1 ULB হে পুৰোহিতবিলাক, এই কথা শুনা, হে ইস্ৰায়েল-বংশ কাণ পাতা, আৰু হে ৰাজবংশ, কাণ দিয়া, কিয়নো তোমালোকৰেই বিৰুদ্ধে দণ্ডাজ্ঞা হৈছে; কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত পতা জাল স্বৰূপ হৈছা। BSB BSB: “Hear this, O priests! Take heed, O house of Israel! Give ear, O royal house! For this judgment is against you because you have been a snare at Mizpah, a net spread out on Tabor.
2 ULB বিদ্ৰোহীবোৰ বলি কতাট দকৈ নামিল; কিন্তু মই সিহঁত আটাইকে শাস্তি দিম। BSB BSB: The rebels are deep in slaughter; but I will chastise them all.
3 ULB মই ইফ্ৰয়িমক জানো, আৰু ইস্ৰায়েল মোৰ পৰা গুপুতে থকা নাই; কিয়নো হে ইফ্ৰয়িম, তুমি বেশ্যাকৰ্ম্ম কৰিলা, ইস্ৰায়েল অশুচি হল। BSB BSB: I know all about Ephraim, and Israel is not hidden from Me. For now, O Ephraim, you have turned to prostitution; Israel is defiled.
4 ULB তেওঁবিলাকৰ কাৰ্য্যবোৰে তেওঁবিলাকক তেওঁবিলাকৰ ঈশ্বৰৰ ফাললৈ উলটিব নিদিয়ে; কিয়নো তেওঁবিলাকৰ অন্তৰত বেশ্যাকৰ্ম্ম কৰাওঁতা আত্মা আছে, আৰু তেওঁবিলাকে যিহোৱাক নাজানে। BSB BSB: Their deeds do not permit them to return to their God, for a spirit of prostitution is within them, and they do not know the LORD.
5 ULB আৰু ইস্ৰায়েলৰ গৌৰৱভূমিয়ে তাৰ মুখৰ আগতে সাক্ষ্য দিছে; এই হেতুকে ইস্ৰায়েল আৰু ইফ্ৰয়িমে নিজ নিজ অপৰাধত উজুটি খাব; আৰু তেওঁবিলাকৰ লগত যিহূদায়ো উজুটি খাব। BSB BSB: Israel’s arrogance testifies against them; Israel and Ephraim stumble in their iniquity; even Judah stumbles with them.
6 ULB তেওঁবিলাকে নিজ নিজ ভেড়া আৰু গৰুৰ জাক লৈ যিহোৱাক বিচাৰিবলৈ যাব, কিন্তু তেওঁক নাপাব; তেওঁ তেওঁবিলাকৰ পৰা আতঁৰ হৈ গল। BSB BSB: They go with their flocks and herds to seek the LORD, but they do not find Him; He has withdrawn Himself from them.
7 ULB তেওঁবিলাকে যিহোৱাৰ বিৰুদ্ধে বিশ্বাস-ঘাতকতা কৰিলে; কিয়নো তেওঁবিলাকে বিজাতীয় সন্তান উৎপন্ন কৰিলে। এতিয়া ন-জোন ওলালে তেওঁবিলাকক নিজ নিজ ভাগে সৈতে গ্ৰাস কৰা হব। BSB BSB: They have been unfaithful to the LORD; for they have borne illegitimate children. Now the New Moon will devour them along with their land.
8 ULB তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰি বজোৱা, আৰু বৈৎ-আবনত উচ্চধ্বনি কৰা; হে বিন্যামীন, তোমাৰ পাছত শত্ৰু আছে। BSB BSB: Blow the ram’s horn in Gibeah, the trumpet in Ramah; raise the battle cry in Beth-aven: Lead on, O Benjamin!
9 ULB দণ্ডৰ দিনা ইফ্ৰয়িম ধ্বংসস্থান হব; যি নিশ্চয়ে ঘটিব, তাক মই ইস্ৰায়েলৰ ফৈদবিলাকৰ মাজত জনাইছোঁ। BSB BSB: Ephraim will be laid waste on the day of rebuke. Among the tribes of Israel I proclaim what is certain.
10 ULB যিহূদাৰ অধ্যক্ষবিলাকস সীমা লৰাওঁতাবোৰৰ নিচিনা; পানী ঢালাদি মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ ঢালিম। BSB BSB: The princes of Judah are like those who move boundary stones; I will pour out My fury upon them like water.
11 ULB ইফ্ৰয়িমক অত্যাচাৰ কৰা হল আৰু বিচাৰত পিহা হল; কাৰণ তেওঁ আজ্ঞাটিৰ মতে চলি সন্তোষ পাইছে। BSB BSB: Ephraim is oppressed, crushed in judgment, for he is determined to follow worthless idols.
12 ULB এই হেতুকে মই ইফ্ৰয়িমলৈ পোকস্বৰূপ আৰু যিহূদা-বংশলৈ ক্ষয়স্বৰূপ হম। BSB BSB: So I am like a moth to Ephraim, and like decay to the house of Judah.
13 ULB যেতিয়া ইফ্ৰয়িমে নিজ ৰোগৰ আৰু যিহূদাই নিজ ঘাৰ গম পালে, তেতিয়া ইফ্ৰয়িম অচুৰৰ ওচৰলৈ গল, আৰু যুদ্ধকাৰী ৰজাৰ ওচৰলৈ দূত পঠালে; কিন্তু তেওঁ তোমালোকক সুস্থ কৰিব নোৱাৰিব, বা তোমালোকৰ ঘাৰ পৰা তোমালোকক আৰোগ্য কৰিব নোৱাৰিব। BSB BSB: When Ephraim saw his sickness and Judah his wound, then Ephraim turned to Assyria and sent to the great king. But he cannot cure you or heal your wound.
14 ULB কিয়নো মই ইফ্ৰয়িমলৈ সিংহস্বৰূপ আৰু যিহূদা-বংশলৈ যুবা সিংহস্বৰূপ হম; মই, ময়েই বিদাৰি গুচি যাম; মই লৈ যাম, উদ্ধাৰ কৰিবলৈ কোনো নহব। BSB BSB: For I am like a lion to Ephraim and like a young lion to the house of Judah. I, even I, will tear them to pieces and then go away. I will carry them off where no one can rescue them.
15 ULB তেওঁবিলাকে নিজ নিজ দোষ বুজি মোৰ লগত সাক্ষাৎ কৰিবলৈ নিবিচৰালৈকে মই উলটি গৈ মোৰ ঠাইত থাকিম; সঙ্কটৰ সময়ত তেওঁবিলাকে মোক যত্নেৰে বিচাৰ কৰিব। BSB BSB: Then I will return to My place until they admit their guilt and seek My face; in their affliction they will earnestly seek Me.”