1 ULB তাতে নামাথিয়া চোফৰে উত্তৰ কৰি কলে, BSB BSB: Then Zophar the Naamathite replied:
2 ULB ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? কথাবাহী মানুহক জানো নিৰ্দ্দোষী কৰা হব? BSB BSB: “Should this stream of words go unanswered and such a speaker be vindicated?
3 ULB তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব? তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে? BSB BSB: Should your babbling put others to silence? Will you scoff without rebuke?
4 ULB কিয়নো তুমি কৈছা, “মোৰ মত ঠিক, আৰু মই তোমাৰ দৃষ্টিতে শুচি।“ BSB BSB: You have said, ‘My doctrine is sound, and I am pure in Your sight.’
5 ULB কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে, আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলি, BSB BSB: But if only God would speak and open His lips against you,
6 ULB জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰি, ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, তাক তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল! এই হেতুকে তুমি জানিবা, যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে। BSB BSB: and disclose to you the secrets of wisdom, for true wisdom has two sides. Know then that God exacts from you less than your iniquity deserves.
7 ULB তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে? তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পুৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে? BSB BSB: Can you fathom the deep things of God or discover the limits of the Almighty?
8 ULB সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা? সেয়ে চিয়োলত্কৈ অগাধ; তুমি কি জানিব পাৰা? BSB BSB: They are higher than the heavens—what can you do? They are deeper than Sheol—what can you know?
9 ULB তাৰ পৰিমাণ পৃথিবীত্কৈয়ো দীঘল, আৰু সমুদ্ৰত্কৈয়ো বহল। BSB BSB: Their measure is longer than the earth and wider than the sea.
10 ULB তেওঁ এই পোনে আহি যদি কোনোক আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে, তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে? BSB BSB: If He comes along to imprison you, or convenes a court, who can stop Him?
11 ULB কিয়নো তেওঁ দুষ্ট লোকক জানে, আৰু মন নকৰিও অধৰ্ম্ম দেখে। BSB BSB: Surely He knows the deceit of men. If He sees iniquity, does He not take note?
12 ULB কিন্তু অসাৰ মানুহ জ্ঞনশূন্য, এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ। BSB BSB: But a witless man can no more become wise than the colt of a wild donkey can be born a man!
13 ULB তুনি যদি নিজৰ মন শুদ্ধ কৰা, আৰু তেওঁৰ ফাললৈ হাত মেলা, BSB BSB: As for you, if you direct your heart and lift up your hands to Him,
14 ULB (কিন্তু হাতত অধৰ্ম্ম থাকিলে, তাক দূৰ কৰা, আৰু দুষ্টতাক নিজ তম্বু থাকিব নিদিবা;) BSB BSB: if you put away the iniquity in your hand, and allow no injustice to dwell in your tents,
15 ULB তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা, এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা, BSB BSB: then indeed you will lift up your face without blemish; you will stand firm and unafraid.
16 ULB কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা, বা বৈ গৈ নাইকিয়া পানীৰ দৰে মনত লাগিব। BSB BSB: For you will forget your misery, recalling it only as waters gone by.
17 ULB তোমাৰ জীৱন দুপৰীয়াত্কৈ নিৰ্ম্মল হব, আৰু আদ্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হব। BSB BSB: Your life will be brighter than noonday; its darkness will be like the morning.
18 ULB আশা থকাত তুমি সাহিয়াল হবা; আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চন্তনমনে বিশ্ৰাম কৰিবা। BSB BSB: You will be secure, because there is hope, and you will look around and lie down in safety.
19 ULB তুমি শোওতে কোনেও তোমাক ভয় নলগাব; বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব। BSB BSB: You will lie down without fear, and many will court your favor.
20 ULB কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হব। BSB BSB: But the eyes of the wicked will fail, and escape will elude them; they will hope for their last breath.”
Select verses for actions: Enter goes to them and Escape comes back.