1 ULB তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তানসকলৰ জনগোষ্ঠীৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷ BSB BSB: Now the family heads of the Levites approached Eleazar the priest, Joshua son of Nun, and the heads of the other tribes of Israel
2 ULB আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল। BSB BSB: at Shiloh in the land of Canaan and said to them, “The LORD commanded through Moses that we be given cities in which to live, together with pasturelands for our livestock.”
3 ULB তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ উত্তৰাধীকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে। BSB BSB: So by the command of the LORD, the Israelites gave the Levites these cities and their pasturelands out of their own inheritance:
4 ULB চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰুণ পুৰোহিতৰ সন্তানসকলে চিঠিখেলৰ দ্বাৰাই যিহূদা জনগোষ্ঠীৰ, চিমিয়োন জনগোষ্ঠীৰ আৰু বিন্যামীন জনগোষ্ঠীৰ পৰা তেৰ খন নগৰ পালে। BSB BSB: The first lot came out for the Kohathite clans. The Levites who were descendants of Aaron the priest received thirteen cities by lot from the tribes of Judah, Simeon, and Benjamin.
5 ULB আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম জনগোষ্ঠীসকলৰ পৰা, আচেৰ জনগোষ্ঠিৰ আৰু নপ্তালী জনগোষ্ঠীৰ পৰা আৰু বাচানত থকা মনচিৰ আধা জনগোষ্ঠীৰ পৰা দহখন নগৰ পালে। BSB BSB: The remaining descendants of Kohath received ten cities by lot from the tribes of Ephraim, Dan, and the half-tribe of Manasseh.
6 ULB আৰু বংশানুক্ৰমে গৰ্চোনৰ সন্তানসকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ জনগোষ্ঠীৰ আৰু নপ্তালী জনগোষ্ঠীৰ পৰা আৰু বাচানত থকা মনচিৰ আধা জনগোষ্ঠীৰ পৰা তেৰ খন নগৰ পালে। BSB BSB: The descendants of Gershon received thirteen cities by lot from the tribes of Issachar, Asher, Naphtali, and the half-tribe of Manasseh in Bashan.
7 ULB আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তানসকলে নিজ নিজ জনগোষ্ঠী অনুসাৰে ৰূবেণ জনগোষ্ঠীৰ, গাদ জনগোষ্ঠীৰ আৰু জবুলুন জনগোষ্ঠীৰ পৰা বাৰখন নগৰ পালে। BSB BSB: And the descendants of Merari received twelve cities from the tribes of Reuben, Gad, and Zebulun.
8 ULB এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে। BSB BSB: So the Israelites allotted to the Levites these cities, together with their pasturelands, as the LORD had commanded through Moses.
9 ULB পাছত তেওঁলোকে যিহূদাৰ সন্তানসকলৰ জনগোষ্ঠীৰ পৰা আৰু চিমিয়োনৰ সন্তানসকলৰ জনগোষ্ঠীৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷ BSB BSB: From the tribes of Judah and Simeon, they designated these cities by name
10 ULB এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল। BSB BSB: to the descendants of Aaron from the Kohathite clans of the Levites, because the first lot fell to them:
11 ULB ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অৰ্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল। BSB BSB: They gave them Kiriath-arba (that is, Hebron), with its surrounding pasturelands, in the hill country of Judah. (Arba was the father of Anak.)
12 ULB কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে। BSB BSB: But they had given the fields and villages around the city to Caleb son of Jephunneh as his possession.
13 ULB তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তানসকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্না, BSB BSB: So to the descendants of Aaron the priest they gave these cities, together with their pasturelands: Hebron, a city of refuge for the manslayer, Libnah,
14 ULB চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা, BSB BSB: Jattir, Eshtemoa,
15 ULB চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ, BSB BSB: Holon, Debir,
16 ULB চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই জনগোষ্ঠীৰ পৰা এই ন খন নগৰ পালে। BSB BSB: Ain, Juttah, and Beth-shemesh—nine cities from these two tribes, together with their pasturelands.
17 ULB আৰু বিন্যামীন জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা, BSB BSB: And from the tribe of Benjamin they gave them Gibeon, Geba,
18 ULB চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে। BSB BSB: Anathoth, and Almon—four cities, together with their pasturelands.
19 ULB নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে। BSB BSB: In all, thirteen cities, together with their pasturelands, were given to the priests, the descendants of Aaron.
