1 ULB যিহোৱাই মোচিক ক’লে, BSB BSB: Then the LORD said to Moses,
2 ULB “মনৰ ইচ্ছাৰে প্রভৱিত হোৱা প্রতিজন ইস্রায়েলী লোকৰ পৰা মোৰ অৰ্থে দান গ্রহণ কৰিবলৈ ক’বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্রহণ কৰিবা। BSB BSB: “Tell the Israelites to bring Me an offering. You are to receive My offering from every man whose heart compels him.
3 ULB তুমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব লগা দান এইবোৰ: সোণ, ৰূপ, পিতল, BSB BSB: This is the offering you are to accept from them: gold, silver, and bronze;
4 ULB আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, ছাগলীৰ নোম, BSB BSB: blue, purple, and scarlet yarn; fine linen and goat hair;
5 ULB ৰঙা ৰং কৰা ভেড়া পোৱালীৰ ছাল, গৰুৰ মিহি ছাল, চিটীম কাঠ, BSB BSB: ram skins dyed red and fine leather; acacia wood;
6 ULB পবিত্র প্ৰদীপৰ বাবে তেল, অভিষেক তেলৰ বাবে মচলা, আৰু সুগন্ধি ধূপ, BSB BSB: olive oil for the light; spices for the anointing oil and for the fragrant incense;
7 ULB এফোদ আৰু বুকুপতাত লগাবৰ বাবে গোমেদক আৰু আন বহুমূল্য বাখৰ। BSB BSB: and onyx stones and gemstones to be mounted on the ephod and breastpiece.
8 ULB মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে, তেওঁলোকক মোৰ বাবে এটা ধৰ্ম্মধাম নিৰ্মাণ কৰিবলৈ কোৱা। BSB BSB: And they are to make a sanctuary for Me, so that I may dwell among them.
9 ULB সেই আবাস আৰু তাৰ সকলো বস্তুৰ যি নমুনা মই তোমাক দেখুৱাম, তোমালোকে সেই নমুনাৰ দৰেই সকলো কৰিবা। BSB BSB: You must make the tabernacle and design all its furnishings according to the pattern I show you.
10 ULB তেওঁলোকে চিটীম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম চন্দুক সাজিব। BSB BSB: And they are to construct an ark of acacia wood, two and a half cubits long, a cubit and a half wide, and a cubit and a half high.
11 ULB তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা; আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা। BSB BSB: Overlay it with pure gold both inside and out, and make a gold molding around it.
13 ULB তুমি চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা। BSB BSB: And make poles of acacia wood and overlay them with gold.
14 ULB নিয়ম চন্দুক বৈ নিবৰ বাবে, সেই কানমাৰি নিয়ম চন্দুকৰ দুয়ো ফালে থকা আঙঠিত সুমুৱাবা। BSB BSB: Insert the poles into the rings on the sides of the ark, in order to carry it.
15 ULB সেই কানমাৰি নিয়ম চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে। BSB BSB: The poles are to remain in the rings of the ark; they must not be removed.
16 ULB মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম চন্দুকৰ ভিতৰত ৰাখিবা। BSB BSB: And place inside the ark the Testimony, which I will give you.
17 ULB তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপাবৰণ সাজিবা। BSB BSB: And you are to construct a mercy seat of pure gold, two and a half cubits long and a cubit and a half wide.
18 ULB তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা। BSB BSB: Make two cherubim of hammered gold at the ends of the mercy seat,
19 ULB এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মুৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা। BSB BSB: one cherub on one end and one on the other, all made from one piece of gold.
20 ULB কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব। BSB BSB: And the cherubim are to have wings that spread upward, overshadowing the mercy seat. The cherubim are to face each other, looking toward the mercy seat.
21 ULB তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থবা। BSB BSB: Set the mercy seat atop the ark and put the Testimony that I will give you into the ark.
22 ULB মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম। BSB BSB: And I will meet with you there above the mercy seat, between the two cherubim that are over the ark of the Testimony; I will speak with you about all that I command you regarding the Israelites.
23 ULB তুমি দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ এখন মেজ সাজিবা, BSB BSB: You are also to make a table of acacia wood two cubits long, a cubit wide, and a cubit and a half high.
24 ULB সেই মেজত শুদ্ধ সোণৰ পতা মাৰিবা, আৰু তাৰ চাৰিওফালে সোণৰ সীমা দিবা। BSB BSB: Overlay it with pure gold and make a gold molding around it.
25 ULB সেই মেজৰ চাৰিওফালে চাৰি আঙুলী জোখৰ এচটা কাঠ দি ফ্রেম বনাবা, আৰু সেই ফ্রেমৰ চাৰিও ফালে সোণৰ সীমা বনাবা। BSB BSB: And make a rim around it a handbreadth wide and put a gold molding on the rim.
