Job 26 26 Job Job and his friends Assamese Unlocked Literal Bible 1 ULB তাতে ইয়োবে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Job answered:
2 ULB তুনি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বৰ নথকা বাহুক বৰ নিস্তাৰ কৰিলা! BSB BSB: “How you have helped the powerless and saved the arm that is feeble!
3 ULB আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা! BSB BSB: How you have counseled the unwise and provided fully sound insight!
4 ULB তুমি নো কাৰ আগত কথা কলা? কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল? BSB BSB: To whom have you uttered these words? And whose spirit spoke through you?
5 ULB জলসমুহৰ আৰু তাৰ নিবাসীবিলাকৰ তলত, মৃতবিলাক কঁপে। BSB BSB: The dead tremble—those beneath the waters and those who dwell in them.
6 ULB তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই। BSB BSB: Sheol is naked before God, and Abaddon has no covering.
7 ULB তেওঁ শূন্য়ৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে আৰু পৃথিবীক শূন্যত ওলোমাই থয়। BSB BSB: He stretches out the north over empty space; He hangs the earth upon nothing.
8 ULB তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; তথাপি জলৰ ভৰত মেঘ নাফাটে। BSB BSB: He wraps up the waters in His clouds, yet the clouds do not burst under their own weight.
9 ULB তেওঁ তেওঁৰ সিংহাসনৰ সম্মুখত আঁৰ গিয়ে, আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে। BSB BSB: He covers the face of the full moon, spreading over it His cloud.
10 ULB যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে, BSB BSB: He has inscribed a horizon on the face of the waters at the boundary between light and darkness.
11 ULB তেওঁৰ ধম্কিত আকাশ-মণ্ডলৰ স্তম্ববোৰ কঁপে, আৰু বিচুৰ্ত্তি হয়, BSB BSB: The foundations of heaven quake, astounded at His rebuke.
12 ULB তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফলন কৰায়, আৰু নিজ বুদ্ধুৰে ৰাহবক ডোখৰ ডোখৰ কৰে। BSB BSB: By His power He stirred the sea; by His understanding He shattered Rahab.
13 ULB তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেোঁৰ হাতে পলাই যোৱা নাগ্টোক খুঁচি মাৰিলে। BSB BSB: By His breath the skies were cleared; His hand pierced the fleeing serpent.
14 ULB চোৱা, এইবোৰ তেোঁৰ কাৰ্য্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচ্ফুচ্নি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে? BSB BSB: Indeed, these are but the fringes of His ways; how faint is the whisper we hear of Him! Who then can understand the thunder of His power?”
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Job 26
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Job 26, and keep Opened free for readers who can’t pay.