1 ULB নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল। BSB BSB: This is the account of Noah’s sons Shem, Ham, and Japheth, who also had sons after the flood.
2 ULB যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ। BSB BSB: The sons of Japheth: Gomer, Magog, Madai, Javan, Tubal, Meshech, and Tiras.
3 ULB গোমৰৰ সন্তানসকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা। BSB BSB: The sons of Gomer: Ashkenaz, Riphath, and Togarmah.
4 ULB যাবনৰ সন্তানসকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম। BSB BSB: And the sons of Javan: Elishah, Tarshish, the Kittites, and the Rodanites.
5 ULB যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল। BSB BSB: From these, the maritime peoples separated into their territories, according to their languages, by clans within their nations.
6 ULB হামৰ সন্তানসকলৰ নাম কুচ, মিচৰ, পুট, আৰু কনান। BSB BSB: The sons of Ham: Cush, Mizraim, Put, and Canaan.
7 ULB কুচৰ সন্তানসকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তানসকল হ’ল চিবা আৰু দদান। BSB BSB: The sons of Cush: Seba, Havilah, Sabtah, Raamah, and Sabteca. And the sons of Raamah: Sheba and Dedan.
8 ULB কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল। BSB BSB: Cush was the father of Nimrod, who began to be a mighty one on the earth.
9 ULB যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।” BSB BSB: He was a mighty hunter before the LORD; so it is said, “Like Nimrod, a mighty hunter before the LORD.”
10 ULB নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি। BSB BSB: His kingdom began in Babylon, Erech, Accad, and Calneh, in the land of Shinar.
11 ULB তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ, BSB BSB: From that land he went forth into Assyria, where he built Nineveh, Rehoboth-Ir, Calah,
12 ULB আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল। BSB BSB: and Resen, which is between Nineveh and the great city of Calah.
13 ULB লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া, BSB BSB: Mizraim was the father of the Ludites, the Anamites, the Lehabites, the Naphtuhites,
14 ULB পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। ফিলিস্তানীসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল। BSB BSB: the Pathrusites, the Casluhites (from whom the Philistines came), and the Caphtorites.
15 ULB কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান। BSB BSB: And Canaan was the father of Sidon his firstborn, and of the Hittites,
16 ULB যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া, BSB BSB: the Jebusites, the Amorites, the Girgashites,
17 ULB হিব্বীয়া, অৰ্কীয়া, চীনীয়া, BSB BSB: the Hivites, the Arkites, the Sinites,
18 ULB অৰ্বদীয়া, চমাৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল। BSB BSB: the Arvadites, the Zemarites, and the Hamathites. Later the Canaanite clans were scattered,
19 ULB কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে ঘচা পর্যন্ত আৰু চদোম, ঘমোৰা, অদমা, আৰু চবোয়িমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল। BSB BSB: and the borders of Canaan extended from Sidon toward Gerar as far as Gaza, and then toward Sodom, Gomorrah, Admah, and Zeboiim, as far as Lasha.
20 ULB নিজৰ নিজৰ জনগোষ্ঠী, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক। BSB BSB: These are the sons of Ham according to their clans, languages, lands, and nations.
21 ULB যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল। BSB BSB: And sons were also born to Shem, the older brother of Japheth; Shem was the forefather of all the sons of Eber.
22 ULB চেমৰ পুত্রসকল হ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম। BSB BSB: The sons of Shem: Elam, Asshur, Arphaxad, Lud, and Aram.
23 ULB অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ। BSB BSB: The sons of Aram: Uz, Hul, Gether, and Mash.
24 ULB অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ। BSB BSB: Arphaxad was the father of Shelah, and Shelah was the father of Eber.
25 ULB এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ (বিভাগ), কিয়নো তেওঁৰ দিনতে পৃথিবী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন। BSB BSB: Two sons were born to Eber: One was named Peleg, because in his days the earth was divided, and his brother was named Joktan.
26 ULB যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ, BSB BSB: And Joktan was the father of Almodad, Sheleph, Hazarmaveth, Jerah,
27 ULB হদোৰাম, উজল, দিক্লা, BSB BSB: Hadoram, Uzal, Diklah,
28 ULB ওবল, অবীমায়েল, চিবা, BSB BSB: Obal, Abimael, Sheba,
29 ULB ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান। BSB BSB: Ophir, Havilah, and Jobab. All these were sons of Joktan.
30 ULB মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল। BSB BSB: Their territory extended from Mesha to Sephar, in the eastern hill country.
31 ULB নিজৰ নিজৰ জনগোষ্ঠী, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক। BSB BSB: These are the sons of Shem, according to their clans, languages, lands, and nations.
32 ULB এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল। BSB BSB: All these are the clans of Noah’s sons, according to their generations and nations. From these the nations of the earth spread out after the flood.