1 ULB এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ'ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক কবলৈ ধৰিলে, "যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।" BSB BSB: In the meantime, a crowd of many thousands had gathered, so that they were trampling one another. Jesus began to speak first to His disciples: “Beware of the leaven of the Pharisees, which is hypocrisy.
2 ULB কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই। BSB BSB: There is nothing concealed that will not be disclosed, and nothing hidden that will not be made known.
3 ULB এতেকে তোমালোকে আন্ধাৰত যি যি কথা কলা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হব। BSB BSB: What you have spoken in the dark will be heard in the daylight, and what you have whispered in the inner rooms will be proclaimed from the housetops.
4 ULB হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা। BSB BSB: I tell you, My friends, do not be afraid of those who kill the body and after that can do no more.
5 ULB কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা। BSB BSB: But I will show you whom you should fear: Fear the One who, after you have been killed, has authority to throw you into hell. Yes, I tell you, fear Him!
6 ULB পাঁচোটা ঘৰ-চিৰিকা দুই পইচালৈ বিক্ৰি নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়। BSB BSB: Are not five sparrows sold for two pennies? Yet not one of them is forgotten by God.
7 ULB কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া। BSB BSB: And even the very hairs of your head are all numbered. So do not be afraid; you are worth more than many sparrows.
8 ULB মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব। BSB BSB: I tell you, everyone who confesses Me before men, the Son of Man will also confess him before the angels of God.
9 ULB কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে,ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব। BSB BSB: But whoever denies Me before men will be denied before the angels of God.
10 ULB যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব। BSB BSB: And everyone who speaks a word against the Son of Man will be forgiven, but whoever blasphemes against the Holy Spirit will not be forgiven.
11 ULB যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু আধিপত্য আৰু ক্ষমতা পোৱা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷ BSB BSB: When you are brought before synagogues, rulers, and authorities, do not worry about how to defend yourselves or what to say.
12 ULB কিয়নো যি যি কথা সেই সময়ত কবলগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্হুর্ত্ততেই তোমালোকক শিকাই দিব।" BSB BSB: For at that time the Holy Spirit will teach you what you should say.”
13 ULB তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক কলে, "হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।" BSB BSB: Someone in the crowd said to Him, “Teacher, tell my brother to divide the inheritance with me.”
14 ULB কিন্তু যীচুৱে তেওঁক কলে, "হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোতা পাতিলে?" BSB BSB: But Jesus replied, “Man, who appointed Me judge or executor between you?”
15 ULB তেওঁ তেওঁলোকক পুনৰ কলে, "সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।" BSB BSB: And He said to them, “Watch out! Guard yourselves against every form of greed, for one’s life does not consist in the abundance of his possessions.”
16 ULB পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি কলে, "এজন ধনী মানুহৰ মাটিত বহু শষ্য উৎপন্ন হৈছিল। BSB BSB: Then He told them a parable: “The ground of a certain rich man produced an abundance.
17 ULB তাতে তেওঁ মনতে ভাবি কলে, 'মোৰ শষ্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?' BSB BSB: So he thought to himself, ‘What shall I do, since I have nowhere to store my crops?’
18 ULB পাছত তেওঁ নিজকে কলে, "মই ইয়াকে কৰিম যে, আগৰ ভড়ালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভড়াল সাজিম৷ সেই ভৰালত মোৰ সকলো শষ্য আৰু ভাল বস্তু সামৰি থম। BSB BSB: Then he said, ‘This is what I will do: I will tear down my barns and will build bigger ones, and there I will store up all my grain and my goods.
19 ULB তাৰ পাছত মই মোৰ প্ৰাণক কম, "হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন পান কৰি আনন্দ কৰা।" BSB BSB: Then I will say to myself, “You have plenty of good things laid up for many years. Take it easy. Eat, drink, and be merry!”’
20 ULB কিন্তু ঈশ্বৰে তেওঁক কলে, "হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হব? BSB BSB: But God said to him, ‘You fool! This very night your life will be required of you. Then who will own what you have accumulated?’
21 ULB ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়, তেওঁ তেনেকুৱা লোক।" BSB BSB: This is how it will be for anyone who stores up treasure for himself but is not rich toward God.”
22 ULB পাছত যীচুৱে তেওঁৰ শিষ্য সকলক কলে, "সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। BSB BSB: Then Jesus said to His disciples, “Therefore I tell you, do not worry about your life, what you will eat, or about your body, what you will wear.
23 ULB কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। BSB BSB: For life is more than food, and the body more than clothes.
24 ULB "ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহতে নবয় বা নাদায়; সিহতৰ ভৰাল বা মেৰ নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া! BSB BSB: Consider the ravens: They do not sow or reap, they have no storehouse or barn; yet God feeds them. How much more valuable you are than the birds!
25 ULB আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? BSB BSB: Who of you by worrying can add a single hour to his life?
26 ULB এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেন্তে আনবোৰ বিষয় কিয় চিন্তা কৰা? BSB BSB: So if you cannot do such a small thing, why do you worry about the rest?
27 ULB পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্য্যৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল। BSB BSB: Consider how the lilies grow: They do not labor or spin. Yet I tell you, not even Solomon in all his glory was adorned like one of these.
28 ULB কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুই শালত পেলোৱা হব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেন্তে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো কিমান বেছি ভূষিত কৰিব! BSB BSB: If that is how God clothes the grass of the field, which is here today and tomorrow is thrown into the furnace, how much more will He clothe you, O you of little faith!
