1 ULB সেই সময়ত কৰ সংগ্রহকৰী আৰু পাপী লোক সকলে যীচুৰ কথা শুনিবৰ বাবে আহিছিল। BSB BSB: Now all the tax collectors and sinners were gathering around to listen to Jesus.
2 ULB তেতিয়া ফৰীচী আৰু অধ্যাপক সকলে গৰিহণা কৰি কলে, “এই লোক জনে পাপী লোক সকলক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ সৈতে ভোজন-পানো কৰে।" BSB BSB: So the Pharisees and scribes began to grumble: “This man welcomes sinners and eats with them.”
3 ULB তেতিয়া তেখেত সকলক এই দৃষ্টান্ত দি তেওঁ কলে, "এশ মেৰ থকা কোনো মানুহৰ যদি এটা হেৰায়, BSB BSB: Then Jesus told them this parable:
4 ULB তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেৰক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে? BSB BSB: “What man among you, if he has a hundred sheep and loses one of them, does not leave the ninety-nine in the pasture and go after the one that is lost, until he finds it?
5 ULB আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে। BSB BSB: And when he finds it, he joyfully puts it on his shoulders,
6 ULB এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, “মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেৰ-পোৱালিটো পালোঁ”। BSB BSB: comes home, and calls together his friends and neighbors to tell them, ‘Rejoice with me, for I have found my lost sheep!’
7 ULB মই আপোনালোকক কওঁ, সেইদৰে মন পালটন নকৰা নিৰানব্বই জন ধার্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বর্গত তাতকৈ অধিক আনন্দ হব। BSB BSB: I tell you that in the same way there will be more joy in heaven over one sinner who repents than over ninety-nine righteous ones who do not need to repent.
8 ULB অথবা কোনো এজনী মহিলাৰ দহোটা আধলিৰ যদি এটা হেৰাই,তেওঁ চাকি জ্বলাই ঘৰ সাৰি তাক নোপোৱালৈকে নিবিচাৰিব নে? BSB BSB: Or what woman who has ten silver coins and loses one of them does not light a lamp, sweep her house, and search carefully until she finds it?
9 ULB আৰু হেৰুৱাতো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটায় কয়, “মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালোঁ”। BSB BSB: And when she finds it, she calls together her friends and neighbors to say, ‘Rejoice with me, for I have found my lost coin.’
10 ULB সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।" BSB BSB: In the same way, I tell you, there is joy in the presence of God’s angels over one sinner who repents.”
12 ULB সৰুটোৱে বাপেকক কলে, “দেউতা সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক।" তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে। BSB BSB: The younger son said to him, ‘Father, give me my share of the estate.’ So he divided his property between them.
13 ULB অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে। BSB BSB: After a few days, the younger son got everything together and journeyed to a distant country, where he squandered his wealth in wild living.
14 ULB তাতে সকলো ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হল, আৰু তাতে সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে। BSB BSB: After he had spent all he had, a severe famine swept through that country, and he began to be in need.
15 ULB তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয় ললে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠাই দিলে। BSB BSB: So he went and hired himself out to a citizen of that country, who sent him into his fields to feed the pigs.
16 ULB তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল। BSB BSB: He longed to fill his belly with the pods the pigs were eating, but no one would give him a thing.
17 ULB শেষত, এদিন তেওঁ চেতনা পাই কলে, “মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছো। BSB BSB: Finally he came to his senses and said, ‘How many of my father’s hired servants have plenty of food, but here I am, starving to death!
18 ULB মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, 'স্বর্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলো; BSB BSB: I will get up and go back to my father and say to him, “Father, I have sinned against heaven and against you.
19 ULB আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’। BSB BSB: I am no longer worthy to be called your son. Make me like one of your hired servants.”’
20 ULB পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে। BSB BSB: So he got up and went to his father. But while he was still in the distance, his father saw him and was filled with compassion. He ran to his son, embraced him, and kissed him.
21 ULB তেতিয়া পুতেকে কলে, “দেউতা স্বর্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ”। BSB BSB: The son declared, ‘Father, I have sinned against heaven and against you. I am no longer worthy to be called your son.’
22 ULB কিন্তু বাপেকে দাসবোৰক কলে, আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে; BSB BSB: But the father said to his servants, ‘Quick! Bring the best robe and put it on him. Put a ring on his finger and sandals on his feet.
23 ULB পোহনীয়া দামুৰিতো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক; BSB BSB: Bring the fattened calf and kill it. Let us feast and celebrate.
24 ULB কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছো।" এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে। BSB BSB: For this son of mine was dead and is alive again! He was lost and is found!’ So they began to celebrate.
25 ULB সেই সময়ত বৰ পুতেক পথাৰত আছিল। পাছত তেওঁ আহি ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে। BSB BSB: Meanwhile the older son was in the field, and as he approached the house, he heard music and dancing.
26 ULB তেতিয়া দাসবোৰৰ এটাক মাতি সুধিলে, “এইবোৰ নো কি হৈছে”? BSB BSB: So he called one of the servants and asked what was going on.
27 ULB তেতিয়া দাস জনে কলে “তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে,পোহনীয়া দামুৰিটো মাৰিব দিলে।" BSB BSB: ‘Your brother has returned,’ he said, ‘and your father has killed the fattened calf, because he has him back safe and sound.’
28 ULB তেতিয়া তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ ইচ্ছা নকৰিলে; পাছত দেউতাক ওলাই আহিল আৰু তেওঁক বিনয়েৰে বুজালে, BSB BSB: The older son became angry and refused to go in. So his father came out and pleaded with him.
29 ULB তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি কলে, “চাওঁক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলো, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধুসকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই। BSB BSB: But he answered his father, ‘Look, all these years I have served you and never disobeyed a commandment of yours. Yet you never gave me even a young goat so I could celebrate with my friends.
30 ULB কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰীটো মাৰিলে”। BSB BSB: But when this son of yours returns from squandering your wealth with prostitutes, you kill the fattened calf for him!’
31 ULB তেতিয়া বাপেকে সেই ল'ৰাক কলে, “বোপা তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে, সকলো তোমাৰেই। BSB BSB: ‘Son, you are always with me,’ the father said, ‘and all that is mine is yours.
32 ULB কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালো; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷" BSB BSB: But it was fitting to celebrate and be glad, because this brother of yours was dead and is alive again; he was lost and is found.’”