1 ULB যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্ব্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে; BSB BSB: As they approached Jerusalem and came to Bethphage and Bethany at the Mount of Olives, Jesus sent out two of His disciples
2 ULB আৰু তেওঁলোকক এই আদেশ দি ক'লে- "তোমালোকে সন্মুখৰ গাওঁখনলৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ। BSB BSB: and said to them, “Go into the village ahead of you, and as soon as you enter it, you will find a colt tied there, on which no one has ever sat. Untie it and bring it here.
3 ULB কোনোবাই যদি তোমালোকক কয়,“এইটো কিয় মেলিছা”? তেতিয়া তোমালোকে ক’বা, 'প্ৰভুৰ ইয়াক প্ৰয়োজন আছে, আৰু তেওঁ এতিয়াই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব।'" BSB BSB: If anyone asks, ‘Why are you doing this?’ tell him, ‘The Lord needs it and will return it shortly.’”
4 ULB তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে। BSB BSB: So they went and found the colt outside in the street, tied at a doorway. They untied it,
5 ULB এনেতে, তাত থিয় হৈ থকা লোক সকলে ক’লে, "তোমালোকে গাধ পোৱালি মেলি কি কৰা?" BSB BSB: and some who were standing there asked, “Why are you untying the colt?”
6 ULB তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক ক’লে, তেতিয়া তেওঁলোকে আনিবলৈ এৰি দিলে। BSB BSB: The disciples answered as Jesus had instructed them, and the people gave them permission.
7 ULB পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত বহিল। BSB BSB: Then they led the colt to Jesus and threw their cloaks over it, and He sat on it.
8 ULB অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি পথত পাৰি দিলে। BSB BSB: Many in the crowd spread their cloaks on the road, while others spread branches they had cut from the fields.
9 ULB যি সকল লোক তেওঁৰ আগে পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক'বলৈ ধৰিলে, "জয়! জয়! যিজন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; BSB BSB: The ones who went ahead and those who followed were shouting: “Hosanna!” “Blessed is He who comes in the name of the Lord!”
10 ULB আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য আহিছে, সেই জনো ধন্য! উৰ্দ্ধলোকত জয়-ধ্বনি হওঁক। BSB BSB: “Blessed is the coming kingdom of our father David!” “Hosanna in the highest!”
11 ULB এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধ্যা হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়ালৈ ওলাই গ’ল। BSB BSB: Then Jesus entered Jerusalem and went into the temple courts. He looked around at everything, but since it was already late, He went out to Bethany with the Twelve.
14 ULB তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, "এতিয়াৰ পৰা কোনেও তোৰ ফল কেতিয়াও নাখাওঁক।" তেওঁৰ শিষ্য সকলে, তেওঁ কি ক’লে শুনিলে। BSB BSB: Then He said to the tree, “May no one ever eat of your fruit again.” And His disciples heard this statement.
16 ULB তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে। BSB BSB: And He would not allow anyone to carry merchandise through the temple courts.
18 ULB এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমুহে তেওঁৰ উপদেশত বিস্ময় মানিছিল। BSB BSB: When the chief priests and scribes heard this, they looked for a way to kill Him. For they were afraid of Him, because the whole crowd was astonished at His teaching.
19 ULB আৰু সন্ধ্যা হ’লেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল। BSB BSB: And when evening came, Jesus and His disciples went out of the city.
21 ULB তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক ক’লে, "ৰব্বি, চাওঁক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গ’ল। BSB BSB: Peter remembered it and said, “Look, Rabbi! The fig tree You cursed has withered.”
22 ULB যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা; BSB BSB: “Have faith in God,” Jesus said to them.
23 ULB মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্ব্বতটোক কয়, ইয়াৰ পৰা উঠি সাগৰত পৰগৈ, আৰু মনত সংশয় নকৰি যি কয়, সেয়ে ঘটিব বুলি যদি বিশ্বাস কৰে, তেন্তে সেয়ে ঈশ্বৰে তেওঁলৈ সিদ্ধ কৰিব। BSB BSB: “Truly I tell you that if anyone says to this mountain, ‘Be lifted up and thrown into the sea,’ and has no doubt in his heart but believes that it will happen, it will be done for him.
24 ULB এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালো বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা, BSB BSB: Therefore I tell you, whatever you ask for in prayer, believe that you have received it, and it will be yours.
25 ULB আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা। BSB BSB: And when you stand to pray, if you hold anything against another, forgive it, so that your Father in heaven will forgive your trespasses as well.”
26 ULB কিন্তু তোমালোকে যদি ক্ষমা নকৰা, তেন্তে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব৷ BSB BSB: Not in the BSB
27 ULB এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল৷ এনেতে যীচুৱে তেওঁ মন্দিৰত ফুৰোঁতে, প্ৰধান পুৰোহিত, অধ্যাপক, আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, BSB BSB: After their return to Jerusalem, Jesus was walking in the temple courts, and the chief priests, scribes, and elders came up to Him.
28 ULB "আপুনি কি ক্ষমতাৰে এইবোৰ কৰিছে বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা আপোনাক দিলে?" BSB BSB: “By what authority are You doing these things?” they asked. “And who gave You the authority to do them?”
29 ULB তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "মই আপোনালোকক এটা কথা সোধোঁ, আপোনালোকে মোক উত্তৰ দিয়ক; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছোঁ সেই বিষয়ে আপোনালোকক ক’ম। BSB BSB: “I will ask you one question,” Jesus replied, “and if you answer Me, I will tell you by what authority I am doing these things.
30 ULB যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল? মোক উত্তৰ দিয়ক। BSB BSB: John’s baptism—was it from heaven or from men? Answer Me!”
31 ULB তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি ক’লে, "স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেন্তে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক’ব। BSB BSB: They deliberated among themselves what they should answer: “If we say, ‘From heaven,’ He will ask, ‘Why then did you not believe him?’
32 ULB কিন্তু মানুহৰ বুলি ক’ম নে?" তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল। BSB BSB: But if we say, ‘From men’...” they were afraid of the people, for they all held that John truly was a prophet.
33 ULB পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, "আমি নাজানো।" তাতে যীচুৱেও তেওঁলোকক ক’লে, "মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।" BSB BSB: So they answered, “We do not know.” And Jesus replied, “Neither will I tell you by what authority I am doing these things.”
Select verses for actions: Enter goes to them and Escape comes back.