1 ULB ইস্ৰায়েলৰ পুত্ৰ এওঁলোক: ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলূন, BSB BSB: These were the sons of Israel: Reuben, Simeon, Levi, Judah, Issachar, Zebulun,
2 ULB দান, যোচেফ, বিন্যামীন, নপ্তালী, গাদ, আৰু আচেৰ। BSB BSB: Dan, Joseph, Benjamin, Naphtali, Gad, and Asher.
3 ULB যিহূদাৰ পুত্ৰ, এৰ, ওনন, আৰু চেলা তেওঁৰ এই তিনি জন পুত্ৰ কনানীয়া চূৱাৰ জীয়েকৰ ঔৰসত জন্ম হৈছিল। তেওঁলোকৰ মাজত যিহূদাৰ ডাঙৰ পুত্ৰ এৰে যিহোৱাৰ দৃষ্টিত পাপ কৰিছিল আৰু তেওঁ তাক বধ কৰিলে। BSB BSB: The sons of Judah: Er, Onan, and Shelah. These three were born to him by Bath-shua the Canaanite. Er, Judah’s firstborn, was wicked in the sight of the LORD. So the LORD put him to death.
4 ULB যিহূদাৰ বোৱাৰীয়েক তামাৰে পেৰচ আৰু জেৰহক জন্ম দিলে। যিহূদাৰ পাঁচ জন পুত্র আছিল। BSB BSB: Tamar, Judah’s daughter-in-law, bore to him Perez and Zerah. Judah had five sons in all.
5 ULB পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল আছিল। BSB BSB: The sons of Perez: Hezron and Hamul.
6 ULB জেৰহৰ পাঁচ জন সন্তান: জিম্ৰী, এথন হেমন, কলকোল, আৰু দাৰা। BSB BSB: The sons of Zerah: Zimri, Ethan, Heman, Calcol, and Dara—five in all.
7 ULB আখৰ কৰ্মীৰ পুত্র আছিল, তেওঁ যিহোৱাৰ উদ্দেশে সংগ্ৰহ কৰি ৰখা বস্তু চোৰ কৰি ইস্ৰায়েললৈ সংকট কঢ়িয়াই আনিছিল। BSB BSB: The son of Carmi: Achar, who brought trouble upon Israel by violating the ban on devoted things.
8 ULB এথনৰ পুত্র অজৰিয়া আছিল। BSB BSB: The son of Ethan: Azariah.
9 ULB হিষ্ৰোণৰ পুত্র যিৰহমেল, ৰাম, আৰু কলূবয় আছিল। BSB BSB: The sons who were born to Hezron: Jerahmeel, Ram, and Caleb.
10 ULB ৰামৰ পুত্র অম্মীনাদব; অম্মীনাদবৰ পুত্র নহচোন। তেওঁ যিহূদাৰ পূৰ্বপুৰুষসকলৰ অধ্যক্ষ আছিল। BSB BSB: Ram was the father of Amminadab, and Amminadab was the father of Nahshon, a leader of the descendants of Judah.
11 ULB নহচোনৰ পুত্ৰ চলমা, চলমাৰ পুত্র বোৱজ। BSB BSB: Nahshon was the father of Salmon, and Salmon was the father of Boaz.
12 ULB বোৱজৰ পুত্র ওবেদ, ওবেদৰ পুত্র যিচয়। BSB BSB: Boaz was the father of Obed, and Obed was the father of Jesse.
13 ULB যিচয়ৰ জ্যেষ্ঠ পুত্ৰ ইলীয়াব, দ্বিতীয় অবীনাদব, তৃতীয় চিমিয়া, BSB BSB: Jesse was the father of Eliab his firstborn; Abinadab was born second, Shimea third,
14 ULB চতুৰ্থ নথনেল, পঞ্চম ৰদ্দয়, BSB BSB: Nethanel fourth, Raddai fifth,
15 ULB ষষ্ঠ ওচম, আৰু সপ্তম দায়ূদ। BSB BSB: Ozem sixth, and David seventh.
16 ULB তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল। BSB BSB: Their sisters were Zeruiah and Abigail. And the three sons of Zeruiah were Abishai, Joab, and Asahel.
