1 ULB তেতিয়া চুহীয়া বিল্দাদে উত্তৰ কৰি কলে, BSB BSB: Then Bildad the Shuhite replied:
2 ULB তুমি নো কিমান কাল এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান কাল প্ৰচণ্ড বায়ুস্বৰূপ হব? BSB BSB: “How long will you go on saying such things? The words of your mouth are a blustering wind.
3 ULB ঈশ্বৰে জানো বিচাৰ-বিৰুদ্ধ কৰ্ম্ম কৰে? বা সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিপৰীত কাৰ্য্য় কৰে? BSB BSB: Does God pervert justice? Does the Almighty pervert what is right?
4 ULB যদিও তোমাৰ সন্তানবিলাকে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে আৰু তেওঁ সিবিলাকক নিজৰ অধৰ্ম্মৰ ফল ভোগ কৰিবলৈ এৰি দিলে, BSB BSB: When your children sinned against Him, He gave them over to their rebellion.
5 ULB তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা, BSB BSB: But if you would earnestly seek God and ask the Almighty for mercy,
6 ULB তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ নিমিত্তে জাগি উঠিব, আৰু তোমাৰ ধৰ্ম্ম-নিবাস পুনৰায় কুশলযুক্ত কৰিব; BSB BSB: if you are pure and upright, even now He will rouse Himself on your behalf and restore your righteous estate.
7 ULB আৰু যদি তোমাৰ পুৰ্ব্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হব। BSB BSB: Though your beginnings were modest, your latter days will flourish.
8 ULB কিয়নো পুৰ্ব্ব কালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁবিলাকৰ পিতৃবিলাকে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ কৰা; BSB BSB: Please inquire of past generations and consider the discoveries of their fathers.
9 ULB কিয়নো আমি কালিৰ লোক, একোকে নাজানো, কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ। BSB BSB: For we were born yesterday and know nothing; our days on earth are but a shadow.
10 ULB তেওঁবিলাকেই তোমাক শিক্ষা দি নকব নে? আৰু তেওঁবিলাকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে? BSB BSB: Will they not teach you and tell you, and speak from their understanding?
11 ULB বোকা নোহোৱাকৈ জানো গোগোল বাঢ়িব পাৰে? কোঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে? BSB BSB: Does papyrus grow where there is no marsh? Do reeds flourish without water?
12 ULB সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণত্কৈ আগেয়ে শুকাই যায়। BSB BSB: While the shoots are still uncut, they dry up more quickly than grass.
13 ULB ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্ম্মী জনৰ আশা সেইদৰে নষ্ট হয়। BSB BSB: Such is the destiny of all who forget God; so the hope of the godless will perish.
14 ULB তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়। BSB BSB: His confidence is fragile; his security is in a spider’s web.
15 ULB সি নিজৰ ঘৰত আওজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব। BSB BSB: He leans on his web, but it gives way; he holds fast, but it does not endure.
16 ULB যি লতা সুৰ্য্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত ব্যাপি যায়, BSB BSB: He is a well-watered plant in the sunshine, spreading its shoots over the garden.
17 ULB যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়, BSB BSB: His roots wrap around the rock heap; he looks for a home among the stones.
18 ULB কিন্তু নিজ ঠাইৰ পৰা উঘলা হলে, যাক সেই ঠায়ে অস্বীকাৰ কৰি কব, যে মই তোমাক কেতিয়াও দিখা নাই, সেই লোক এনে লতাৰ নিচিনা। BSB BSB: If he is uprooted from his place, it will disown him, saying, ‘I never saw you.’
19 ULB চোৱা, এয়ে তাৰ গতিৰ আমোদ; পাছে ধুলিৰ পৰা আনবোৰ উৎপন্ন হয়। BSB BSB: Surely this is the joy of his way; yet others will spring from the dust.
20 ULB চোৱা, ঈশ্বৰে সিদ্ধ লোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব। BSB BSB: Behold, God does not reject the blameless, nor will He strengthen the hand of evildoers.
21 ULB তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব, BSB BSB: He will yet fill your mouth with laughter, and your lips with a shout of joy.
22 ULB সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধুৱা হব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব। BSB BSB: Your enemies will be clothed in shame, and the tent of the wicked will be no more.”
Select verses for actions: Enter goes to them and Escape comes back.