2 ULB বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খালে পুতেকহঁতৰ দাঁত টেঙায়, এইবুলি ইস্ৰায়েল দেশৰ তোমালোকে যে যোজনা দিয়া, তাৰ অৰ্থ কি? BSB BSB: “What do you people mean by quoting this proverb about the land of Israel: ‘The fathers have eaten sour grapes, and the teeth of the children are set on edge’?
3 ULB প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু নাপাবা। BSB BSB: As surely as I live, declares the Lord GOD, you will no longer quote this proverb in Israel.
4 ULB চোৱা, আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব। BSB BSB: Behold, every soul belongs to Me; both father and son are Mine. The soul who sins is the one who will die.
5 ULB যদি কোনো মানুহ ধাৰ্ম্মিক হয়, যি উচিত আৰু ন্যায় তাকে তেওঁ কৰে, BSB BSB: Now suppose a man is righteous and does what is just and right:
6 ULB পৰ্ব্বতবোৰত ভোজন নকৰে, বা ইস্ৰায়েল বংশৰ মুৰ্ত্তিবোৰলৈ চকু নোতোলে, বা নিজ ওচৰ চুবুৰীয়াৰ তিৰোতাক অশুচি নকৰে, নাইবা কোনো তিৰোতা অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ নাযায়, আৰু কাকো অন্যায় নকৰে, BSB BSB: He does not eat at the mountain or look to the idols of the house of Israel. He does not defile his neighbor’s wife or approach a woman during her period.
7 ULB কিন্তু ধৰুৱাক তাৰ বন্ধক ওলোটাই দিয়ে, কাৰো বস্তু বলেৰে কাঢ়ি নলয়, ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে, BSB BSB: He does not oppress another, but restores the pledge to the debtor. He does not commit robbery, but gives his bread to the hungry and covers the naked with clothing.
8 ULB আৰু নাঙঠাক কাপোৰেৰে ঢাকে, সুতলৈ ধাৰ নিদিয়ে, নাইবা বাঢ়ি নলয়, অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰে, মোৰ বিধিবোৰত চলে, BSB BSB: He does not engage in usury or take excess interest, but he withholds his hand from iniquity and executes true justice between men.
9 ULB আৰু যথাৰ্থ কাৰ্য্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্ম্মিক, প্ৰভূ যিহোৱাই কৈছে, তেওঁহে অৱশ্যে জীয়াই থাকিব। BSB BSB: He follows My statutes and faithfully keeps My ordinances. That man is righteous; surely he will live, declares the Lord GOD.
10 ULB আৰু যদি কোনো মানুহৰ ঔৰসত এটা পুতেক জন্ম হৈ, সি ডকা দিয়া ৰক্তপাত কৰা আদি কোনো কাৰ্য্য কৰে, BSB BSB: Now suppose that man has a violent son, who sheds blood or does any of these things,
11 ULB আৰু সেইবোৰ কৰ্ত্তব্য কৰ্ম্মৰ কোনো কৰ্ত্তব্য কৰ্ম্ম নকৰে, কিন্তু পৰ্ব্বতবোৰত ভোজন কৰে, নিজ ওচৰ-চুবুৰীয়াৰ তিৰোতাক অশুচি কৰে, BSB BSB: though the father has done none of them: Indeed, the son eats at the mountain and defiles his neighbor’s wife.
12 ULB দুখী-দৰিদ্ৰক অন্যায় কৰে, বলেৰে কাঢ়ি লয়, বন্ধক ওলোটাই নিদিয়ে, মুৰ্ত্তিবোৰলৈ চকু তোলে, ঘিণলগীয়া কাৰ্য্য কৰে, BSB BSB: He oppresses the poor and needy; he commits robbery and does not restore a pledge. He lifts his eyes to idols; he commits abominations.
13 ULB সুতলৈ ধাৰ দিয়ে, আৰু বাঢ়ি লয়, তেনেহলে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব; সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য্য কৰে; সি অৱশ্যে মৰিব, আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ গাত থাকিব। BSB BSB: He engages in usury and takes excess interest. Will this son live? He will not! Since he has committed all these abominations, he will surely die; his blood will be on his own head.
14 ULB আৰু চোৱা, যি পুতেকে, বাপেকে কৰা সকলো পাপ দেখিও ভয় কৰে তেনে কাৰ্য্য নকৰে, BSB BSB: Now suppose this son has a son who sees all the sins his father has committed, considers them, and does not do likewise:
15 ULB পৰ্ব্বতবোৰৰ ওপৰত ভোজন নকৰে, বা ইস্ৰায়েল বংশৰ মুৰ্ত্তিবোৰলৈ চকু নোতোলে, তেওঁৰ চুবুৰীয়াৰ তিৰোতাক অশুচি নকৰে, BSB BSB: He does not eat at the mountain or look to the idols of the house of Israel. He does not defile his neighbor’s wife.
16 ULB বা কাকো অন্যায় নকৰে, বন্ধকৰ নিমিত্তে একো নলয়, নাইবা বলেৰে কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে, BSB BSB: He does not oppress another, or retain a pledge, or commit robbery. He gives his bread to the hungry and covers the naked with clothing.
17 ULB দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা বাঢ়ি নলয়, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, মোৰ বিধিবোৰত চলে, এনে পুতেক যদি সেই মানুহৰ ঔৰসত জন্ম হয়, তেন্তে সেই পুতেক নিজৰ বাপেকৰ অপৰাধৰ নিমিত্তে নমৰিব; তেওঁ অৱশ্যে জীয়াই থাকিব। BSB BSB: He withholds his hand from harming the poor and takes no interest or usury. He keeps My ordinances and follows My statutes. Such a man will not die for his father’s iniquity. He will surely live.