17 ULB অবীগলৰ পুত্ৰ আমাচা, এওঁৰ পিতৃ ইশ্মায়েলীয়া যেথৰ। BSB BSB: Abigail was the mother of Amasa, whose father was Jether the Ishmaelite.
18 ULB হিষ্ৰোণৰ পুত্ৰ কালেবৰ ভাৰ্যা অজূবা আৰু যিৰীয়োত। তেওঁলোকৰ সন্তান যেচৰ, চোবব, আৰু অৰ্দোন আছিল। BSB BSB: Caleb son of Hezron had children by his wife Azubah and by Jerioth. These were the sons of Azubah: Jesher, Shobab, and Ardon.
19 ULB আৰু অজুবাৰ মৃত্যুৰ পাছত কালেবে ইফ্ৰাথাক বিয়া কৰালে, আৰু তেওঁ হূৰক জন্ম হ’ল। BSB BSB: When Azubah died, Caleb married Ephrath, who bore to him Hur.
20 ULB হূৰৰ পুত্র ঊৰি, আৰু ঊৰিৰ পুত্র বচলেল আছিল। BSB BSB: Hur was the father of Uri, and Uri was the father of Bezalel.
21 ULB তাৰ পাছত হিষ্ৰোণে ষাঠি বছৰ বয়সত গিলিয়দৰ পিতৃ মাখীৰৰ জীয়েকক বিয়া কৰিলে। তেওঁ তেওঁলৈ চগূবৰক জন্ম দিলে। BSB BSB: Later, Hezron slept with the daughter of Machir the father of Gilead. He had married her when he was sixty years old, and she bore to him Segub.
22 ULB চগূবৰ পুত্র যায়ীৰ, গিলিয়দ দেশত তেওঁ তেইশখন নগৰ শাসন কৰিছিল। BSB BSB: Segub was the father of Jair, who had twenty-three cities in the land of Gilead.
23 ULB গচূৰ আৰু অৰামে তেওঁলোকৰ পৰা যায়ীৰ আৰু কনাৎ নগৰ, আৰু তাৰ চাৰিওফালৰ ষাঠিখন নগৰ অধিকাৰ কৰিছিল। এই সকলো বাসিন্দা গিলিয়দৰ পিতৃ মাখীৰৰ বংশধৰ আছিল। BSB BSB: But Geshur and Aram captured Havvoth-jair, along with Kenath and its sixty surrounding villages. All these were descendants of Machir the father of Gilead.
24 ULB হিষ্ৰোণ মৃত্যুৰ পাছত, কালেবে তেওঁৰ পিতৃৰ ভাৰ্যা ইফ্ৰাথাৰ সৈতে শয়ন কৰে। আৰু তেওঁৰ অচহূৰক জন্ম দিলে, তেওঁ তকোৱাৰ পিতৃ আছিল। BSB BSB: After Hezron died in Caleb-ephrathah, his wife Abijah bore to him Ashhur the father of Tekoa.
25 ULB হিষ্ৰোণৰ প্ৰথম পুত্ৰ যিৰহমেল, যিৰহমেলৰ প্ৰথম পুত্র ৰাম, ৰামৰ পাছত বূনা, ওৰণ, ওচম, আৰু অহিয়া। BSB BSB: The sons of Jerahmeel the firstborn of Hezron: Ram his firstborn, Bunah, Oren, Ozem, and Ahijah.
26 ULB যিৰহমেলৰ অটাৰা নামেৰে আৰু এগৰাকী ভাৰ্যা আছিল, তেওঁ ওনমৰ মাতৃ আছিল। BSB BSB: Jerahmeel had another wife named Atarah, who was the mother of Onam.
27 ULB যিৰহমেলৰ প্ৰথম পুত্র ৰাম, তেওঁৰ পুত্র মাচ, যামীন, আৰু একৰ। BSB BSB: The sons of Ram the firstborn of Jerahmeel: Maaz, Jamin, and Eker.
