1 ULB দ্ৱিতীয়বাৰ চিঠি খেলাতে চিমিয়োনৰ নামত নির্ধাৰিত হ’ল আৰু তেওঁলোকৰ প্ৰত্যেক বংশক নিজ নিজ অংশৰ ভাগ দিয়া হ’ল৷ তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ জনগোষ্ঠীৰ উত্তৰাধিকাৰৰ মাজত আছিল। BSB BSB: The second lot came out for the clans of the tribe of Simeon: Their inheritance lay within the territory of Judah
2 ULB তেওঁলোকৰ উত্তৰাধিকাৰৰ মাজত আছিল বেৰ-চেবা, চেবা, মোলদা, BSB BSB: and included Beersheba (or Sheba), Moladah,
3 ULB হচৰচুৱাল, বালা চম, BSB BSB: Hazar-shual, Balah, Ezem,
4 ULB ইল্টুলদ, বথূল আৰু হৰ্মা৷ BSB BSB: Eltolad, Bethul, Hormah,
5 ULB তাৰ ওপৰিও চিমিয়োনৰ আছিল, চিক্লগ, বৈৎ-মৰ্কাবোৎ, হচৰ চুচা, BSB BSB: Ziklag, Beth-marcaboth, Hazar-susah,
6 ULB বৈৎ-লবায়োৎ আৰু চাৰূহন৷ এই তেৰখন নগৰ আছিল তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷ BSB BSB: Beth-lebaoth, and Sharuhen—thirteen cities, along with their villages.
7 ULB চিমিয়োনৰ পুণৰ ঐন, ৰিম্মোন, এথৰ আৰু আচন; এই চাৰিখন নগৰ আছিল, গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷ BSB BSB: Ain, Rimmon, Ether, and Ashan—four cities, along with their villages,
8 ULB এই গাঁওবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ জনগোষ্ঠীৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ। BSB BSB: and all the villages surrounding these cities as far as Baalath-beer (Ramah of the Negev). This was the inheritance of the clans of the tribe of Simeon.
9 ULB এয়ে আছিল চিমিয়োনৰ জনগোষ্ঠীক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা জনগোষ্ঠীক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ জনগোষ্ঠীয়ে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল। BSB BSB: The inheritance of the Simeonites was taken from the territory of Judah, because the share for Judah’s descendants was too large for them. So the Simeonites received an inheritance within Judah’s portion.
10 ULB তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবুলুনৰ জনগোষ্ঠীৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷ BSB BSB: The third lot came up for the clans of the tribe of Zebulun: The border of their inheritance stretched as far as Sarid.
11 ULB তেওঁলোকৰ সীমা পশ্চিমফালে উঠি মৰলালৈকে গৈ, দাব্বেচতত লাগিল; তাৰ পাছত ই বাঢ়ি গৈ যক্নিয়ামৰ সন্মুখত থকা জুৰিত লাগিলগৈ। BSB BSB: It went up westward to Maralah, reached Dabbesheth, and met the brook east of Jokneam.
12 ULB আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷ BSB BSB: From Sarid it turned eastward along the border of Chisloth-tabor and went on to Daberath and up to Japhia.
13 ULB সেই ঠাইৰ পৰা পূব ফাল হৈ গৎ-হেফৰ আৰু এৎ-কাচিনেদি গৈ, নয়ালৈকে বিস্তৃত হোৱা ৰিম্মোনলৈ গ’ল৷ BSB BSB: From there it crossed eastward to Gath-hepher and to Eth-kazin; it extended to Rimmon and curved around toward Neah.
14 ULB আৰু সেই সীমাই উত্তৰ ফালে ঘূৰি হন্নাথোনলৈকে গ’ল আৰু যিপ্তহ-এল উপত্যকাত তাৰ অন্ত হ’ল৷ BSB BSB: Then the border circled around the north side of Neah to Hannathon and ended at the Valley of Iphtah-el.
15 ULB কটৎ, নহলাল, চিম্ৰোণ, যিদালা, আৰু বৈৎ-লেহেম, গাৱেঁৰে সৈতে বাৰখন নগৰ এই অঞ্চলটোত অন্তর্ভুক্ত আছিল৷ তাত বাৰখন নগৰ আছিল৷ তেওঁলোকৰ গাঁওবোৰ গণনা কৰা হোৱা নাছিল৷ BSB BSB: It also included Kattath, Nahalal, Shimron, Idalah, and Bethlehem. There were twelve cities, along with their villages.
16 ULB এইটোৱেই আছিল জবুলুন জনগোষ্ঠীৰ উত্তৰাধিকাৰ; এই নগৰবোৰ তেওঁলোকৰ গাৱেঁৰে সৈতে অন্তর্ভুক্ত আছিল। BSB BSB: This was the inheritance of the clans of the tribe of Zebulun, including these cities and their villages.
17 ULB পাছত আকৌ চতুর্থবাৰ চিঠি খেলাওঁতে, ইচাখৰৰ নামত উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে ইয়াক দিয়া হ’ল। BSB BSB: The fourth lot came out for the clans of the tribe of Issachar:
18 ULB তেওঁলোকৰ সীমা যিজ্ৰিয়েল, মচুল্লোৎ, চোনেম, BSB BSB: Their territory included Jezreel, Chesulloth, Shunem,
19 ULB হফাৰয়িম, চিয়োন, অনহৰৎ, BSB BSB: Hapharaim, Shion, Anaharath,
20 ULB ৰব্বীৎ কিচিয়োন, এবচ, BSB BSB: Rabbith, Kishion, Ebez,
21 ULB ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷ BSB BSB: Remeth, En-gannim, En-haddah, and Beth-pazzez.
22 ULB তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাঁওসমূহ গণনা কৰা হোৱা নাছিল। BSB BSB: The border reached Tabor, Shahazumah, and Beth-shemesh, and ended at the Jordan. There were sixteen cities, along with their villages.
