1 ULB পাছে, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: And the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, প্ৰভূ যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে, অন্ত পৰিল, দেশৰ চাৰি চুকলৈ অন্ত আহিল। এতিয়া তোমাৰ অন্ত উপস্থিত; BSB BSB: “O son of man, this is what the Lord GOD says to the land of Israel: ‘The end! The end has come upon the four corners of the land.
3 ULB মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠাম, তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম, আৰু তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালৈ ফলিওৱাম। BSB BSB: The end is now upon you, and I will unleash My anger against you. I will judge you according to your ways and repay you for all your abominations.
4 ULB মই তোমালৈ কৃপাদৃষ্টি নকৰিম, আৰু তোমাক দয়াও নকৰিম; কিন্তু মই তোমাৰ আচৰণৰ ফল তোমালৈ ফলিওৱাম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাক মাজত থাকিব, তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা। BSB BSB: I will not look on you with pity, nor will I spare you, but I will punish you for your ways and for the abominations among you. Then you will know that I am the LORD.’
5 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, অমঙ্গল, কেৱল একেটা অমঙ্গল; চোৱা, সেয়ে পালেহি। BSB BSB: This is what the Lord GOD says: ‘Disaster! An unprecedented disaster—behold, it is coming!
6 ULB অন্ত উপস্থিত, সেই অন্তই উপস্থিত; সেয়ে তোমাৰ অহিতে জাগিল; চোৱা সেয়ে পালেহি। BSB BSB: The end has come! The end has come! It has roused itself against you. Behold, it has come!
7 ULB হে দেশ নিবাসী লোক, তোমাৰ দণ্ডাজ্ঞা তোমালৈ আহিল; সময় উপস্থিত, দিন ওচৰ চাপিছে পৰ্ব্বতবোৰৰ ওপৰত আনন্দ-ধ্বনিৰ দিন নহয়, কোলাহলৰহে দিন! BSB BSB: Doom has come to you, O inhabitants of the land. The time has come; the day is near; there is panic on the mountains instead of shouts of joy.
8 ULB এতিয়া অলপতে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, তোমাৰ অহিতে মোৰ কোপ সিদ্ধ কৰিম, আৰু তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিম; মই তোমাৰ সকলো ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালৈ ফলিওৱাম। BSB BSB: Very soon I will pour out My wrath upon you and vent My anger against you; I will judge you according to your ways and repay you for all your abominations.
9 ULB মই কৃপাদৃষ্টি নকৰিম, আৰু দয়াও নকৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমালৈ ফলিওৱাম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাৰ মাজত থাকিব; তাতে মই যিহোৱায়েই যে প্ৰহাৰ কৰোঁ,তাক তোমালোকে জানিবা। BSB BSB: I will not look on you with pity, nor will I spare you, but I will punish you for your ways and for the abominations among you. Then you will know that it is I, the LORD, who strikes the blow.
10 ULB চোৱা, সেই দিন সৌৱা; চোৱা, সেয়ে পালেহি; তোমাৰ দণ্ডাজ্ঞা প্ৰকাশিত হ’ল; দণ্ডডালি ফুলিল, অহঙ্কাৰে কলি ধৰিলে। BSB BSB: Behold, the day is here! It has come! Doom has gone out, the rod has budded, arrogance has bloomed.
11 ULB দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল; তেওঁবিলাকৰ, আৰু তেওঁবিলাকৰ লোক সমূহৰ মাজৰ কোনো বা তেওঁবিলাকৰ ধন-সম্পত্তিৰ একো অৱশিষ্ট নাথাকিব; তেওঁবিলাকৰ মাজত প্ৰাধান্যও নাথাকিব। BSB BSB: Their violence has grown into a rod to punish their wickedness. None of them will remain: none of their multitude, none of their wealth, and nothing of value.
12 ULB সময় উপস্থিত, দিন ওচৰ চাপিছে; কিনোতাই আনন্দ, কি বেচোঁতাই বেজাৰ নকৰক; কাৰণ তাৰ আটাই লোকসমূহৰ ওপৰত ক্ৰোধ উপস্থিত। BSB BSB: The time has come; the day has arrived. Let the buyer not rejoice and the seller not mourn, for wrath is upon the whole multitude.
13 ULB কিয়নো তেওঁবিলাক সেই সময়লৈকে জীয়াই থাকিলেও, বেচোঁতাই বেচা বস্তুলৈ নুলটিব; কাৰণ সেই দৰ্শন তাৰ আটাই লোকসমূহৰ সম্পৰ্কীয়; কোনেও নুলটিবচ বা নিজ নিজ অপৰাধত কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব। BSB BSB: The seller will surely not recover what he sold while both remain alive. For the vision concerning the whole multitude will not be revoked, and because of their iniquity, not one of them will preserve his life.
14 ULB তেওঁবিলাকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ কোনো নাযায়; কিয়নো মোৰ ক্ৰোধ তাৰ আটাই লোকসমূহৰ ওপৰত পৰিল। BSB BSB: They have blown the trumpet and made everything ready, but no one goes to war, for My wrath is upon the whole multitude.
15 ULB বাহিৰত তৰোৱাল, ভিতৰত মহামাৰী আৰু আকাল; যি মানুহ পথাৰত আছে, তেওঁ তৰোৱালত মৰিব, আৰু যি মানুহ নগৰত আছে তেওঁক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব। BSB BSB: The sword is outside; plague and famine are within. Those in the country will die by the sword, and those in the city will be devoured by famine and plague.