28 ULB ওনমৰ পুত্র চম্ময় আৰু যাদা, আৰু চম্ময়ৰ পুত্র নাদব আৰু অবীচূৰ। BSB BSB: The sons of Onam: Shammai and Jada. The sons of Shammai: Nadab and Abishur.
29 ULB অবীচূৰৰ ভাৰ্য্যাৰ নাম অবীহয়িল; তেওঁ অহবান আৰু মোলিদক জন্ম দিলে। BSB BSB: Abishur’s wife was named Abihail, and she bore to him Ahban and Molid.
30 ULB আৰু নাদবৰ পুত্র চেলদ আৰু অপ্পয়িম, কিন্তু চেলদ নি:সন্তান হৈ মৃত্যু বৰণ কৰে। BSB BSB: The sons of Nadab: Seled and Appaim. Seled died without children.
31 ULB অপ্পয়িমৰ পুত্র যিচী, যিচীৰ পুত্র চেচন, আৰু চেচনৰ পুত্র অহলয়। BSB BSB: The son of Appaim: Ishi. The son of Ishi: Sheshan. The son of Sheshan: Ahlai.
32 ULB চম্ময়ৰ ভায়েক যাদাৰ পুত্র যেথৰ আৰু যোনাথন, যেথৰ নি:সন্তান হৈ মৃত্যু বৰণ কৰে। BSB BSB: The sons of Jada the brother of Shammai: Jether and Jonathan. Jether died without children.
33 ULB যোনাথনৰ পুত্র পেলৎ আৰু জাজা আছিল। এওঁলোক যিৰহমেলৰ বংশধৰ আছিল। BSB BSB: The sons of Jonathan: Peleth and Zaza. These were the descendants of Jerahmeel.
34 ULB চেচনৰ পুত্র নাছিল, কেৱল জীয়েক আছিল। যৰ্হা নামেৰে চেচনৰ এজন মিচৰীয়া দাস আছিল। BSB BSB: Sheshan had no sons, but only daughters. He also had an Egyptian servant named Jarha.
35 ULB চেচনে তেওঁৰ দাস যৰ্হাই সৈতে নিজৰ জীয়েকক বিয়া দিলে; তেওঁ অত্তয়ক জন্ম দিলে। BSB BSB: Sheshan gave his daughter in marriage to his servant Jarha, and she bore to him Attai.
36 ULB অত্তয়ৰ পুত্র নাথন, নাথনৰ পুত্র জাবদ। BSB BSB: Attai was the father of Nathan, Nathan was the father of Zabad,
37 ULB জাবদৰ পুত্র ইফলল, ইফললৰ পুত্র ওবেদ। BSB BSB: Zabad was the father of Ephlal, Ephlal was the father of Obed,
38 ULB ওবেদৰ পুত্র যেহূ, যেহূৰ পুত্র অজৰিয়া। BSB BSB: Obed was the father of Jehu, Jehu was the father of Azariah,
39 ULB অজৰিয়াৰ পুত্র হেলচ, হেলচৰ পুত্র ইলিয়াচা। BSB BSB: Azariah was the father of Helez, Helez was the father of Elasah,
40 ULB ইলিয়াৰ পুত্র চিচময়, চিচময়ৰ পুত্র চল্লুম। BSB BSB: Elasah was the father of Sismai, Sismai was the father of Shallum,
41 ULB চল্লুমৰ পুত্র যকমিয়া, আৰু যকমিয়াৰ পুত্র ইলীচামা। BSB BSB: Shallum was the father of Jekamiah, and Jekamiah was the father of Elishama.
42 ULB যিৰহমেলৰ ভায়েক কালেবৰ পুত্রৰ প্ৰথম সন্তান মেচা, তেওঁ জীফৰ পিতৃ। তেওঁৰ দ্বিতীয় সন্তান মাৰেচা, তেওঁ হিব্ৰোনৰ পিতৃ আছিল। BSB BSB: The sons of Caleb the brother of Jerahmeel: Mesha his firstborn, who was the father of Ziph, and Mareshah his second son, who was the father of Hebron.
