1 ULB তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: And the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰস্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা আৰু ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। BSB BSB: “Son of man, set your face against Jerusalem and preach against the sanctuaries. Prophesy against the land of Israel
3 ULB তুমি ইস্ৰায়েল দেশক কোৱা, যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ বিপক্ষ; মই ফাকৰ পৰা মোৰ তৰোৱাল উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্ম্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম। BSB BSB: and tell her that this is what the LORD says: ‘I am against you, and I will draw My sword from its sheath and cut off from you both the righteous and the wicked.
4 ULB মই ধাৰ্ম্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেই নিমিত্তেই দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ফাকৰ পৰা ওলাব। BSB BSB: Because I will cut off both the righteous and the wicked, My sword will be unsheathed against everyone from south to north.
5 ULB আৰু মই যিহোৱায়েই যে ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব ই পুনৰায় নুলটিব। BSB BSB: Then all flesh will know that I, the LORD, have taken My sword from its sheath, not to return it again.’
6 ULB এই হেতুকে হে মনুষ্য সন্তান, হুমুনিয়াহ পেলোৱা, কঁকাল ভগাকৈ আৰু মনৰ বেজাৰেৰে সৈতে তেওঁবিলাকৰ আগত হুমুনিয়াহ পেলোৱা। BSB BSB: But you, son of man, groan! Groan before their eyes with a broken heart and bitter grief.
7 ULB তাতে, কিয় তুমি হুমুনিয়াহ পেলাইছা? এইবুলি যেতিয়া তেওঁবিলাকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে, আৰু প্ৰত্যেকৰ হৃদয় দ্ৰৱ হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব, আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা, প্ৰভূ যিহোৱাই কৈছে, সেয়ে আহিছে, আৰু সকলো সিদ্ধ হ’ব। BSB BSB: And when they ask, ‘Why are you groaning?’ you are to say, ‘Because of the news that is coming. Every heart will melt, and every hand will go limp. Every spirit will faint, and every knee will turn to water.’ Yes, it is coming and it will surely happen, declares the Lord GOD.”
8 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Again the word of the LORD came to me, saying,
9 ULB হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, যিহোৱাই এই কথা কৈছে, তুমি কোৱা, তৰোৱাল! তৰোৱাল! তাক ধাৰ দিয়া আৰু মজাও হৈছে। BSB BSB: “Son of man, prophesy and tell them that this is what the Lord says: ‘A sword, a sword, sharpened and polished—
10 ULB বধ কৰিবৰ নিমিত্তে তাক ধাৰ দিয়া হৈছে, বিজুলীৰ নিচিনা হ’বৰ নিমিত্তে তাক মজা হৈছে তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে। BSB BSB: it is sharpened for the slaughter, polished to flash like lightning! Should we rejoice in the scepter of My son? The sword despises every such stick.
11 ULB তাক হাতত ল’বৰ নিমিত্তে, তেওঁ তাক মাজিবলৈ আজ্ঞা দিছে; বধ কৰোঁতাৰ হাতত দিবৰ নিমিত্তে তৰোৱালখন ধাৰ দিয়া হৈছে, এনে কি মজাও হৈছে। BSB BSB: The sword is appointed to be polished, to be grasped in the hand. It is sharpened and polished, to be placed in the hand of the slayer.
12 ULB হে মনুষ্য সন্তান, চিঞৰি কন্দা আৰু হাহাকাৰ কৰা; কিয়নো সেয়ে মোৰ প্ৰজাবিলাকৰ আৰু ইস্ৰায়েলৰ আটাই অধ্যক্ষবিলাকৰ ওপৰলৈ আহিল; তেওঁবিলাকক মোৰ প্ৰজাবিলাকে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা। BSB BSB: Cry out and wail, O son of man, for the sword is wielded against My people; it is against all the princes of Israel! They are tossed to the sword with My people; therefore strike your thigh.
13 ULB কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতো দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব? এয়ে প্ৰভূ যিহোৱাৰ বচন। BSB BSB: Surely testing will come! And what if even the scepter, which the sword despises, does not continue?’ declares the Lord GOD.
14 ULB এই হেতুকে হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা, আৰু হাত তালি দিয়া; তৰোৱাল –খনে অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক; সেয়ে সিহঁতৰ ভিতৰ-কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল। BSB BSB: ‘So then, son of man, prophesy and strike your hands together. Let the sword strike two times, even three. It is a sword that slays, a sword of great slaughter closing in on every side!
15 ULB তেওঁবিলাকৰ হৃদয় দ্ৰৱ হ’বৰ নিমিত্তে আৰু তেওঁবিলাকৰ উজুটি খাই পৰা লোক সৰহ হ’বৰ নিমিত্তে এই তৰোৱালখনৰ আগটো তেওঁবিলাকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ; হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ নিমিত্তে তাক ধাৰ দিয়া হ’ল। BSB BSB: So that their hearts may melt and many may stumble, I have appointed at all their gates a sword for slaughter. Yes, it is ready to flash like lightning; it is drawn for slaughter.
16 ULB হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা, যুগুত হৈ বাওঁফালে ঘূৰা; যি ফাললৈ তুমি মুখ কৰি আছা, সেই ফাললৈ গমন কৰা। BSB BSB: Slash to the right; set your blade to the left—wherever your blade is directed.
