1 ULB পাছে ইয়োবে পুনৰায় কথা ফত্থাপন কৰি কলে, BSB BSB: Job continued his discourse:
2 ULB যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰণত তিতা লগালে, সেই জীৱন্ত ইশ্বৰৰ নামেৰে শপত খাই কৈছোঁ, BSB BSB: “As surely as God lives, who has deprived me of justice—the Almighty, who has embittered my soul—
3 ULB (কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে, আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে;) BSB BSB: as long as my breath is still within me and the breath of God remains in my nostrils,
4 ULB মোৰ ওঁঠে অধৰ্ম্ম কথা কেতিয়াও নকয়, আৰু মোৰ জিবাই ভাণ্ডনা কথা প্ৰকাশ নকৰে। BSB BSB: my lips will not speak wickedness, and my tongue will not utter deceit.
5 ULB মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, এনে কথা মোৰ পৰা দূৰ হওক। মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম। BSB BSB: I will never say that you are right; I will maintain my integrity until I die.
6 ULB মোৰ ধৰ্ম্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম; মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে। BSB BSB: I will cling to my righteousness and never let go. As long as I live, my conscience will not accuse me.
7 ULB মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক, আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্ম্মী দৰে হওক। BSB BSB: May my enemy be like the wicked and my opponent like the unjust.
8 ULB কিয়নো, যেতিয়া অধৰ্ম্মীৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব? BSB BSB: For what is the hope of the godless when he is cut off, when God takes away his life?
9 ULB তাৰ সঙ্কট ঘটিলে, ঈশ্বৰে কাতৰোক্তি শুনিব নে? BSB BSB: Will God hear his cry when distress comes upon him?
10 ULB সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ইশ্বৰৰ আগত প্ৰাথনা কৰে? BSB BSB: Will he delight in the Almighty? Will he call upon God at all times?
11 ULB ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, মই তাৰ বিষয়ে তোমালোকক শিক্ষ দিওঁ, আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ। BSB BSB: I will instruct you in the power of God. I will not conceal the ways of the Almighty.
12 ULB চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা? BSB BSB: Surely all of you have seen it for yourselves. Why then do you keep up this empty talk?
13 ULB দুৰ্জন লোকে ইশ্বৰৰ পৰা যি ভাগ পায়, আৰু অত্যাচাৰিবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই, BSB BSB: This is the wicked man’s portion from God—the heritage the ruthless receive from the Almighty.
14 ULB তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহেবাঢ়ে, আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়। BSB BSB: Though his sons are many, they are destined for the sword; and his offspring will never have enough food.
15 ULB তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব। BSB BSB: His survivors will be buried by the plague, and their widows will not weep for them.
16 ULB যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে, BSB BSB: Though he heaps up silver like dust and piles up a wardrobe like clay,
17 ULB তেন্তে যুগুত কৰক, কিন্তু ধাৰ্ম্মিক লোকেহে পিন্ধিব, আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি লব। BSB BSB: what he lays up, the righteous will wear, and his silver will be divided by the innocent.
18 ULB সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে। BSB BSB: The house he built is like a moth’s cocoon, like a hut set up by a watchman.
19 ULB সি ধনী হৈ শুব, কন্তু তাক মৈদাম দিয়া নাযাব; সি চকু মেলামাত্ৰকে নাইকিয়া হয়। BSB BSB: He lies down wealthy, but will do so no more; when he opens his eyes, all is gone.
20 ULB নান ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে। ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে। BSB BSB: Terrors overtake him like a flood; a tempest sweeps him away in the night.
21 ULB পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে। BSB BSB: The east wind carries him away, and he is gone; it sweeps him out of his place.
22 ULB কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁৰ ভয়ত পলাই ফুৰিব। BSB BSB: It hurls itself against him without mercy as he flees headlong from its power.
23 ULB লোকে তাক দেখি হাত-তালি দিব, আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব। BSB BSB: It claps its hands at him and hisses him out of his place.
Select verses for actions: Enter goes to them and Escape comes back.