1 ULB এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে জ্ঞান আছে”। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে। BSB BSB: Now about food sacrificed to idols: We know that we all have knowledge. Knowledge puffs up, but love builds up.
2 ULB যদি কোনোৱে কিবা বিষয়ত সকলো জানো বুলি ভাৱে, তেনেহলে যিৰূপে জনা উচিত, সেইভাৱে এতিয়াও নাজানে। BSB BSB: The one who thinks he knows something does not yet know as he ought to know.
3 ULB কিন্তু কোনোৱে যদি ঈশ্বৰক প্ৰেম কৰে, তেনেহলে ঈশ্বৰে সেই জনক জানে। BSB BSB: But the one who loves God is known by God.
5 ULB কিয়নো স্বর্গতে হওক বা পৃথিৱীতে হওক, দেৱ-দেৱী বুলি কোৱা “বহুতো দেৱতা আৰু বহুতো প্রভু” থাকিলেও, BSB BSB: For even if there are so-called gods, whether in heaven or on earth (as there are many so-called gods and lords),
7 ULB কিন্তু সকলোৰে এনে জ্ঞান সঁচাকৈ নাই; কিয়নো কোনো লোকৰ পূৰ্বৰ মূৰ্তিপূজাৰ অভ্যাস এতিয়ালৈকে থকাত, সেই লোকসকলে মূৰ্তিলৈ উৎসর্গ কৰা খোৱা বস্তু এতিয়াও প্ৰসাদ বুলি খায়; তাতে এনে লোকৰ বিবেক দূৰ্বল হোৱা বাবে নিজকে অশুচি অনুভৱ কৰে। BSB BSB: But not everyone has this knowledge. Some people are still so accustomed to idols that they eat such food as if it were sacrificed to an idol. And since their conscience is weak, it is defiled.
8 ULB খোৱা বস্তুৰ দ্বাৰা আমি ঈশ্বৰৰ আগত গ্রহণযোগ্য নহওঁ। আমি নাখালেও আমাৰ ক্ষতি নহয় বা খালেও আমাৰ লাভ নহয়। BSB BSB: But food does not bring us closer to God: We are no worse if we do not eat, and no better if we do.
9 ULB কিন্তু সাৱধান! যি সকল বিশ্বাসত দুর্বল, আপোনালোকৰ এই স্বাধীনতা সেই লোক সকললৈ যেন উজুটি খুউৱা মূঢ়াস্বৰূপ নহয়। BSB BSB: Be careful, however, that your freedom does not become a stumbling block to the weak.
10 ULB আপোনাৰ জ্ঞান আছে; কিন্তু যি জনৰ বিবেক দুর্বল, সেই জনে যদি আপোনাক দেৱতাৰ মন্দিৰত বহি প্ৰসাদ খোৱা দেখা পায়, তেনেহলে সেই লোক জনে জানো মূৰ্তিলৈ উৎসর্গ কৰা খোৱা বস্তু খাবলৈ উৎসাহিত নহ’ব? BSB BSB: For if someone with a weak conscience sees you who are well informed eating in an idol’s temple, will he not be encouraged to eat food sacrificed to idols?
11 ULB এইদৰে আপোনাৰ জ্ঞানৰ দ্বাৰা সেই দুর্বল বিবেকৰ ভাই বা ভনী, যাৰ কাৰণে খ্ৰীষ্ট মৰিল, তেখেতসকল বিনষ্ট হয়। BSB BSB: So this weak brother, for whom Christ died, is destroyed by your knowledge.
12 ULB আপোনালোকে আপোনালোকৰ ভাই-ভনী সকলৰ বিৰুদ্ধে এইদৰে পাপ কৰি তেখেতসকলৰ দূৰ্বল বিবেকত আঘাত কৰিলে, আপোনালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয়। BSB BSB: By sinning against your brothers in this way and wounding their weak conscience, you sin against Christ.
13 ULB এতেকে খোৱা বস্তুৱে যদি মোৰ ভাই-ভনীৰ বাবে বিঘিনি স্বৰূপ হয়, তেনেহলে ভাই-ভনীৰ পাপৰ কাৰণ নহ’বলৈ মই পুনৰ কেতিয়াও মঙহ নাখাওঁ। BSB BSB: Therefore, if what I eat causes my brother to stumble, I will never eat meat again, so that I will not cause him to stumble.
Select verses for actions: Enter goes to them and Escape comes back.