26 ULB সোণৰ চাৰিটা আঙঠি সাজি, সেই আঙঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা। BSB BSB: Make four gold rings for the table and fasten them to the four corners at its four legs.
27 ULB মেজ বৈ নিবলৈ কানমাৰি সুমুউৱাবলৈ ফ্রেমত আঙঠি লগাবা। BSB BSB: The rings are to be close to the rim, to serve as holders for the poles used to carry the table.
28 ULB তুমি মেজ বৈ নিবৰ বাবে, চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা। BSB BSB: Make the poles of acacia wood and overlay them with gold, so that the table may be carried with them.
29 ULB পেয় নৈবেদ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ কাঁহি, চামুচ, জাৰ আৰু বাটি গঢ়াবা। এই সকলোকে শুদ্ধ সোণেৰে গঢ়াবা। BSB BSB: You are also to make the plates and dishes, as well as the pitchers and bowls for pouring drink offerings. Make them out of pure gold.
30 ULB তুমি সেই মেজৰ ওপৰত মোৰ আগত সদায় দৰ্শন-পিঠা ৰাখিবা। BSB BSB: And place the Bread of the Presence on the table before Me at all times.
31 ULB তুমি শুদ্ধ পিটা সোণৰএটা দীপাধাৰ সাজিবা। দীপাধাৰৰ সৈতে তাৰ বাটিবোৰ, তাৰ তলৰ পাতবোৰ, আৰু ফুলবোৰ একেডোখৰ সোণেৰেই বনোৱা হ’ব লাগে। BSB BSB: Then you are to make a lampstand of pure, hammered gold. It shall be made of one piece, including its base and shaft, its cups, and its buds and petals.
32 ULB দীপাধাৰৰ কাষৰ পৰা ছয়ডাল শাখা ওলোৱা হ’ব লাগিব। তাৰে তিনি ডাল শাখা এফালৰ পৰা, আৰু আন তিনি ডাল শাখা আন ফালৰ পৰা ওলোৱা হ’ব লাগিব। BSB BSB: Six branches are to extend from the sides of the lampstand—three on one side and three on the other.
33 ULB তাৰ এটা শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব লাগিব। আন শাখাতো বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব। দীপাধাৰৰ পৰা ওলোৱা ছয়টা ডালতে সেই একে দৰেই হ’ব। BSB BSB: There are to be three cups shaped like almond blossoms on the first branch, each with buds and petals, three on the next branch, and the same for all six branches that extend from the lampstand.
34 ULB দীপাধাৰৰ মাজভাগতো বাদাম ফুলৰ আকৃতিৰে চাৰিটা বাটি, কলি, আৰু ফুল থাকিব। BSB BSB: And on the lampstand there shall be four cups shaped like almond blossoms with buds and petals.
35 ULB সেই দীপাধাৰৰ প্রথম যোৰ শাখাত একে ডোখৰ সোণেৰে এটা কলি, আৰু আন দ্বিতীয় যোৰ শাখাতো একে ডোখৰ সোণেৰে এটা কলি থাকিব। BSB BSB: For the six branches that extend from the lampstand, a bud must be under the first pair of branches, a bud under the second pair, and a bud under the third pair.
36 ULB সেইবোৰৰ কলি আৰু সেইবোৰৰ শাখাবোৰ একে ডোখৰ সোণেৰে হ’ব; আৰু সেই সকলোৱেই শুদ্ধ সোণ পিটি বনোৱা হ’ব। BSB BSB: The buds and branches are to be all of one piece with the lampstand, hammered out of pure gold.
37 ULB তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্রদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰত লগাবা। BSB BSB: Make seven lamps and set them up on the lampstand so that they illuminate the area in front of it.
38 ULB এঙাৰ ধৰা চেপেনা আৰু ট্রে শুদ্ধ সোণৰ হ’ব লাগিব। BSB BSB: The wick trimmers and their trays must be of pure gold.
39 ULB দীপাধাৰ আৰু দীপাধাৰৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু সাজিবলৈ এক কিক্কৰ শুদ্ধ সোণ ব্যৱহাৰ কৰিবা। BSB BSB: The lampstand and all these utensils shall be made from a talent of pure gold.
40 ULB মই তোমাক পৰ্ব্বতত দেখুউৱা নমুনাৰ দৰেই সেই সকলো নিশ্চয় সাজিবা। BSB BSB: See to it that you make everything according to the pattern shown you on the mountain.
Select verses for actions: Enter goes to them and Escape comes back.