29 ULB তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা। BSB BSB: And do not be concerned about what you will eat or drink. Do not worry about it.
30 ULB কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে। BSB BSB: For the Gentiles of the world strive after all these things, and your Father knows that you need them.
31 ULB কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হব। BSB BSB: But seek His kingdom, and these things will be added unto you.
32 ULB হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে। BSB BSB: Do not be afraid, little flock, for your Father is pleased to give you the kingdom.
33 ULB তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্ৱর্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷ BSB BSB: Sell your possessions and give to the poor. Provide yourselves with purses that will not wear out, an inexhaustible treasure in heaven, where no thief approaches and no moth destroys.
34 ULB কিয়নো য'তে তোমালোকৰ ধন, ত'তে তোমালোকৰ মনো হব। BSB BSB: For where your treasure is, there your heart will be also.
35 ULB তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক, BSB BSB: Be dressed for service and keep your lamps burning.
36 ULB আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা৷ BSB BSB: Then you will be like servants waiting for their master to return from the wedding banquet, so that when he comes and knocks, they can open the door for him at once.
37 ULB প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য৷ মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক সেই আহাৰ বাঢ়ি দিব। BSB BSB: Blessed are those servants whom the master finds on watch when he returns. Truly I tell you, he will dress himself to serve and will have them recline at the table, and he himself will come and wait on them.
38 ULB তেওঁ দ্বিতীয় বা তৃতীয় পৰতো যদি আহি তেওঁলোকক সেইদৰেই দেখে তেন্তে তেওঁলোক ধন্য। BSB BSB: Even if he comes in the second or third watch of the night and finds them alert, those servants will be blessed.
39 ULB কোন সময়ত চোৰ আহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেতেন; ইয়াক তোমালোকে জানা। BSB BSB: But understand this: If the homeowner had known at what hour the thief was coming, he would not have let his house be broken into.
40 ULB তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।" BSB BSB: You also must be ready, because the Son of Man will come at an hour you do not expect.”
41 ULB তেতিয়া পিতৰে কলে, "হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে কলে নে, নাইবা সকলোকে কৈছে?" BSB BSB: “Lord,” said Peter, “are You addressing this parable to us, or to everyone else as well?”
42 ULB তাতে প্ৰভুৱে কলে, "নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন? BSB BSB: And the Lord answered, “Who then is the faithful and wise manager, whom the master puts in charge of his servants to give them their portion at the proper time?
43 ULB প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য। BSB BSB: Blessed is that servant whose master finds him doing so when he returns.
44 ULB মই তোমালোকক সচাঁকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব। BSB BSB: Truly I tell you, he will put him in charge of all his possessions.
45 ULB কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, "মোৰ প্ৰভু অহাত পলম আছে," আৰু এনেদৰে আন বন্দী বেটিক যদি কোবাবলৈ ধৰে, আৰু ভোজন পান কৰি তেওঁ মতলীয়া হয়। BSB BSB: But suppose that servant says in his heart, ‘My master will be a long time in coming,’ and he begins to beat the menservants and maidservants, and to eat and drink and get drunk.
46 ULB তেন্তে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেই দিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হব৷ তাতে প্ৰভুৱে তেওঁক কাতি টুকুৰা টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হব৷ BSB BSB: The master of that servant will come on a day he does not expect and at an hour he does not anticipate. Then he will cut him to pieces and assign him a place with the unbelievers.
48 ULB কিন্তু যি জনে নাজানি কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব। BSB BSB: But the one who unknowingly does things worthy of punishment will be beaten with few blows. From everyone who has been given much, much will be required; and from him who has been entrusted with much, even more will be demanded.
50 ULB কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হব লাগে, আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছো! BSB BSB: But I have a baptism to undergo, and how distressed I am until it is accomplished!
52 ULB এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব। BSB BSB: From now on, five in one household will be divided, three against two and two against three.
53 ULB পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।" BSB BSB: They will be divided, father against son and son against father, mother against daughter and daughter against mother, mother-in-law against daughter-in-law and daughter-in-law against mother-in-law.”
54 ULB ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই কলে, "পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় "বৰষুণ আহিব" আৰু পাছত সেইদৰে হয়। BSB BSB: Then Jesus said to the crowds, “As soon as you see a cloud rising in the west, you say, ‘A shower is coming,’ and that is what happens.
55 ULB দক্ষিণ ফালৰ বতাহ বুলিলে কয় 'বৰ জহ হব'; পাছত সেই জনো সেইদৰে ঘটে। BSB BSB: And when the south wind blows, you say, ‘It will be hot,’ and it is.
56 ULB হে কপটীয়া সকল, আপোনালোকে পৃথিবীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে নির্ণয় কৰিব নাজানে? BSB BSB: You hypocrites! You know how to interpret the appearance of the earth and sky. Why don’t you know how to interpret the present time?
57 ULB নিজৰ বিষয়ে যথার্থ বিচাৰ কি কাৰণত কৰিব নোৱাৰে? BSB BSB: And why don’t you judge for yourselves what is right?
58 ULB কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব। BSB BSB: Make every effort to reconcile with your adversary while you are on your way to the magistrate. Otherwise, he may drag you off to the judge, and the judge may hand you over to the officer, and the officer may throw you into prison.
59 ULB মই আপোনালোকক কওঁ, শেষ পইচাটোও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে আপুনি কাৰাগাৰৰ পৰা মুক্ত হব নোৱাৰিব৷" BSB BSB: I tell you, you will not get out until you have paid the very last penny.”