1 ULB পাছে ইয়োবে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Job answered:
2 ULB হয় হয়, তোমালোকেইহে মানুহ; মৰিলে জ্ঞান তোমালোকৰ লগতে যাব। BSB BSB: “Truly then you are the people with whom wisdom itself will die!
3 ULB কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে; তোমালোকতকৈ মই নিকৃষ্ট নহওঁ; এনেবোৰ কথা কোনে নাজানে? BSB BSB: But I also have a mind; I am not inferior to you. Who does not know such things as these?
4 ULB ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছো; ধাৰ্ম্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে। BSB BSB: I am a laughingstock to my friends, though I called on God, and He answered. The righteous and upright man is a laughingstock.
5 ULB নিৰাপদে থকা লোকৰ মনত বিপদ অপমানৰ বিষয়; পিছল খাই পৰিব লগীয়াবিলাকলৈ সেয়ে বাট চায় থাকে। BSB BSB: The one at ease scorns misfortune as the fate of those whose feet are slipping.
6 ULB ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মাৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে। BSB BSB: The tents of robbers are safe, and those who provoke God are secure—those who carry their god in their hands.
7 ULB কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব; আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব। BSB BSB: But ask the animals, and they will instruct you; ask the birds of the air, and they will tell you.
8 ULB নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব; আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব। BSB BSB: Or speak to the earth, and it will teach you; let the fish of the sea inform you.
9 ULB এই সকলোৰে দ্ধাৰাই কোনে নাজানে যে, যিহোৱাৰ হাতে সেইদৰে কৰে? BSB BSB: Which of all these does not know that the hand of the LORD has done this?
10 ULB তেওঁৰেই হাতত সকলো জীৱজন্তুৰ প্ৰাণ, আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে। BSB BSB: The life of every living thing is in His hand, as well as the breath of all mankind.
11 ULB জিবাই যেনেকৈ আহাৰৰ আস্বাদ পায়, তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে? BSB BSB: Does not the ear test words as the tongue tastes its food?
12 ULB প্ৰাচীনবিলাকৰ মাজত জ্ঞান আছে, দীৰ্ঘ আয়ুসত বুদ্ধি থাকে। BSB BSB: Wisdom is found with the elderly, and understanding comes with long life.
13 ULB জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাত্হে আছে; পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে। BSB BSB: Wisdom and strength belong to God; counsel and understanding are His.
14 ULB চোৱা তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়; তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়। BSB BSB: What He tears down cannot be rebuilt; the man He imprisons cannot be released.
15 ULB চোৱা তেওঁ জলসমুহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়; আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে। BSB BSB: If He holds back the waters, they dry up, and if He releases them, they overwhelm the land.
16 ULB পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাত্হে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে। BSB BSB: True wisdom and power belong to Him. The deceived and the deceiver are His.
17 ULB তেওঁ মন্ত্ৰীবিলাকক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু বিচাৰকৰ্ত্তাবিলাকক হতবুদ্ধি কৰে। BSB BSB: He leads counselors away barefoot and makes fools of judges.
18 ULB তেওঁ ৰজাবিলাকৰ ক্ষমতা গুচায়, আৰু তেওঁবিলাকৰ ককালত ডোল লগায়। BSB BSB: He loosens the bonds placed by kings and fastens a belt around their waists.
19 ULB তেওঁ পুৰোহিতবিলাকক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু পৰাক্ৰমীবিলাকক বিনষ্ট কৰে। BSB BSB: He leads priests away barefoot and overthrows the established.
20 ULB তেওঁ বিশ্বাসীবিলাকৰ বাক-শক্তি দূৰ কৰে, আৰু বৃদ্ধবিলাকৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে। BSB BSB: He deprives the trusted of speech and takes away the discernment of elders.
21 ULB তেওঁ ডাঙৰীয়াবিলাকৰ ওপৰত অপমান বৰষায়, আৰু বলৱন্তবিলাকৰ ককালৰ বাদ্ধ ঢিলা কৰে। BSB BSB: He pours out contempt on nobles and disarms the mighty.
22 ULB তেওঁ আন্ধৰৰ পৰা নিগূৰ বিষয়বোৰ প্ৰকাশ কৰে, আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে। BSB BSB: He reveals the deep things of darkness and brings deep shadows into light.
23 ULB তেওঁ জাতিবিলাকক উন্নতিপ্ৰাপ্ত কৰে, আৰু বিনষ্টও কৰে; তেওঁ জাতিবিলাকক বিস্তাৰিত কৰে, আৰু লৈয়ো যায়। BSB BSB: He makes nations great and destroys them; He enlarges nations, then disperses them.
24 ULB তেওঁ পৃথিবীৰ লোকবিলাকৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে, আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁবিলাকক ভ্ৰমণ কৰায়। BSB BSB: He deprives the earth’s leaders of reason and makes them wander in a trackless wasteland.
25 ULB তেওঁবিলাকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে; তেওঁ তেওঁবিলাকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়। BSB BSB: They grope in the darkness without light; He makes them stagger like drunkards.
Select verses for actions: Enter goes to them and Escape comes back.