1 ULB তাতে ইয়োবে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Job answered:
2 ULB মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ; কিন্তু মৰ্ত্ত্যই ঈশ্বৰৰ সাক্ষাতে কি ৰূপে ধাৰ্ম্মিক হব পাৰে? BSB BSB: “Yes, I know that it is so, but how can a mortal be righteous before God?
3 ULB যদি সি তেৱেঁ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব। BSB BSB: If one wished to contend with God, he could not answer Him one time out of a thousand.
4 ULB তেওঁ অন্তৰত জ্ঞানৱান, আৰু বলদ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে? BSB BSB: God is wise in heart and mighty in strength. Who has resisted Him and prospered?
5 ULB তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়। BSB BSB: He moves mountains without their knowledge and overturns them in His anger.
6 ULB তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; তাৰ স্তম্ববোৰ থৰথৰকৈ কঁপে। BSB BSB: He shakes the earth from its place, so that its foundations tremble.
7 ULB তেওঁ বাৰণ কৰিলে সূৰ্য্য উদয় নহয়; আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে। BSB BSB: He commands the sun not to shine; He seals off the stars.
8 ULB তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে। BSB BSB: He alone stretches out the heavens and treads on the waves of the sea.
9 ULB তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা মক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা। BSB BSB: He is the Maker of the Bear and Orion, of the Pleiades and the constellations of the south.
10 ULB অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম্ম তেওঁ কৰে; অসংখ্য অদ্ভূত কাৰ্য্য তোওঁ কৰে। BSB BSB: He does great things beyond searching out, and wonders without number.
11 ULB চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ। BSB BSB: Were He to pass by me, I would not see Him; were He to move, I would not recognize Him.
12 ULB চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে? ঈশ্বৰে নিজ ক্ৰোধ সম্বৰণ নকৰে; ৰাহবক সহায় কৰোঁতাবোৰক তেওঁৰ অধীৰে সেও হয়। BSB BSB: If He takes away, who can stop Him? Who dares to ask Him, ‘What are You doing?’
13 ULB তেন্তে এনে যি মই, মই কি প্ৰকাৰে তেওঁক উত্তৰ দিম? আৰু তেওঁক মুক্তি দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম? BSB BSB: God does not restrain His anger; the helpers of Rahab cower beneath Him.
14 ULB মই ধাৰ্ম্মিক হলেও তেওঁক উত্তৰ দিব নোৱাৰোঁ, মোৰ প্ৰতিবাদিৰ আগত নিবেদনহে কৰিব লগা হওঁ। BSB BSB: How then can I answer Him or choose my arguments against Him?
15 ULB মই মাতিলে যদিও তেওঁ উত্তৰ দিয়ে, তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব মোৰ এনে বিশ্বাস নজন্মে। BSB BSB: For even if I were right, I could not answer. I could only beg my Judge for mercy.
16 ULB তেওঁ মোক প্ৰবল ধুমুহাত ভাঙিবহে, আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষত্হে কৰিব; তেওঁ মোক উশাহকে লব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপুৰ্ণ কৰিব। BSB BSB: If I summoned Him and He answered me, I do not believe He would listen to my voice.
17 ULB পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়, চোৱা, মই আছোঁ, আৰু বিচাৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব? মই ধাৰ্ম্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব। BSB BSB: For He would crush me with a tempest and multiply my wounds without cause.
18 ULB মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ; জীৱনত মোৰ ঘিণ লাগিছে। BSB BSB: He does not let me catch my breath, but overwhelms me with bitterness.
19 ULB সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে। BSB BSB: If it is a matter of strength, He is indeed mighty! If it is a matter of justice, who can summon Him?
20 ULB আপদৰূপ চাবুকে যদি মানোহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নৈৰাশ দেখি হাঁহিব। BSB BSB: Even if I were righteous, my mouth would condemn me; if I were blameless, it would declare me guilty.
21 ULB পৃথিবী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাক নো কোনে কৰে? BSB BSB: Though I am blameless, I have no concern for myself; I despise my own life.
22 ULB মোৰ দিন কেইটা ডাকৱালাত্কৈয়ো বেগী; একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়। সেইবোৰ বেগী নাৱৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চোঁ মৰা কুৰৰ পক্ষী নিচিনাকৈ যায়। BSB BSB: It is all the same, and so I say, ‘He destroys both the blameless and the wicked.’
23 ULB যদিও মই কওঁ, যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম, BSB BSB: When the scourge brings sudden death, He mocks the despair of the innocent.
24 ULB তথাপি, তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰি উঠোঁ। BSB BSB: The earth is given into the hand of the wicked; He blindfolds its judges. If it is not He, then who is it?
25 ULB মই দোষী হবই লাগিব; তেন্তে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ? BSB BSB: My days are swifter than a runner; they flee without seeing good.
26 ULB যদি মই হিমৰ পানীত গা ধুওঁ, আৰু খাৰেৰে হাত নিকা কৰোঁ, BSB BSB: They sweep by like boats of papyrus, like an eagle swooping down on its prey.
27 ULB তথাপি তুমি মোক খালত জুবুৰিয়াবা, আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব। BSB BSB: If I were to say, ‘I will forget my complaint and change my expression and smile,’
28 ULB কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয়, যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম। BSB BSB: I would still dread all my sufferings; I know that You will not acquit me.
29 ULB আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই। BSB BSB: Since I am already found guilty, why should I labor in vain?
30 ULB তেওঁ মোৰ ওপৰৰ পৰা তেওঁৰ দণ্ডডালি আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক; BSB BSB: If I should wash myself with snow and cleanse my hands with lye,
31 ULB তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ। BSB BSB: then You would plunge me into the pit, and even my own clothes would despise me.
32 ULB কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয়, যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একেলগে বিচাৰ স্থানলৈ যাম। BSB BSB: For He is not a man like me, that I can answer Him, that we can take each other to court.
33 ULB আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই। BSB BSB: Nor is there a mediator between us, to lay his hand upon us both.
34 ULB তেওঁ মোৰ ওপৰৰ পৰা তেওঁৰ দণ্ডডালি আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক; BSB BSB: Let Him remove His rod from me, so that His terror will no longer frighten me.
35 ULB তেতিয়া মই কথা ক’ম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ। BSB BSB: Then I would speak without fear of Him. But as it is, I am on my own.
Select verses for actions: Enter goes to them and Escape comes back.