18 ULB তেওঁৰ বাপেকৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাৰ, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাৰ, আৰু নিজৰ লোকবিলাকৰ মাজত, যি ভাল নহয়, তাকে কৰাৰ কাৰণে, চোৱা, তেওঁ নিজ অপৰাধৰ নিমিত্তে মৰিব। BSB BSB: As for his father, he will die for his own iniquity, because he practiced extortion, robbed his brother, and did what was wrong among his people.
19 ULB তথাপি তোমালোকে কোৱা, পুতেকে বাপেকৰ অপৰাধৰ ভাৰ কিয় নবয়? যেতিয়া পুতেকে উচিত আৰু ন্যায় কাৰ্য্য কৰে, মোৰ সকলো বিধি পালন কৰে, আৰু সেইবোৰৰ মতে কৰ্ম্ম কৰে, তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব। BSB BSB: Yet you may ask, ‘Why shouldn’t the son bear the iniquity of his father?’ Since the son has done what is just and right, carefully observing all My statutes, he will surely live.
21 ULB কিন্তু যদি দুষ্টই নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে, উচিত আৰু ন্যায় সকলো কাৰ্য্য কৰে, তেন্তে সি অৱশ্যে জীয়াই থাকিব, নমৰিব। BSB BSB: But if the wicked man turns from all the sins he has committed, keeps all My statutes, and does what is just and right, he will surely live; he will not die.
22 ULB সি কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তাৰ অহিতে সোঁৱৰণ কৰা নহ’ব; সি নিজ ধাৰ্ম্মিকতাৰ নিমিত্তেহে জীয়াই থাকিব। BSB BSB: None of the transgressions he has committed will be held against him. Because of the righteousness he has practiced, he will live.
23 ULB প্ৰভূ যিহোৱাই কৈছে, দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকিব, ইয়াত সন্তুষ্ট নহৈ তাৰ মৃত্যুত জানো মই কোনো সন্তুষ পাওঁ? BSB BSB: Do I take any pleasure in the death of the wicked? declares the Lord GOD. Wouldn’t I prefer that he turn from his ways and live?
24 ULB কিন্তু যদি ধাৰ্ম্মিকে তেওঁৰ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, আৰু দুষ্টই কৰা আটাই ঘিণলগীয়া কাৰ্য্যৰ দৰে কাৰ্য্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰৰ কোনোটোকে সোঁৱৰণ কৰা নাযাব, তেওঁ কৰা অপৰাধতেই, আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব। BSB BSB: But if a righteous man turns from his righteousness and practices iniquity, committing the same abominations as the wicked, will he live? None of the righteous acts he did will be remembered. Because of the unfaithfulness and sin he has committed, he will die.
25 ULB তথাপি তোমালোকে কোৱা, প্ৰভূৰ পথ সমান নহয়; হে ইস্ৰায়েল বংশ, বাৰু, শুনা, মোৰ পথহে সমান নহয়নে? তোমালোকৰ পথহে জানো অসমান নহয়? BSB BSB: Yet you say, ‘The way of the Lord is not just.’ Hear now, O house of Israel: Is it My way that is unjust? Is it not your ways that are unjust?
26 ULB ধাৰ্ম্মিক লোকে যদি নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, আৰু তাত মৰে, তেন্তে তেওঁ কৰা অপৰাধতেই মৰে। BSB BSB: If a righteous man turns from his righteousness and practices iniquity, he will die for this. He will die because of the iniquity he has committed.
27 ULB আকৌ দুষ্টই যদি সি কৰা দুষ্কৰ্ম্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য্য কৰে, তেন্তে সি নিজ প্ৰাণ জীয়াই ৰাখিব। BSB BSB: But if a wicked man turns from the wickedness he has committed and does what is just and right, he will save his life.
28 ULB সি বিবেচনা কৰি সি কৰা আটাই দুষ্কৰ্ম্মৰ পৰা ঘূৰাত, সি নিশ্চয়ে জীয়াই থাকিব, নমৰিব। BSB BSB: Because he considered and turned from all the transgressions he had committed, he will surely live; he will not die.
29 ULB তথাপি ইস্ৰায়েল বংশই কয়, প্ৰভূৰ পথ সমান নহয়, হে ইস্ৰায়েল বংশ, মোৰ পথহে সমান নহয়নে? তোমালোকৰ পথহে জানো অসমান নহয়? BSB BSB: Yet the house of Israel says, ‘The way of the Lord is not just.’ Are My ways unjust, O house of Israel? Is it not your ways that are unjust?
30 ULB এই হেতুকে, প্ৰভূ যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম। তোমালোক ওলোটা, আৰু তোমালোকৰ সকলো অধৰ্ম্মৰ পৰা ঘূৰা; তাতে অপৰাধ তোমালোকৰ সৰ্ব্বনাশৰ কাৰণ নহ’ব। BSB BSB: Therefore, O house of Israel, I will judge you, each according to his ways, declares the Lord GOD. Repent and turn from all your transgressions, so that your iniquity will not become your downfall.
31 ULB যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধ তোমালোকৰ পৰা দূৰ কৰা, আৰু তোমালোকৰ নিজ নিজৰ নিমিত্তে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, কিয় তোমালোক মৰিবা? BSB BSB: Cast away from yourselves all the transgressions you have committed, and fashion for yourselves a new heart and a new spirit. Why should you die, O house of Israel?
32 ULB কিয়নো, প্ৰভূ যিহোৱাই কৈছে, কোনো লোক মৰিলে মই তাৰ মৃত্যুত সন্তোষ নাপাওঁ। এই হেতুকে তোমালোক ঘূৰি জীয়াই থাকা। BSB BSB: For I take no pleasure in anyone’s death, declares the Lord GOD. So repent and live!
Select verses for actions: Enter goes to them and Escape comes back.