1 ULB পৃথিবী জানো মানুহৰ ৰণ-ভুমি নহয়? আৰু তাৰ দিন কেইটা জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়? BSB BSB: “Is not man consigned to labor on earth? Are not his days like those of a hired hand?
2 ULB ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচলৈ অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ, BSB BSB: Like a slave he longs for shade; like a hireling he waits for his wages.
3 ULB অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে। BSB BSB: So I am allotted months of futility, and nights of misery are appointed to me.
4 ULB শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চট্ফট কৰি আমনি পাওঁ। BSB BSB: When I lie down I think: ‘When will I get up?’ But the night drags on, and I toss and turn until dawn.
5 ULB পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ;মোৰ গাৰ ঘাবোৰ শুকনিমুৱা ধৰে, পাছে আকৌ পকি যায়। BSB BSB: My flesh is clothed with worms and encrusted with dirt; my skin is cracked and festering.
6 ULB মোৰ আয়ুস তাঁতীৰ মাকুতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়। BSB BSB: My days are swifter than a weaver’s shuttle; they come to an end without hope.
7 ULB তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব। BSB BSB: Remember that my life is but a breath. My eyes will never again see happiness.
8 ULB মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক আৰু নেদেখিব। তুমি নিজ চকুৱে মোক চাবা, কিন্তু মই নাইকীয়া হম। BSB BSB: The eye that beholds me will no longer see me. You will look for me, but I will be no more.
9 ULB মেঘ যেনেকৈ কমি কমি নাইকীয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব। BSB BSB: As a cloud vanishes and is gone, so he who goes down to Sheol does not come back up.
10 ULB তেওঁ নিজৰ ঘৰলৈ আৰু ফলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক আৰু নিচিনিব। BSB BSB: He never returns to his house; his place remembers him no more.
11 ULB এই হেতুকে মই হলে মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম; BSB BSB: Therefore I will not restrain my mouth; I will speak in the anguish of my spirit; I will complain in the bitterness of my soul.
12 ULB তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু? BSB BSB: Am I the sea, or the monster of the deep, that You must keep me under guard?
13 ULB মই যেতিয়া কওঁ, যে, মোৰ খোটে মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহনত সহায় কৰিব, BSB BSB: When I think my bed will comfort me and my couch will ease my complaint,
14 ULB তাতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু সমাজিকেৰে মোক ত্ৰাসযুক্ত কৰা; BSB BSB: then You frighten me with dreams and terrify me with visions,
15 ULB তাতে মোৰ প্ৰাণে উশাহ-নিৰোধলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালত্কৈ মৃত্যুকে ইচ্ছা কৰে। BSB BSB: so that I would prefer strangling and death over my life in this body.
16 ULB জীৱনত মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোঁজো; মোক এৰি দিয়া, কিয়নো মোৰ দিন কেইটা ভাপস্বৰূপ। BSB BSB: I loathe my life! I would not live forever. Leave me alone, for my days are but a breath.
17 ULB তুমি যে মানুহক বৰ বুলি মানা, তুমি যে তালৈ মন দিয়া, BSB BSB: What is man that You should exalt him, that You should set Your heart upon him,
18 ULB তুমি যে প্ৰতি ৰাতিপুৱাতা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি? BSB BSB: that You attend to him every morning, and test him every moment?
19 ULB তুমি নো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে? BSB BSB: Will You never look away from me, or leave me alone to swallow my spittle?
20 ULB হে মনোষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্য্যৰ দ্ধাৰাই তোমাৰ কি হানি হল? তুমি নো কি নিমিত্তে মোক তোমাৰ কাঁড়ৰ নিচান পাতিছা, যে, মোৰ জীৱন মোলৈ ভাপস্বৰূপ হৈছে? BSB BSB: If I have sinned, what have I done to You, O watcher of mankind? Why have You made me Your target, so that I am a burden to You?
21 ULB তুমি মোৰ দোষ কিয় ক্ষমা নকৰা? আৰু মোৰ অধৰ্ম্ম বা কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিম; তাতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই নাইকিয়া হম। BSB BSB: Why do You not pardon my transgression and take away my iniquity? For soon I will lie down in the dust; You will seek me, but I will be no more.”
Select verses for actions: Enter goes to them and Escape comes back.