1 ULB যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই। BSB BSB: I am the man who has seen affliction under the rod of God’s wrath.
2 ULB তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে। BSB BSB: He has driven me away and made me walk in darkness instead of light.
3 ULB নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়। BSB BSB: Indeed, He keeps turning His hand against me all day long.
4 ULB তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে। BSB BSB: He has worn away my flesh and skin; He has shattered my bones.
5 ULB তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে। BSB BSB: He has besieged me and surrounded me with bitterness and hardship.
6 ULB বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে। BSB BSB: He has made me dwell in darkness like those dead for ages.
7 ULB মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে। BSB BSB: He has walled me in so I cannot escape; He has weighed me down with chains.
8 ULB যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে। BSB BSB: Even when I cry out and plead for help, He shuts out my prayer.
9 ULB তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা। BSB BSB: He has barred my ways with cut stones; He has made my paths crooked.
10 ULB মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে। BSB BSB: He is a bear lying in wait, a lion hiding in ambush.
11 ULB তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে। BSB BSB: He forced me off my path and tore me to pieces; He left me without help.
12 ULB তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাড় মাৰিলে। BSB BSB: He bent His bow and set me as the target for His arrow.
13 ULB তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে। BSB BSB: He pierced my kidneys with His arrows.
14 ULB মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ। BSB BSB: I am a laughingstock to all my people; they mock me in song all day long.
15 ULB তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে। BSB BSB: He has filled me with bitterness; He has intoxicated me with wormwood.
16 ULB খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে। BSB BSB: He has ground my teeth with gravel and trampled me in the dust.
17 ULB তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ। BSB BSB: My soul has been deprived of peace; I have forgotten what prosperity is.
18 ULB গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!” BSB BSB: So I say, “My strength has perished, along with my hope from the LORD.”
19 ULB মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰো। BSB BSB: Remember my affliction and wandering, the wormwood and the gall.
20 ULB মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে। BSB BSB: Surely my soul remembers and is humbled within me.
21 ULB কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে। BSB BSB: Yet I call this to mind, and therefore I have hope:
23 ULB তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ! BSB BSB: They are new every morning; great is Your faithfulness!
24 ULB মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম। BSB BSB: “The LORD is my portion,” says my soul, “therefore I will hope in Him.”
25 ULB যিহোৱালৈ অপেক্ষা কৰোঁতাসকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়। BSB BSB: The LORD is good to those who wait for Him, to the soul who seeks Him.
26 ULB যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল। BSB BSB: It is good to wait quietly for the salvation of the LORD.
27 ULB যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়। BSB BSB: It is good for a man to bear the yoke while he is still young.
28 ULB তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক। BSB BSB: Let him sit alone in silence, for the LORD has laid it upon him.
29 ULB সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে। BSB BSB: Let him bury his face in the dust—perhaps there is still hope.
30 ULB সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক, BSB BSB: Let him offer his cheek to the one who would strike him; let him be filled with reproach.
31 ULB যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব! BSB BSB: For the Lord will not cast us off forever.
32 ULB যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব। BSB BSB: Even if He causes grief, He will show compassion according to His abundant loving devotion.
33 ULB কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তানসকলক বেজাৰ নিদিয়ে। BSB BSB: For He does not willingly afflict or grieve the sons of men.
34 ULB পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা, BSB BSB: To crush underfoot all the prisoners of the land,
35 ULB সৰ্ব্বোপৰিজনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা, BSB BSB: to deny a man justice before the Most High,
36 ULB আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা- যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে? BSB BSB: to subvert a man in his lawsuit—of these the Lord does not approve.
37 ULB প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়? BSB BSB: Who has spoken and it came to pass, unless the Lord has ordained it?
38 ULB সৰ্ব্বোপৰিজনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়? BSB BSB: Do not both adversity and good come from the mouth of the Most High?
39 ULB জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে? BSB BSB: Why should any mortal man complain, in view of his sins?
40 ULB আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোহঁক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক। BSB BSB: Let us examine and test our ways, and turn back to the LORD.
41 ULB স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক। BSB BSB: Let us lift up our hearts and hands to God in heaven:
42 ULB “আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা। BSB BSB: “We have sinned and rebelled; You have not forgiven.”
43 ULB তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা। BSB BSB: You have covered Yourself in anger and pursued us; You have killed without pity.
44 ULB তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে। BSB BSB: You have covered Yourself with a cloud that no prayer can pass through.
45 ULB তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা। BSB BSB: You have made us scum and refuse among the nations.
46 ULB আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে। BSB BSB: All our enemies open their mouths against us.
47 ULB সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।” BSB BSB: Panic and pitfall have come upon us—devastation and destruction.
48 ULB মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে। BSB BSB: Streams of tears flow from my eyes over the destruction of the daughter of my people.
49 ULB মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে; BSB BSB: My eyes overflow unceasingly, without relief,
50 ULB যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে। BSB BSB: until the LORD looks down from heaven and sees.
51 ULB মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে। BSB BSB: My eyes bring grief to my soul because of all the daughters of my city.
52 ULB শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে। BSB BSB: Without cause my enemies hunted me like a bird.
53 ULB তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি থ’লে। BSB BSB: They dropped me alive into a pit and cast stones upon me.
54 ULB মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!” BSB BSB: The waters flowed over my head, and I thought I was going to die.
55 ULB হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ। BSB BSB: I called on Your name, O LORD, out of the depths of the Pit.
56 ULB যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।” BSB BSB: You heard my plea: “Do not ignore my cry for relief.”
57 ULB তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!” BSB BSB: You drew near when I called on You; You said, “Do not be afraid.”
58 ULB হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা। BSB BSB: You defend my cause, O Lord; You redeem my life.
59 ULB হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা। BSB BSB: You have seen, O LORD, the wrong done to me; vindicate my cause!
60 ULB তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা। BSB BSB: You have seen all their malice, all their plots against me.
61 ULB হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা। BSB BSB: O LORD, You have heard their insults, all their plots against me—
62 ULB তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা। BSB BSB: the slander and murmuring of my assailants against me all day long.
63 ULB তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়। BSB BSB: When they sit and when they rise, see how they mock me in song.
64 ULB হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া। BSB BSB: You will pay them back what they deserve, O LORD, according to the work of their hands.
65 ULB তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক। BSB BSB: Put a veil of anguish over their hearts; may Your curse be upon them!
66 ULB তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা। BSB BSB: You will pursue them in anger and exterminate them from under Your heavens, O LORD.
Select verses for actions: Enter goes to them and Escape comes back.