23 ULB এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷ BSB BSB: This was the inheritance of the clans of the tribe of Issachar, including these cities and their villages.
24 ULB পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ জনগোষ্ঠীৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল। BSB BSB: The fifth lot came out for the clans of the tribe of Asher:
25 ULB তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অকচফ, BSB BSB: Their territory included Helkath, Hali, Beten, Achshaph,
26 ULB অল্লস্মেলক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্নাতলৈ বিস্তৃত্ৱ হ’ল। BSB BSB: Allammelech, Amad, and Mishal. On the west the border touched Carmel and Shihor-libnath,
27 ULB পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে যবুলুন আৰু যিপ্তহ এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল। BSB BSB: then turned eastward toward Beth-dagon, touched Zebulun and the Valley of Iphtah-el, and went north to Beth-emek and Neiel, passing Cabul on the left.
28 ULB পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচিদোনলৈকে ওলাই গ’ল৷ BSB BSB: It went on to Ebron, Rehob, Hammon, and Kanah, as far as Greater Sidon.
29 ULB পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তোৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল; BSB BSB: The border then turned back toward Ramah as far as the fortified city of Tyre, turned toward Hosah, and came out at the Sea in the region of Achzib,
30 ULB উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷ BSB BSB: Ummah, Aphek, and Rehob. There were twenty-two cities, along with their villages.
31 ULB এইটোৱেই আছিল অন্তচেৰৰ জনগোষ্ঠীৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷ BSB BSB: This was the inheritance of the clans of the tribe of Asher, including these cities and their villages.
32 ULB ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ জনগোষ্ঠীৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷ BSB BSB: The sixth lot came out for the clans of the tribe of Naphtali:
33 ULB তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷ BSB BSB: Their border started at Heleph and the great tree of Zaanannim, passing Adami-nekeb and Jabneel as far as Lakkum and ending at the Jordan.
34 ULB আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে যবুলুনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল। BSB BSB: Then the border turned westward to Aznoth-tabor and ran from there to Hukkok, touching Zebulun on the south side, Asher on the west, and Judah at the Jordan on the east.
35 ULB গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ, BSB BSB: The fortified cities were Ziddim, Zer, Hammath, Rakkath, Chinnereth,
36 ULB অদামা, ৰামা, হাচোৰ, BSB BSB: Adamah, Ramah, Hazor,
37 ULB কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷ BSB BSB: Kedesh, Edrei, En-hazor,
38 ULB আৰু তাত যিৰোণ, মিগ্দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাৱঁবোৰ গণনা কৰা হোৱা নাছিল৷ BSB BSB: Iron, Migdal-el, Horem, Beth-anath, and Beth-shemesh. There were nineteen cities, along with their villages.
39 ULB এয়ে আছিল নপ্তালীৰ জনগোষ্ঠীৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাঁৱবোৰৰ সৈতে দিয়া হৈছিল। BSB BSB: This was the inheritance of the clans of the tribe of Naphtali, including these cities and their villages.
40 ULB সপ্তমবাৰ চিঠি খেলাতে দান জনগোষ্ঠীৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷ BSB BSB: The seventh lot came out for the clans of the tribe of Dan:
41 ULB তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ, BSB BSB: The territory of their inheritance included Zorah, Eshtaol, Ir-shemesh,
42 ULB চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷ BSB BSB: Shaalabbin, Aijalon, Ithlah,
43 ULB আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ, BSB BSB: Elon, Timnah, Ekron,
44 ULB ইল্টকি, গিব্বখোন, বালাৎ, BSB BSB: Eltekeh, Gibbethon, Baalath,
45 ULB যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ, BSB BSB: Jehud, Bene-berak, Gath-rimmon,
46 ULB মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল। BSB BSB: Me-jarkon, and Rakkon, including the territory across from Joppa.
47 ULB কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্ব্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে। BSB BSB: (Later, when the territory of the Danites was lost to them, they went up and fought against Leshem, captured it, and put it to the sword. So they took possession of Leshem, settled there, and renamed it after their father Dan.)
48 ULB এইটোৱেই আছিল দানৰ জনগোষ্ঠীৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷ BSB BSB: This was the inheritance of the clans of the tribe of Dan, including these cities and their villages.
49 ULB যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷ BSB BSB: When they had finished distributing the land into its territories, the Israelites gave Joshua son of Nun an inheritance among them,
50 ULB ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্মৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে। BSB BSB: as the LORD had commanded. They gave him the city of Timnath-serah in the hill country of Ephraim, as he requested. He rebuilt the city and settled in it.
51 ULB ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েল লোকসকলৰ মাজত পূর্ব-পুৰুষ সন্তানসকলৰ জনগোষ্ঠীৰ মুখীয়ালসকলৰ উত্তৰাধিকাৰবোৰ এই, যিবোৰ চীলোত যিহোৱাৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখত চিঠি খেলাই অধিকাৰৰ অৰ্থে ভাগ বাঁটি দিয়া হৈছিল। এইদৰে তেওঁলোকে দেশ ভাগ কৰি ল’লে। BSB BSB: These are the inheritances that Eleazar the priest, Joshua son of Nun, and the heads of the families distributed by lot to the tribes of Israel at Shiloh before the LORD at the entrance to the Tent of Meeting. So they finished dividing up the land.
Select verses for actions: Enter goes to them and Escape comes back.