16 ULB কিন্তু তেওঁবিলাকৰ মাজৰ যিবোৰ সাৰিব, তেওঁবিলাক সাৰি আটাইবিলাকে নিজ নিজ অপৰাধত শোক কৰি, উপত্যকা বাসী কপৌৰ দৰে পৰ্ব্বতত থাকিব। BSB BSB: The survivors will escape and live in the mountains, moaning like doves of the valley, each for his own iniquity.
17 ULB সকলোৰে হাত দুৰ্ব্বল হ’ব, আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব। BSB BSB: Every hand will go limp, and every knee will turn to water.
18 ULB তেওঁবিলাকে কঁকালত চট বান্ধিব, আৰু মহাত্ৰাস তেওঁবিলাকৰ আৱৰণস্বৰূপ হ’ব; আটাইৰে মুখ বিবৰ্ণ হ’ব, আৰু তেওঁবিলাক আটাইৰে মূৰ টকলা কৰা হ’ব। BSB BSB: They will put on sackcloth, and terror will overwhelm them. Shame will cover all their faces, and all their heads will be shaved.
19 ULB তেওঁবিলাকে নিজ নিজ ৰূপ বাটত পেলাই দিব, আৰু তেওঁবিলাকৰ সোণ অশুচি বস্তু যেন হ’ব; যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁবিলাকৰ সোণ আৰু ৰূপে তেওঁবিলাকক ৰক্ষা কৰিব নোৱাৰিব; সেইবোৰে তেওঁবিলাকৰ প্ৰাণ তৃপ্ত বা তেওঁবিলাকৰ উদৰ পূৰ কৰিব নোৱাৰিব, কিয়নো সেয়ে তেওঁবিলাকৰ অপৰাধজনক বিঘিনি। BSB BSB: They will throw their silver into the streets, and their gold will seem unclean. Their silver and gold cannot save them in the day of the wrath of the LORD. They cannot satisfy their appetites or fill their stomachs with wealth, for it became the stumbling block that brought their iniquity.
20 ULB তেওঁৰ সুন্দৰ ভূষমৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁবিলাকে তাত তেওঁবিলাকৰ ঘিণলগীয়া দেৱতাৰ মুৰ্ত্তি, আৰু তেওঁবিলাকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই তাক তেওঁবিলাকলৈ অশুচি বস্তু যেন কৰিলোঁ। BSB BSB: His beautiful ornaments they transformed into pride and used them to fashion their vile images and detestable idols. Therefore I will make these into something unclean for them.
21 ULB মই তাক চিকাৰস্বৰূপে বিদেশীবিলাকৰ হাতত, আৰু লুটদ্ৰব্যস্বৰূপে পৃথিৱীৰ দুষ্টবোৰৰ হাতত শোধাই দিম; তাতে সিহঁতে তাক অপবিত্ৰ কৰিব। BSB BSB: And I will hand these things over as plunder to foreigners and loot to the wicked of the earth, who will defile them.
22 ULB আৰু মই মোৰ মুখ তেওঁবিলাকৰ পৰা ঘূৰাম; তাতে সিহঁতে মোৰ গুপ্তস্থান অশুচি কৰিব, আৰু ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব। BSB BSB: I will turn My face away from them, and they will defile My treasured place. Violent men will enter it, and they will defile it.
23 ULB তুমি এডাল শিকলি গঢ়োৱা; কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ, আৰু নগৰ অত্যাচাৰেৰে ভৰিল। BSB BSB: Forge the chain, for the land is full of crimes of bloodshed, and the city is full of violence.
24 ULB এই নিমিত্তে মই জাতিবিলাকৰ মাজৰ অতি দুষ্টবোৰক আনিম, আৰু সিহঁতে তেওঁবিলাকৰ ঘৰবোৰ অধিকাৰ কৰিব, মই বলৱানবিলাকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তেওঁবিলাকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ’ব। BSB BSB: So I will bring the most wicked of nations to take possession of their houses. I will end the pride of the mighty, and their holy places will be profaned.
25 ULB সংহাৰ আহিব লাগিছে; তেওঁবিলাকে শান্তি বিচাৰিব, কিন্তু নাপাব। BSB BSB: Anguish is coming! They will seek peace, but find none.
26 ULB আপদৰ ওপৰি আপদ হ’ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ’ব, সেই কালত তেওঁবিলাকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিতৰ পৰা ব্যৱস্থা আৰু বৃদ্ধবিলাকৰ পৰা মন্ত্ৰণা লোপ পাব। BSB BSB: Disaster upon disaster will come, and rumor after rumor. Then they will seek a vision from a prophet, but instruction from the priests will perish, as will counsel from the elders.
27 ULB ৰজাই শোক কৰিব, মন্ত্ৰীয়ে ধ্বংসৰূপ বস্ত্ৰ পৰিধান কৰিব, আৰু দেশৰ প্ৰজাবিলাকৰ হাত কঁপিব; মই তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তেওঁবিলাকৰ বিচাৰ কৰিম; তাতে মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব। BSB BSB: The king will mourn, the prince will be clothed with despair, and the hands of the people of the land will tremble. I will deal with them according to their conduct, and I will judge them by their own standards. Then they will know that I am the LORD.’”
Select verses for actions: Enter goes to them and Escape comes back.