2 ULB পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলসমূহৰ ওপৰত উমাই আছিল। BSB BSB: Now the earth was formless and void, and darkness was over the surface of the deep. And the Spirit of God was hovering over the surface of the waters.
3 ULB ঈশ্বৰে ক’লে, “পোহৰ হওক,” তাতে পোহৰ হ’ল। BSB BSB: And God said, “Let there be light,” and there was light.
4 ULB তেতিয়া ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। BSB BSB: And God saw that the light was good, and He separated the light from the darkness.
5 ULB পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” থলে। এইদৰে গধুলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছে ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধুলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল। BSB BSB: God called the light “day,” and the darkness He called “night.” And there was evening, and there was morning—the first day.
6 ULB তাৰ পাছত ঈশ্বৰে ক’লে, “জলসমূহৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলসমূহক দুভাগ কৰক।” BSB BSB: And God said, “Let there be an expanse between the waters, to separate the waters from the waters.”
7 ULB এইদৰে ঈশ্বৰে জলসমূহৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জলসমূহৰ পৰা ওপৰৰ জলসমূহক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল। BSB BSB: So God made the expanse and separated the waters beneath it from the waters above. And it was so.
8 ULB ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধুলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল। BSB BSB: God called the expanse “sky.” And there was evening, and there was morning—the second day.
9 ULB তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জলসমুহ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল। BSB BSB: And God said, “Let the waters under the sky be gathered into one place, so that the dry land may appear.” And it was so.
10 ULB ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জলসমুহৰ নাম “সমুদ্ৰ” থলে; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে। BSB BSB: God called the dry land “earth,” and the gathering of waters He called “seas.” And God saw that it was good.
11 ULB ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল; BSB BSB: Then God said, “Let the earth bring forth vegetation: seed-bearing plants and fruit trees, each bearing fruit with seed according to its kind.” And it was so.
12 ULB ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। BSB BSB: The earth produced vegetation: seed-bearing plants according to their kinds and trees bearing fruit with seed according to their kinds. And God saw that it was good.
13 ULB গধুলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল। BSB BSB: And there was evening, and there was morning—the third day.
15 ULB সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল। BSB BSB: And let them serve as lights in the expanse of the sky to shine upon the earth.” And it was so.
16 ULB ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে। BSB BSB: God made two great lights: the greater light to rule the day and the lesser light to rule the night. And He made the stars as well.
17 ULB ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে; BSB BSB: God set these lights in the expanse of the sky to shine upon the earth,
18 ULB দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে। BSB BSB: to preside over the day and the night, and to separate the light from the darkness. And God saw that it was good.
19 ULB গধুলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল। BSB BSB: And there was evening, and there was morning—the fourth day.
21 ULB এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলসমূহৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। BSB BSB: So God created the great sea creatures and every living thing that moves, with which the waters teemed according to their kinds, and every winged bird after its kind. And God saw that it was good.
22 ULB ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।” BSB BSB: Then God blessed them and said, “Be fruitful and multiply and fill the waters of the seas, and let birds multiply on the earth.”
23 ULB গধুলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল। BSB BSB: And there was evening, and there was morning—the fifth day.
25 ULB ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্রাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। BSB BSB: God made the beasts of the earth according to their kinds, the livestock according to their kinds, and everything that crawls upon the earth according to its kind. And God saw that it was good.
28 ULB পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।” BSB BSB: God blessed them and said to them, “Be fruitful and multiply, and fill the earth and subdue it; rule over the fish of the sea and the birds of the air and every creature that crawls upon the earth.”
30 ULB সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলো; তাতে তেনেকুৱাই হ’ল। BSB BSB: And to every beast of the earth and every bird of the air and every creature that crawls upon the earth—everything that has the breath of life in it—I have given every green plant for food.” And it was so.