1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: And the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, আৰু কোৱা, BSB BSB: “Son of man, set your face against the mountains of Israel and prophesy against them.
3 ULB হে ইস্ৰায়েলৰ পৰ্ব্বতবিলাক,প্ৰভূ যিহোৱাৰ বাক্য শুনা; প্ৰভূ যিহোৱাই পৰ্ব্বতবোৰক, উপপৰ্ব্বত –বোৰক, জুৰি বৈ যোৱা ঠাইবোৰক, আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম, আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম। BSB BSB: You are to say: ‘O mountains of Israel, hear the word of the Lord GOD! This is what the Lord GOD says to the mountains and hills, to the ravines and valleys: I am about to bring a sword against you, and I will destroy your high places.
4 ULB তাতে তোমালোকৰ যজ্ঞ-বেদিবোৰ ধ্বংস কৰা হ’ব, আৰু তোমালোকৰ সূৰ্য্য-প্ৰতিমাবোৰ ভঙা হ’ব, আৰু মই তোমালোকৰ হত লোকবিলাকক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম। BSB BSB: Your altars will be demolished and your incense altars will be smashed; and I will cast down your slain before your idols.
5 ULB আৰু মই ইস্ৰায়েলৰ সন্তানবিলাকৰ শৱ তেওঁবিলাকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম, আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচৰিত কৰিম। BSB BSB: I will lay the corpses of the Israelites before their idols and scatter your bones around your altars.
6 ULB তোমালোকৰ যজ্ঞ-বেদিবোৰ উচ্ছন্ন আৰু ধ্বংস কৰাৰ হ’বৰ নিমিত্তে, আৰু তোমালোকৰ হাতৰ কাৰ্য্যবোৰ লোপ পাবৰ নিমিত্তে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব, BSB BSB: Wherever you live, the cities will be laid waste and the high places will be demolished, so that your altars will be laid waste and desecrated, your idols smashed and obliterated, your incense altars cut down, and your works blotted out.
7 ULB আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা। BSB BSB: The slain will fall among you, and you will know that I am the LORD.
8 ULB তাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবিলাক লোক যেন জাতিবিলাকৰ মাজত হ’ব, এই নিমিত্তে মই এক অৱশিষ্ট ভাগ এৰিম; BSB BSB: Yet I will leave a remnant, for some of you will escape the sword when you are scattered among the nations and throughout the lands.
9 ULB আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁবিলাকৰ বেশ্যালী মন আৰু তেওঁবিলাকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁবিলাকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকবিলাকে তেওঁলাকক বন্দী কৰি নিয়া জাতিবিলাকৰ মাজত মোক সোঁৱৰণ কৰিব, আৰু তেওঁবিলাকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁবিলাকে কৰা মন্দ কাৰ্য্যৰ নিমিত্তে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব। BSB BSB: Then in the nations to which they have been carried captive, your survivors will remember Me—how I have been grieved by their adulterous hearts that turned away from Me, and by their eyes that lusted after idols. So they will loathe themselves for the evil they have done and for all their abominations.
10 ULB আৰু মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব; মই যে তেওঁবিলাকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই। BSB BSB: And they will know that I am the LORD; I did not declare in vain that I would bring this calamity upon them.
11 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি হাত তালি দি, আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হায় হায় কৰা; কিয়নো তেওঁবিলাক তৰোৱাল, আকাল,আৰু মহামাৰীত পতিত হ’ব। BSB BSB: This is what the Lord GOD says: Clap your hands, stomp your feet, and cry out “Alas!” because of all the wicked abominations of the house of Israel, who will fall by sword and famine and plague.
12 ULB দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব, আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম। BSB BSB: He who is far off will die by the plague, he who is near will fall by the sword, and he who remains will die by famine. So I will vent My fury upon them.
13 ULB য’ত তেওঁবিলাকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎলৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত, আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁবিলাকৰ যজ্ঞ-বেদিৰ চাৰিওফালে নিজ নিজ মুৰ্ত্তিৰ মাজত যেতিয়া তেওঁবিলাকৰ হত লোকবিলাক পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা। BSB BSB: Then you will know that I am the LORD, when their slain lie among their idols around their altars, on every high hill, on all the mountaintops, and under every green tree and leafy oak—the places where they offered fragrant incense to all their idols.
14 ULB আৰু মই তেওঁবিলাকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁবিলাকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তাতে, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব। BSB BSB: I will stretch out My hand against them, and wherever they live I will make the land a desolate waste, from the wilderness to Diblah. Then they will know that I am the LORD.’”
Select verses for actions: Enter goes to them and Escape comes back.