20 ULB আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে। BSB BSB: The remaining Kohathite clans of the Levites were allotted these cities: From the tribe of Ephraim
21 ULB ইস্ৰায়েলৰ সন্তানসকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে BSB BSB: they were given Shechem in the hill country of Ephraim (a city of refuge for the manslayer), Gezer,
22 ULB কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ হোৰোণ, এই চাৰিখন নগৰ দিলে। BSB BSB: Kibzaim, and Beth-horon—four cities, together with their pasturelands.
23 ULB আৰু দান জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্তকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন, BSB BSB: From the tribe of Dan they were given Elteke, Gibbethon,
24 ULB চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎৰিম্মোন, এই চাৰিখন নগৰ দিলে। BSB BSB: Aijalon, and Gath-rimmon—four cities, together with their pasturelands.
25 ULB আৰু মনচিৰ আধা জনগোষ্ঠীৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎৰিম্মোন এই দুখন নগৰ তেওঁলোকক দিলে। BSB BSB: And from the half-tribe of Manasseh they were given Taanach and Gath-rimmon—two cities, together with their pasturelands.
26 ULB কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে। BSB BSB: In all, ten cities, together with their pasturelands, were given to the rest of the Kohathite clans.
27 ULB অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তানসকলক মনচিৰ আধা জনগোষ্ঠীৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে। BSB BSB: This is what the Levite clans of the Gershonites were given: From the half-tribe of Manasseh they were given Golan in Bashan, a city of refuge for the manslayer, and Beeshterah—two cities, together with their pasturelands.
28 ULB গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ, BSB BSB: From the tribe of Issachar they were given Kishion, Daberath,
29 ULB চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়িন-গন্নীম, এই চাৰিখন নগৰ দিলে। BSB BSB: Jarmuth, and En-gannim—four cities, together with their pasturelands.
30 ULB আৰু আচেৰ জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন, BSB BSB: From the tribe of Asher they were given Mishal, Abdon,
31 ULB চৰণীয়া ঠায়েৰে সৈতে হিলকৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে। BSB BSB: Helkath, and Rehob—four cities, together with their pasturelands.
32 ULB আৰু নপ্তালী জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে। BSB BSB: And from the tribe of Naphtali they were given Kedesh in Galilee (a city of refuge for the manslayer), Hammoth-dor, and Kartan—three cities, together with their pasturelands.
33 ULB নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে। BSB BSB: In all, thirteen cities, together with their pasturelands, were given to the Gershonite clans.
34 ULB পাছত তেওঁলোকে মৰাৰীৰ জনগোষ্ঠীবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়াললৈ জবুলুন জন-গোষ্ঠিৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্লিয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা, BSB BSB: This is what the Merarite clan (the rest of the Levites) were given: From the tribe of Zebulun they were given Jokneam, Kartah,
35 ULB চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে। BSB BSB: Dimnah, and Nahalal—four cities, together with their pasturelands.
36 ULB ৰূবেণ জনগোষ্ঠীৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ, BSB BSB: From the tribe of Reuben they were given Bezer, Jahaz,
37 ULB চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ম্ৰেফাৎ, এই চাৰিখন নগৰ দিলে। BSB BSB: Kedemoth, and Mephaath—four cities, together with their pasturelands.
38 ULB আৰু গাদ জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰাম্মোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷ BSB BSB: And from the tribe of Gad they were given Ramoth in Gilead, a city of refuge for the manslayer, Mahanaim,
39 ULB মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচ্বোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে। BSB BSB: Heshbon, and Jazer—four cities in all, together with their pasturelands.
40 ULB লেবীয়াসকলৰ অৱশিষ্ট জনগোষ্ঠী অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে। BSB BSB: In all, twelve cities were allotted to the clans of Merari, the remaining Levite clans.
41 ULB ইস্ৰায়েলৰ সন্তানসকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল। BSB BSB: For the Levites, then, there were forty-eight cities in all, together with their pasturelands, within the territory of the Israelites.
42 ULB সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল। BSB BSB: Each of these cities had its own surrounding pasturelands; this was true for all the cities.
43 ULB এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে। BSB BSB: Thus the LORD gave Israel all the land He had sworn to give their fathers, and they took possession of it and settled in it.
44 ULB তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে। BSB BSB: And the LORD gave them rest on every side, just as He had sworn to their fathers. None of their enemies could stand against them, for the LORD delivered all their enemies into their hand.
45 ULB যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল। BSB BSB: Not one of all the LORD’s good promises to the house of Israel had failed; everything was fulfilled.
Select verses for actions: Enter goes to them and Escape comes back.