43 ULB হিব্ৰোণৰ পুত্র কোৰহ, তপ্পূহ, ৰেকম, আৰু চেমা। BSB BSB: The sons of Hebron: Korah, Tappuah, Rekem, and Shema.
44 ULB চেমাৰ পুত্র ৰহম, ৰহম পুত্র যৰ্কিয়ম আৰু ৰেকমৰ পুত্র চম্ময়। BSB BSB: Shema was the father of Raham the father of Jorkeam, and Rekem was the father of Shammai.
45 ULB চম্ময়ৰ পুত্র মায়োন, আৰু মায়োনৰ পুত্র বৈৎ-চূৰ। BSB BSB: The son of Shammai was Maon, and Maon was the father of Beth-zur.
46 ULB কালেবৰ ঊপপত্নী ঐফাই হাৰণ, মোচা, আৰু গাজেজক জন্ম দিলে। হাৰণৰ পুত্র গাজেজ। BSB BSB: Caleb’s concubine Ephah was the mother of Haran, Moza, and Gazez. Haran was the father of Gazez.
47 ULB যেহদৰ পুত্র ৰেগম, যোথম, গেচন, পেলট, ঐফা, আৰু চাফ। BSB BSB: The sons of Jahdai: Regem, Jotham, Geshan, Pelet, Ephah, and Shaaph.
48 ULB কালেবৰ ঊপপত্নী মাখা চেবৰ আৰু তিৰ্হনাৰ জন্ম দিলে। BSB BSB: Caleb’s concubine Maacah was the mother of Sheber and Tirhanah.
49 ULB আৰু তেওঁ মদমন্নাৰ পিতৃ চাফকক আৰু মগবেনা ও গিবিয়াৰ পিতৃ চবাকক জন্ম দিলে। কালেবৰ জীয়েকৰ নাম অকচা। BSB BSB: She was also the mother of Shaaph father of Madmannah, and of Sheva father of Machbenah and Gibea. Caleb’s daughter was Acsah.
50 ULB এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল, BSB BSB: These were the descendants of Caleb. The sons of Hur the firstborn of Ephrathah: Shobal the father of Kiriath-jearim,
51 ULB বৈৎলেহমৰ পিতৃ চলমা, বৈৎ-গাদেৰৰ পিতৃ হাৰেফ। BSB BSB: Salma the father of Bethlehem, and Hareph the father of Beth-gader.
52 ULB কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবলৰ বংশধৰসকল আছিল: হাৰোৱি, মানহতীয়াসকলৰ আধা ভাগ, BSB BSB: These were the descendants of Shobal the father of Kiriath-jearim: Haroeh, half the Manahathites,
53 ULB আৰু কিৰিয়ৎ-যিয়াৰীমৰ গোষ্ঠী- যিত্ৰীয়া, পুথীয়া, চূমাথীয়া, আৰু মিশ্ৰায়ীয়াসকল। এওঁলোকৰ বংশধৰ আছিল চৰায়ীয়া আৰু ইষ্টায়োলীয়াসকল। BSB BSB: and the clans of Kiriath-jearim—the Ithrites, Puthites, Shumathites, and Mishraites. From these descended the Zorathites and Eshtaolites.
54 ULB তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহম, নোটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল। BSB BSB: The descendants of Salma: Bethlehem, the Netophathites, Atroth-beth-joab, half the Manahathites, the Zorites,
55 ULB যাবেচ-নিবাসী লিখকসকলৰ গোষ্ঠী তিৰাথীয়া, চিমিয়াথীয়া, আৰু চুখাথিয়াসকল। এওঁলোক ৰেখবৰ বংশৰ আদি-পিতৃ হম্মতৰ বংশধৰ কেনীয়া লোক। BSB BSB: and the clans of the scribes who lived at Jabez—the Tirathites, Shimeathites, and Sucathites. These are the Kenites who came from Hammath, the father of the house of Rechab.
Select verses for actions: Enter goes to them and Escape comes back.