনা। BSB BSB: The sons of Shobal: Alvan, Manahath, Ebal, Shepho, and Onam. The sons of Zibeon: Aiah and Anah.
41 ULB অনাৰ পুত্ৰ দীনোচ। দীনোচৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰণ, আৰু কৰান। BSB BSB: The son of Anah: Dishon. The sons of Dishon: Hemdan, Eshban, Ithran, and Cheran.
42 ULB এৰচৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ ঊচ, আৰু অৰান। BSB BSB: The sons of Ezer: Bilhan, Zaavan, and Akan. The sons of Dishan: Uz and Aran.
43 ULB ইস্ৰায়েলৰ সন্তানসকলৰ ওপৰত কোনো ৰজাই ৰজত্ব কৰাৰ পূৰ্ব্বেই, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল। BSB BSB: These are the kings who reigned in the land of Edom before any king reigned over the Israelites: Bela son of Beor. His city was named Dinhabah.
44 ULB বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোবাবে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰাহৰ পুত্ৰ আছিল। BSB BSB: When Bela died, Jobab son of Zerah from Bozrah reigned in his place.
45 ULB যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হুচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল। BSB BSB: When Jobab died, Husham from the land of the Temanites reigned in his place.
46 ULB আৰু হুচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবিৎ। BSB BSB: When Husham died, Hadad son of Bedad, who defeated Midian in the country of Moab, reigned in his place. And the name of his city was Avith.
47 ULB আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্লাই ৰাজত্ব কৰিছিল। BSB BSB: When Hadad died, Samlah from Masrekah reigned in his place.
48 ULB চম্লাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল। BSB BSB: When Samlah died, Shaul from Rehoboth on the Euphrates reigned in his place.
49 ULB চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল। BSB BSB: When Shaul died, Baal-hanan son of Achbor reigned in his place.
50 ULB যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল। BSB BSB: When Baal-hanan died, Hadad reigned in his place. His city was named Pau, and his wife’s name was Mehetabel daughter of Matred, the daughter of Me-zahab.
51 ULB হদদ মৃত্যু হ’ল। ইদোমৰ জনগোষ্ঠীৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ, BSB BSB: Then Hadad died. Now the chiefs of Edom were Timna, Alvah, Jetheth,
52 ULB অহলীবাম, এলা, পীনোন, BSB BSB: Oholibamah, Elah, Pinon,
53 ULB কনজ, তৈমন, মিবচৰ, BSB BSB: Kenaz, Teman, Mibzar,
54 ULB মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ জনগোষ্ঠীৰ মুৰব্বী আছিল। BSB BSB: Magdiel, and Iram. These were the chiefs of Edom.
Select verses for actions: Enter goes to them and Escape comes back.