17 ULB ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱায়েই ইয়াক কলোঁ। BSB BSB: I too will strike My hands together, and I will satisfy My wrath.’ I, the LORD, have spoken.”
18 ULB পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Then the word of the LORD came to me, saying,
19 ULB হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ নিমিত্তে তুমি দুটা পথ আঁকা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা। BSB BSB: “Now you, son of man, mark out two roads for the sword of the king of Babylon to take, both starting from the same land. And make a signpost where the road branches off to each city.
20 ULB তৰোৱালখন অম্মোনৰ সন্তানবিলাকৰ ৰব্বা নগৰলৈ আহিবৰ নিমিত্তে এটা পথ, আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত যিৰূচালেম নগৰলৈ আহিবৰ নিমিত্তে এটে পথ তুমি আঁকা। BSB BSB: Mark out one road for the sword to come against Rabbah of the Ammonites, and another against Judah into fortified Jerusalem.
21 ULB কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হৈছে, তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিলে, গৃহ দেৱতাবোৰক সুধিলে, আৰু আগ মঙহ চালে। BSB BSB: For the king of Babylon stands at the fork in the road, at the junction of the two roads, to seek an omen: He shakes the arrows, he consults the idols, he examines the liver.
22 ULB পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ নিমিত্তে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল। BSB BSB: In his right hand appears the portent for Jerusalem, where he is to set up battering rams, to call for the slaughter, to lift a battle cry, to direct the battering rams against the gates, to build a ramp, and to erect a siege wall.
23 ULB আৰু সিহঁতৰ আগত শপত খোৱাবিলাকৰ মানত সেই মঙ্গলচোৱা কাৰ্য্যটো বৃথা হ’ব¨ কিন্তু তেওঁবিলাক ধৰা পৰিবৰ নিমিত্তে তেওঁ অপৰাধ সোঁৱৰণ কৰাব। BSB BSB: It will seem like a false omen to the eyes of those who have sworn allegiance to him, but it will draw attention to their guilt and take them captive.
24 ULB এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই কাৰ্য্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ল; এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম্ম সোঁৱৰণ কৰালা, আৰু তোমালোকলৈ মোৰ মনত পৰিল; এতেকে তোমালোক ধৰা পৰিবা। BSB BSB: Therefore this is what the Lord GOD says: ‘Because you have drawn attention to your guilt, exposing your transgressions, so that your sins are revealed in all your deeds—because you have come to remembrance—you shall be taken in hand.
25 ULB অন্তজনক অপৰাধৰ কালত দিন উপস্থিত হোৱা হত হ’বলগীয়া ইস্ৰায়েলৰ অধিপতি হে দুষ্ট, BSB BSB: And you, O profane and wicked prince of Israel, the day has come for your final punishment.’
26 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা; এইবোৰ আৰু নাথাকিব, চাপৰক ওখ কৰা হ’ব, আৰু ওখক চাপৰ কৰা হ’ব। BSB BSB: This is what the Lord GOD says: ‘Remove the turban, and take off the crown. Things will not remain as they are: Exalt the lowly and bring low the exalted.
27 ULB মই নষ্ট কৰিম, নষ্ট কৰিম, নষ্ট কৰিম; স্বত্ব থকা জনা নহালৈকে নিশ্চয়েএইবোৰ আৰু নাথাকিব; আৰু মই এইবোৰ সেই জনাক দিম। BSB BSB: A ruin, a ruin, I will make it a ruin! And it will not be restored until the arrival of Him to whom it belongs, to whom I have assigned the right of judgment.’
28 ULB হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই অম্মোনৰ সন্তানবিলাকৰ, আৰু সিহঁতে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে, তুমি কোৱা, অন্তজনক অপৰাধৰ সময়ত দিন উপস্থিত হোৱা হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ, BSB BSB: Now prophesy, son of man, and declare that this is what the Lord GOD says concerning the Ammonites and their contempt: ‘A sword! A sword is drawn for slaughter, polished to consume, to flash like lightning—
29 ULB সিহঁতে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত, তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ নিমিত্তে তাক সজা হৈছে। BSB BSB: while they offer false visions for you and lying divinations about you—to be placed on the necks of the wicked who are slain, whose day has come, the time of their final punishment.
30 ULB তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম। BSB BSB: Return the sword to its sheath! In the place where you were created, in the land of your origin, I will judge you.
31 ULB আৰু মই তোমাৰৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকবিলাকৰ হাতত তোমাক শোধাই দিম। BSB BSB: I will pour out My anger upon you; I will breathe the fire of My fury against you; I will hand you over to brutal men, skilled in destruction.
32 ULB তুমি জুইৰ খৰিস্বৰূপ হ’বা; দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব; তোমাক আৰু সোঁৱৰণ কৰা নাযাব; কিয়নো মই যিহোৱাই ইয়াক কলোঁ। BSB BSB: You will be fuel for the fire. Your blood will stain your own land. You will not be remembered, for I, the LORD, have spoken.’”
Select verses for actions: Enter goes to them and Escape comes back.