1 ULB সেই কালত, তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোতা মহাৰক্ষক-দূত মিখায়েল উঠি থিয় হ’ব; আৰু কোনো জাতি উৎপন্ন নোহোৱা কালৰে পৰা সেই কাললৈকে যেনে সঙ্কট কেতিয়াও হোৱা নাই, এনে সঙ্কটৰ কাল হ’ব; আৰু সেই কালত পুস্তক খনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব। BSB BSB: “At that time Michael, the great prince who stands watch over your people, will rise up. There will be a time of distress, the likes of which will not have occurred from the beginning of nations until that time. But at that time your people—everyone whose name is found written in the book—will be delivered.
3 ULB যিবিলাক জ্ঞানী, তেওঁবিলাক আকাশৰ দ্বিপ্তিৰ নিচিনাকৈ আৰু যিবিলাকে অনেকক ধাৰ্ম্মিক কৰে তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব। BSB BSB: Then the wise will shine like the brightness of the heavens, and those who lead many to righteousness will shine like the stars forever and ever.
4 ULB কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰি ৰাখা আৰু এই পুস্তক মোহৰ মাৰা; অনেকে ইফালে সিফালে ল’ৰ ধৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব। BSB BSB: But you, Daniel, shut up these words and seal the book until the time of the end. Many will roam to and fro, and knowledge will increase.”
5 ULB তেতিয়া মই দানিয়েলে চাই আৰু দুজন পুৰুষ দেখিলোঁ; তেওঁবিলাকৰ মাজৰ এজন ইপাৰে আন এজন সিপাৰে নদীৰ পাৰত থিয় হৈ আছিল। BSB BSB: Then I, Daniel, looked and saw two others standing there, one on this bank of the river and one on the opposite bank.
6 ULB আৰু নদীৰ পানীতকৈ ওখ ঠাইত থিয় হোৱা শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষ জনক তেওঁবিলাকৰ এজনে সুধিলে, এই আচৰিত কথাবোৰ সিদ্ধ হ’বলৈ কিমান সময় লাগিব? BSB BSB: One of them said to the man dressed in linen, who was above the waters of the river, “How long until the fulfillment of these wonders?”
7 ULB পাছে নদীৰ পানীতকৈ ওখ ঠাইত থিয় হোৱা শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙি, অনন্তকাললৈকে জীয়াই থাকোঁতা জনাৰ নামেৰে শপত খাই এই কতা কোৱা মই শুনিলোঁ, এক কাল, দুই কাল, আৰু আধা কাললৈকে হ’ব আৰু পবিত্ৰ জাতিৰ বাহুবল ভাঙি এটোৱাৰ পাছত এইবোৰ সিদ্ধ হ’ব। BSB BSB: And the man dressed in linen, who was above the waters of the river, raised his right hand and his left hand toward heaven, and I heard him swear by Him who lives forever, saying, “It will be for a time, and times, and half a time. When the power of the holy people has finally been shattered, all these things will be completed.”
8 ULB মই শুনিলোঁ হয়, কিন্তু বুজিব নোৱাৰিলোঁ; এই কাৰণে মই কলোঁ, হে মোৰ প্ৰভু এইবোৰৰ কথাৰ শেষফল কি? BSB BSB: I heard, but I did not understand. So I asked, “My lord, what will be the outcome of these things?”
9 ULB তাতে তেওঁ মোক ক’লে, হে দানিয়েল, তুমি যোৱা; কিয়নো শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ’ল। BSB BSB: “Go on your way, Daniel,” he replied, “for the words are closed up and sealed until the time of the end.
10 ULB অনেকে নিজকে পবিত্ৰ, শুক্লা, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টবোৰে দুষ্কৰ্ম কৰিব, আৰু দুষ্টবোৰৰ মাজৰ কোনেও এইবোৰ নোবুজিব, কেৱল জ্ঞানীলোকবিলাকে বুজিব। BSB BSB: Many will be purified, made spotless, and refined, but the wicked will continue to act wickedly. None of the wicked will understand, but the wise will understand.
11 ULB আৰু নিত্য় বলিদান গুচুৱাৰে পৰা, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰাৰে পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব। BSB BSB: And from the time the daily sacrifice is abolished and the abomination of desolation set up, there will be 1,290 days.
12 ULB যিজনে ধৈৰ্য্য ধৰি এক হাজাৰ তিনিশ পয়ত্ৰিশ দিনলৈকে থাকিব, তেওঁ ধন্য। BSB BSB: Blessed is he who waits and reaches the end of the 1,335 days.
13 ULB কিন্তু তুমি শেষৰ অপেক্ষাৰে চলি থাকা; কিয়নো তুমি বিশ্ৰাম পাবা, আৰু কালৰ শেষত নিজ অধিপত্যত থিয় হ’বা। BSB BSB: But as for you, go on your way until the end. You will rest, and then you will arise to your inheritance at the end of the days.”
Select verses for actions: Enter goes to them and Escape comes back.