1 ULB হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তানসকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্লোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱবৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কাৰ্মিলীয়া অবীগলৰ পুত্র; BSB BSB: These were the sons of David who were born to him in Hebron: The firstborn was Amnon by Ahinoam of Jezreel; the second was Daniel by Abigail of Carmel;
2 ULB তৃতীয় অবচালোম, তেওঁ গচূৰৰ তলময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনিয়া, তেওঁ হগগীতৰ পুত্র; BSB BSB: the third was Absalom the son of Maacah daughter of King Talmai of Geshur; the fourth was Adonijah the son of Haggith;
3 ULB পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র; BSB BSB: the fifth was Shephatiah by Abital; and the sixth was Ithream by his wife Eglah.
4 ULB দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। BSB BSB: These six sons were born to David in Hebron, where he reigned seven years and six months. And David reigned in Jerusalem thirty-three years,
5 ULB যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন। BSB BSB: and these sons were born to him in Jerusalem: Shimea, Shobab, Nathan, and Solomon. These four were born to him by Bathsheba daughter of Ammiel.
6 ULB দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট, BSB BSB: David’s other sons were Ibhar, Elishua, Eliphelet,
7 ULB নোগহ, নোফগ, যাফিয়া, BSB BSB: Nogah, Nepheg, Japhia,
8 ULB ইলীচামা, ইলীয়াদা, আৰু ইলীফেলট, BSB BSB: Elishama, Eliada, and Eliphelet—nine in all.
9 ULB উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল। BSB BSB: These were all the sons of David, besides the sons by his concubines. And Tamar was their sister.
10 ULB চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট; BSB BSB: Solomon’s son was Rehoboam: Abijah was his son, Asa his son, Jehoshaphat his son,
12 ULB যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ; BSB BSB: Amaziah his son, Azariah his son, Jotham his son,
13 ULB আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি; BSB BSB: Ahaz his son, Hezekiah his son, Manasseh his son,
14 ULB মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া। BSB BSB: Amon his son, and Josiah his son.
15 ULB যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম। BSB BSB: The sons of Josiah: Johanan was the firstborn, Jehoiakim the second, Zedekiah the third, and Shallum the fourth.
16 ULB যিহোয়াকীমৰ পুত্র যকনিয়া, শেষৰ জন ৰজা আছিল চিদিকিয়া। BSB BSB: The successors of Jehoiakim: Jeconiah his son, and Zedekiah.
17 ULB বন্দী কৰি নিয়া যকনিয়াৰ পুত্রসকল, চলটীয়েল, BSB BSB: The descendants of Jeconiah the captive: Shealtiel his son,
18 ULB মল্কিৰাম, পদায়া, চিনচৰ, যকমিয়া, হোচামা, আৰু নদবিয়া। BSB BSB: Malchiram, Pedaiah, Shenazzar, Jekamiah, Hoshama, and Nedabiah.
19 ULB পদায়াৰ পুত্র জৰূব্বাবিল আৰু চিমিয়ী; জৰূব্বাবিলৰ পুত্র মচূল্লম আৰু হননিয়া; আৰু চলোমীৎ তেওঁলোকৰ ভনীয়েক আছিল। BSB BSB: The sons of Pedaiah: Zerubbabel and Shimei. The children of Zerubbabel: Meshullam and Hananiah, their sister Shelomith,
20 ULB তেওঁৰ আন পাঁচ জন পুত্র হ’ল হচূবা, ওহেল, বেৰেখিয়া, হচদিয়া আৰু যুচবহচেদ। BSB BSB: and five others: Hashubah, Ohel, Berechiah, Hasadiah, and Jushab-hesed.
21 ULB হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তানসকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া। BSB BSB: The descendants of Hananiah: Pelatiah, Jeshaiah, and the sons of Rephaiah, of Arnan, of Obadiah, and of Shecaniah.
22 ULB চখনিয়াৰ পুত্র চমৰিয়া। আৰু চমৰিয়াৰ ছয় জন পুত্র হ’ল হটূচ, যিগাল, বাৰীহ, নিয়ৰিয়া, আৰু চাফট। BSB BSB: The six descendants of Shecaniah were Shemaiah and his sons: Hattush, Igal, Bariah, Neariah, and Shaphat.
23 ULB নিয়ৰিয়াৰ তিনি জন পুত্র হ’ল ইলীয়োঐনয়, হিষ্কিয়া, আৰু অজ্ৰীকাম। BSB BSB: The sons of Neariah: Elioenai, Hizkiah, and Azrikam—three in all.
24 ULB ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী। BSB BSB: The sons of Elioenai: Hodaviah, Eliashib, Pelaiah, Akkub, Johanan, Delaiah, and Anani—seven in all.
Select verses for actions: Enter goes to them and Escape comes back.